• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চমাধ্যমিক উত্তীৰ্ণ হলেই ৰে’লত চাকৰি, ৩০৫০ পদত নিয়োগ, আবেদন কেতিয়াৰে পৰা কৰিব? কিমান টকা লাগিব?

উচ্চমাধ্যমিক উত্তীৰ্ণ হলেই ৰে’লত চাকৰি, ৩০৫০ পদত নিয়োগ, আবেদন কেতিয়াৰে পৰা কৰিব? কিমান টকা লাগিব?

4 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উচ্চমাধ্যমিক উত্তীৰ্ণ হলেই ৰে’লত চাকৰি, ৩০৫০ পদত নিয়োগ, আবেদন কেতিয়াৰে পৰা কৰিব? কিমান টকা লাগিব?

উচ্চমাধ্যমিক উত্তীৰ্ণ হলেই ৰে’লত চাকৰি, ৩০৫০ পদত নিয়োগ, আবেদন কেতিয়াৰে পৰা কৰিব? কিমান টকা লাগিব?

editor by editor
October 24, 2025
in জীৱনশৈলী, ভাৰত
0
উচ্চমাধ্যমিক উত্তীৰ্ণ হলেই ৰে’লত চাকৰি, ৩০৫০ পদত নিয়োগ, আবেদন কেতিয়াৰে পৰা কৰিব? কিমান টকা লাগিব?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰে’লৱে ৰিক্ৰুইটমেণ্ট বৰ্ড নন-টেকনিকেল পপুলাৰ কেটাগৰি UG লেভেলত ৩০৫০ টা পদত নিয়োগৰ বিজ্ঞাপ্তি প্ৰকাশিত হৈছে৷ এই নিয়োগ কমাৰ্ছিয়েল-কাম-টিকট ক্লাৰ্ক, একাউণ্টছ-ক্লাৰ্ক-কাম টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্ক-কাম-টাইপিষ্ট, ট্ৰেইন ক্লাৰ্ক পদসমূহ অন্তৰ্ভূক্ত আছে৷ আৰ আৰ বি এন টি পিছি ইউজি লেভেলৰ এই নিয়োগৰ বাবে দ্বাদশ শ্ৰেণী পাছ কৰা প্ৰাৰ্থীয়ে ২৮ অক্টোহৰৰ পৰা আবেদন কৰিব পাৰিব৷ আবেদনৰ শেষ তাৰিখ আগন্তুক ২৭ নৱেম্বৰ৷ rrbapply.gov.in ৱেবচাইটত গৈ আবেদন কৰিব পাৰিব প্ৰাৰ্থীয়ে৷

বিগত বছৰ  RRB NTPC ইউ ডি নিয়োগত তিনি বছৰৰ ৰেহাই দিয়া হৈছিল৷ কিন্তু এই বছৰ তেনে কোনো ৰেহাই দিয়া হোৱা নাই৷ বিগত বছৰ সৰ্বোচ্চ বয়সসীমা আছিল ৩৩ বছৰ৷ কিন্তু এই বছৰ সেয়া কমাই ৩০ বছৰ কৰা হৈছে৷ ইয়াৰোপৰি বিগত বছৰ ৩৪৫৫ টা পদত নিয়োগ হৈছিল, য’ত এইবছৰ মাত্ৰ ৩০৫০ টা পদত হে নিয়োগ কৰা হ’ব৷ অৰ্থাৎ এই বছৰ ৪০০ পদ কমি গৈছে৷

কিমান বয়সৰ প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব পাৰিব?

১৮ বছৰ আৰু সৰ্বোচ্ছ ৩০ বছৰ৷ বয়স গণনা কৰা হ’ব ১ জানুৱাৰী হিচাপত৷ জাতি, উপজাতি শ্ৰেণীভুক্ত বয়সৰ প্ৰাৰ্থীৰ সৰ্বোচ্চসীমাৰ ৫ বছৰ আৰু অবিচি প্ৰাৰ্থীয়ে ৩ বছৰ ৰেহাই পাব৷

শিক্ষাগত যোগ্যতা কি হ’ব?

  • কমাৰ্ছিয়েল-কাম-টিকট ক্লাৰ্কঃ অন্তত ৫০ শতাংশ নম্বৰেৰে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব৷ জাতি, উপজাতি আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে কেৱল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হলেই হব৷
  • ট্ৰেইন ক্লাৰ্কঃ অন্তত ৫০ শতাংশ নম্বৰসহ দ্বাদশ শ্ৰেণী পাছ কৰিলেই হ’ব৷ জাতি, উপজাতি আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে কেৱল দ্বাদশ পাছ হলেই হব৷
  • একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্টঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব৷ পাব লাগিব ৫০ শতাংশ নম্বৰ৷ কম্পিউটাৰত ইংৰাজিত প্ৰতিমিনিটত ৩০ টা শব্দ অথৱা হিন্দিত প্ৰতি মিনিটত ২৫ টা শব্দ টাইপিঙৰ গতি থাকিব লাগিব৷ এছ চি, এছ টি আৰু দিব্যাংগ প্ৰাৰ্থীৰ বাবে কেৱল ১২ পাছ হলেই হ’ব৷ ৫০শতাংশ নম্বৰৰ চৰ্ত প্ৰযোজ্য নহয়

  • জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টঃ অন্তত ৫০ শতাংশ নম্বৰসহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব৷ কম্পিউটাৰত ইংৰাজিত প্ৰতিমিনিটত ৩০টা শব্দ অথৱা হিন্দিত প্ৰতি মিনিটত ২৫ টা শব্দ টাইপিঙৰ গতি থাকিব লাগিব৷ এছ টি, এছ চি আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে ৫০শতাংশ নম্বৰ প্ৰযোজ্য নহয়৷

    কেনেকৈ নিয়োগ কৰা হ’ব?

    সমস্ত পদৰ বাবে ২ টা পৰ্যায়ত চিবিটি হ’ব৷ ইয়াৰ পাছতেই একাউণ্টছ ক্লাৰ্ক-কাম-টাইপিষ্ট আৰু জুনিয়ৰ ক্লাৰ্ক-কাম টাইপিষ্ট পদৰ বাবে টাইপিং স্কিল টেষ্টো হ’ব৷ চিবিটিত প্ৰতিটো ভুল উত্তৰৰ বাবে এক তৃতীয়াংশ নিগেটিভ মাৰ্কিং কটা হব৷ দ্বিতীয় পৰ্যায়ত চিবিটিৰ বাবে শূন্যপদৰ ১৫ গুণ প্ৰাৰ্থীক আৰ আৰ বি অনুসৰি চৰ্টলিষ্ট কৰা হ’ব৷

    প্ৰথম পৰ্যায়ৰ চিবিটি সমস্ত পদৰ বাবে কমন হব৷ ৯০ মিনিটৰ চিবিটিত ১০০ টা প্ৰশ্ন থাকিব৷ ৪০ টা প্ৰশ্ন জেনেৰেল এৱাৰনেছৰ পৰা, ৩০ টা অংক আৰু ৩০ টা জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিঙৰ পৰা থাকিব৷ প্ৰথম পৰ্যায়ৰ চিবিটিৰ নৰমেলাইজড স্কোৰৰ ভিত্তিত দ্বিতীয় পৰ্যায়ৰ চিবিটিৰ বাবে প্ৰাৰ্থীসকলক চৰ্টলিষ্ট কৰা হব৷

    দ্বিতীয় পৰ্যায়ৰ চিবিটিও সমস্ত পদৰ বাবে কমন হব৷ দ্বিতীয় পৰ্যায়ৰ চিবিটিত ৯০ মিনিটৰ পৰীক্ষা হ’ব৷ এই চিবিটিত ১২০ টা প্ৰশ্ন থাকিব৷ ৫০ টা প্ৰশ্ন জেনেৰেল এৱাৰনেছৰ পৰা, ৩৫টা অংক আৰু ৩৫ টা জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিঙৰ পৰা থাকিব৷

    আবেদন ফি কিমান হ’ব?

    ৫০০ টকা হ’ব আবেদন ফি৷ য’ত চিবিটি ১ পৰীক্ষাত অংশ লোৱাসকলক ৪০০ টকা উভতাই দিয়া হব৷ মহিলা, এছ টি, এছ চি, বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে আবেদন ফি হৈছে ২৫০ টতা৷ যিসকলে চিবিটি ১ পৰীক্ষাত অংশ ল’ব তেওঁলোকক সম্পূৰ্ণ ২৫০ টকাই উভতাই দিয়া হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ, ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ, ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

হংস ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ ৰাশিৰ, তালিকাত আপুনি আছেনে?

হংস ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ ৰাশিৰ, তালিকাত আপুনি আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.