• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ

ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ

3 weeks ago
প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

38 mins ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

18 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

19 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

20 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

21 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

23 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

24 hours ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

24 hours ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

1 day ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

1 day ago
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

3 days ago
শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ

৫০০ জনৰ বাবে ভোজৰ আয়োজন গৰাকীৰ

editor by editor
July 22, 2022
in বিবিধ, ভাৰত
0
ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা পোহনীয়া কুকুৰাই এটা ভেৰাৰ পোৱালিক কুকুৰৰ আক্ৰমণৰ পৰা প্ৰাণৰক্ষা কৰে। কিন্তু কুকুৰৰ আক্ৰমণত কুকুৰাটোৰ মৃত্যু হয়। ইয়াৰ পাছতে গৰাকীয়ে নিজৰ প্ৰাণ বলিদান দিয়া কুকুৰাটোৰ সৎকাৰৰ লগতে অন্যান্য ধৰ্মীয় কাৰ্যবিধি সম্পাদন কৰিবলৈ সিদ্ধান্ত ল’লে।

মানুহৰ মৃত্যু হ’লে পৰিয়াল তথা আত্ম-স্বজনে যেনেকৈ ১৩ দিনীয়া শোক পালন কৰা ধৰ্মীয় আচাৰ তথা নিয়ম পালন কৰে ঠিক তেনেকৈয়ে কুকুৰাটোৰ মৃত্যুৰ পিছটো সকলো ধৰ্মীয় তথা মাংগলিক লোকাচাৰ পালন কৰে গৰাকীয়ে৷

গৰাকীসহ পৰিয়ালে ১৩ দিনীয়া শোক পালনৰ পাছতে ৫০০ লোকক নিমন্ত্ৰণ কৰি কুকুৰাটোৰ আদ্যশ্ৰাদ্ধও আয়োজন কৰে৷

 

লগতে পঢ়ক ৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল

এই ঘটনাটো উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ৷ প্ৰকাশিত বাতৰি অনুসৰি যোৱা ৭ জুলাইত ঘৰৰ পাছফালে ভেৰাৰ পোৱালিটোৱে ঘাঁহ খাই আছিল। সেই সময়ত এটা ৰাস্তাৰ কুকুৰে আহি পোৱালিটোক আক্ৰমণ কৰে।

সেই সময়ত পোহনীয়া কুকুৰা লালিও সেই ঠাইত আছিল। ভেৰাৰ পোৱালিটোৰ ওপৰত আক্ৰমণ হোৱা দেখি কুকুৰটোৱে কুকুৰটোক খেদা মাৰি প্ৰত্যাক্ৰণ কৰে। কুকুৰাটোৰ প্ৰত্যাক্ৰমণ কুকুৰটোক সেই ঠাইৰ পৰা আঁতৰি যায়।

 

লগতে পঢ়ক বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!

কিন্তু কিছু মুহূৰ্তৰ পাছত কে’বাটাও কুকুৰে আহি লালিক ঘেৰি ধৰি আক্ৰমণ কৰে। কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লালি নামৰ কুকুৰাটো। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লালিৰ যোৱা ৮ জুলাইত মৃত্যু হয়।

মৃত্যুৰ পিছতে গৰাকী ছালকাৰে লালিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি মানুহৰ মৃত্যু হ’লে কৰাৰ দৰেই সকলো ধর্মীয় আৰু মাংগিলক লোকাচাৰ সম্পন্ন কৰে। গৰাকী ছালকাৰৰ পুত্ৰ অভিষকে সংবাদ মাধ্যমৰ কয়, “লালি আমাৰ পৰিয়ালৰ এজন সদস্যৰ দৰে আছিল। মৃত্যুৰ পিছত দেউতাই সকলো নিয়ম পালন কৰিবলৈ সিদ্ধান্ত ল’লে।”

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRooster
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু
ভাৰত

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

August 9, 2022
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?
ভাৰত

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

August 8, 2022
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  
ভাৰত

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

August 8, 2022
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
স্বাস্থ্য

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

August 8, 2022
Next Post
স্বামী-স্ত্ৰীৰ বিবাদ নিষ্পতি কৰা বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধু পত্নীক, ইয়াৰ পিছত হ’ল কি?

স্বামী-স্ত্ৰীৰ বিবাদ নিষ্পতি কৰা বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধু পত্নীক, ইয়াৰ পিছত হ’ল কি?

বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.