• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৩ টা সন্তান জন্ম দিয়াটো অত্যন্ত প্ৰয়োজন’- মোহন ভাগতৰ এই বক্তব্যৰ পাছতে দেশজুৰি বিতৰ্ক

‘৩ টা সন্তান জন্ম দিয়াটো অত্যন্ত প্ৰয়োজন’- মোহন ভাগতৰ এই বক্তব্যৰ পাছতে দেশজুৰি বিতৰ্ক

2 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

5 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

6 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

7 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

7 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

7 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

8 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

10 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

11 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

11 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

11 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

12 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘৩ টা সন্তান জন্ম দিয়াটো অত্যন্ত প্ৰয়োজন’- মোহন ভাগতৰ এই বক্তব্যৰ পাছতে দেশজুৰি বিতৰ্ক

editor by editor
December 1, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘৩ টা সন্তান জন্ম দিয়াটো অত্যন্ত প্ৰয়োজন’- মোহন ভাগতৰ এই বক্তব্যৰ পাছতে দেশজুৰি বিতৰ্ক
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘৩ টা সন্তান জন্ম দিয়াটো অত্যন্ত প্ৰয়োজন’- মোহন ভাগতৰ এই বক্তব্যৰ পাছতে দেশজুৰি বিতৰ্ক

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে জনসংখ্যা হ্ৰাসক লৈ উদ্বেগ প্ৰকাশ কৰে। আধুনিক জনসংখ্যা বিজ্ঞানৰ উদ্ধৃতি দি তেওঁ কয় যে যেতিয়া এখন সমাজৰ জনসংখ্যা তথা উৰ্বৰতাৰ হাৰ ২.১ৰ তললৈ যায়, তেতিয়া সেই সমাজখন ক্ৰমান্বয়ে পৃথিৱীৰ পৰা বিলুপ্ত হোৱাৰ পথত অগ্ৰসৰ হয়।

যাৰ বাবে ভাগৱতে কয় যে দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ প্ৰয়োজন আছে, ই একপ্ৰকাৰৰ অত্যন্ত প্ৰয়োজন। পাছে মোহন ভাগৱতৰ এই বক্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধীয়ে।

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে কয়, “জনসংখ্যা হ্ৰাস চিন্তাৰ বিষয়। আধুনিক জনসংখ্যা বিজ্ঞানে কয় যে যেতিয়া এখন সমাজৰ জনসংখ্যা ২.১ৰ তললৈ যায়, তেতিয়া সেই সমাজখন পৃথিৱীৰ পৰা নাইকিয়া হৈ যায়। সেয়ে ৰাইজে, জনসংখ্যা ২.১ৰ তললৈ যাব দিব নালাগে। এইটো ১৯৯৮ বা ২০০২ চনতো সিদ্ধান্ত লোৱা হৈছিল। কোৱা হয় যে এখন সমাজৰ জনসংখ্যা ২.১তকৈ কম হ’ব নালাগে জনসংখ্যা বিজ্ঞানে কয় যে সমাজখনৰ অস্তিত্বৰ বাবে এই সংখ্যাটো গুৰুত্বপূৰ্ণ।

মোহন ভাগৱতৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ ফখৰুল হাছান চান্দে। তেওঁ কয় যে মোহন ভাগৱতে কিছুদিনৰ পৰা যিয়েই কৈছে এতিয়া বিজেপিক অস্বস্তিত পেলাইছে। আনকি যোৱাবাৰ যেতিয়া মোহন ভাগৱতে কৈছিল যে প্ৰতিটো মছজিদত মন্দিৰ কিয় বিচাৰিব লাগে, তেতিয়াও বিজেপিৰ কোনো উত্তৰ নাছিল। সমগ্ৰ দেশৰ জনসংখ্যাক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে।

কংগ্ৰেছ নেতা উমাং সিংহাৰেও মোহন ভাগৱতৰ এই বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, “যিসকল ইতিমধ্যে আছে তেওঁলোকক চাকৰি দিয়ক, চাকৰি নাই, শস্যৰ মাটি কমি আহিছে। মোহন ভাগৱতে দুটাতকৈ অধিক সন্তান জন্ম দিব বিচাৰে। দেশত নিবনুৱা সমস্যা বাঢ়িছে। আজিৰ যুৱক-যুৱতীসকলে চাকৰি পোৱা নাই। শস্যৰ মাটি কমি গৈছে।”

জনসংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মোহন ভাগৱতে চীনৰ পৰা শিকিব পৰা নাই আৰু তেওঁ জনসংখ্যাৰ ক্ষেত্ৰত দেশখনক শক্তিশালী কৰিব বিচাৰে। উমাং সিংহাৰে আৰু কয় যে, “মই পৰামৰ্শ দিওঁ যে আমি মোহন ভাগৱত, পি এম মোডী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা আৰম্ভ কৰোঁ। যদি তেওঁলোকে জনসংখ্যাৰ প্ৰতি ইমান চিন্তিত, তেন্তে আৰম্ভণিও তেওঁলোকৰ পৰা হ’ব লাগে।”

মোহন ভাগৱতৰ এই বক্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেছিয়েও। তেওঁ কয়, “ভাগৱত জীয়ে জনসংখ্যা বৃদ্ধি কৰিব লাগে বুলি কৈছে, কিন্তু জনসংখ্যা বৃদ্ধিৰ ফলত শিশুৱে পৰ্যাপ্ত সুবিধা পাবনে! শিশুৱে সকলো সুবিধা পোৱাটো নিশ্চিত কৰিবনে? দৰিদ্ৰ পৰিয়ালক প্ৰতিমাহে ১৫০০ টকা দিবনে?”

মোহন ভাগৱতৰ এই অধিক সন্তান জন্মৰ বাবে কৰা বক্তব্যক লৈ বৰ্তমানে সমগ্ৰ দেশতে তীব্ৰতৰ হৈ পৰে বিতৰ্ক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
৬ দিন পাছতে ৩ ৰাশিৰ মাটি-ঘৰ-গাড়ী হোৱাৰ বাম্পাৰ যোগ

৬ দিন পাছতে ৩ ৰাশিৰ মাটি-ঘৰ-গাড়ী হোৱাৰ বাম্পাৰ যোগ

‘কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, সোমবাৰে চূড়ান্ত সিদ্ধান্ত’- একনাথ শিন্দে

'কোন হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, সোমবাৰে চূড়ান্ত সিদ্ধান্ত'- একনাথ শিন্দে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.