• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

2 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

30 minutes ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

1 hour ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

18 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

20 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

20 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

21 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

23 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

24 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

editor by editor
October 19, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!
0
SHARES
463
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘ননছেঞ্চ’! ৰাছিয়াক জোকাই ল’লে পৰিণাম ভয়ংকৰ হৈ যাব।’ এই ধমক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। ইজৰাইল-হামাছ যুদ্ধ পৰিস্থিতিৰ মাজত এই মন্তব্য অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি প্ৰকাশ কৰিছে যুদ্ধ বিশেষজ্ঞসকলে। প্ৰথমে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। তাৰপিছত হামাছ-ইজৰাইলৰ যুঁজ। তৃতীয় বিশ্বযুদ্ধৰেই এয়া প্ৰাৰম্ভিক কাল নেকি? এই সংঘৰ্ষই বিশ্বক ক্ৰমশ তৃতীয় বিশ্বযুদ্ধৰ দিশেৰে ঠেলি নিছে নেকি? আন্তৰ্জাতিক যুদ্ধ বিশেষজ্ঞসকলে বিষয়টোক লৈ প্ৰকাশ কৰিছে ভিন্ন মত।

তৃতীয় বিশ্বযুদ্ধৰ দামামা?
সম্প্ৰতি মাৰ্কিন কংগ্ৰেছৰ তৰফৰ পৰা এখন বিশেষ কমিটি গঠন কৰা হৈছে। বৃহস্পতিবাৰে কমিটিৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি আমেৰিকাই, চীন আৰু ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰিছে। জ’ বাইডেনৰ চৰকাৰক এই বিশেষ কমিটিয়ে পৰামৰ্শ দিছে যে তেওঁলোকৰ বাহিনী আৰু সম্প্ৰসাৰণ কৰিব লাগিব। জোট শক্তিশালী কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ প্ৰক্ৰিয়াও আৰম্ভ কৰিব লাগিব মাৰ্কিন যুক্তৰাষ্ট্ৰই।

এই বিবৃত্তিৰ পাছতেই ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনে দিছে বিশেষ হুংকাৰ। সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয়, ‘ৰাছিয়া আৰু আমেৰিকাৰ মাজত যুদ্ধ হ’লে বিশ্বৰ বাবেই ই ক্ষতিকাৰক হ’ব। জনসমাজত এই মন্তব্যই বিৰূপ প্ৰভাৱ পেলাব। এনে ধৰণৰ লঘু মন্তব্য আমেৰিকাই কৰাটো উচিত নহয়। ইয়াৰ ফল তেওঁলোকে কিন্তু ভাল নাপাব।’

আমেৰিকাক ঠাট্টা কৰি পুটিনৰ মত
ভ্লাডিমিৰ পুটিনে সংবাদমেলত লগতে কয়, ‘স্বাস্থ্যবান মানুহে এনে অস্বাস্থ্যকৰ মন্তব্য কৰাটো একেবাৰেই অনুচিত। মই ভাৱো এনে চিন্তা মূৰত অনাটোৱেই বিপজ্জনক। কাৰণ আমেৰিকাই যদি সঁচায়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মন স্থিৰ কৰিছে তেন্তে মস্কোৱে ইয়াৰ জৱাব নিদিয়াকৈ নাথাকে। আমিও মনে মনে যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিছোৱেই। এটা পুৰণা কথা খুবেই মনলৈ আহিছে? যদি তুমি শান্তি বিচাৰা তেন্তে যুদ্ধৰ বাবে প্ৰস্তুত হোৱা।’

ৰাছিয়াই কি বিচাৰিছে?
সাংবাদিকে এই বিষয়ে প্ৰশ্ন সোধাত পুটিনে কয়, ‘আমি শান্তি বিচাৰো। এই শান্তিৰ কথা কওঁতেই এক কটাক্ষমূলক হাঁহি তেওঁৰ ওঁঠত খেলি যায়। ওঁঠৰ কোণত হাঁহি বিয়পায় পুটিনে কয়, ‘আমেৰিকাই যি কৈছে ৰাছিয়া আৰু চীন দুয়োটা পাৰ্টীৰ লগতেই যুঁজ কৰিব। ননছেন্স! মই ভাৱিছো তেওঁলোকে ধেমালীতেই এই কথা কৈছে। ভয় খুৱাবলৈকে চেষ্টা কৰিছে আমেৰিকাই। যদি সঁচাকৈয়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব খুজিছে তেন্তে এই যুঁজ সাধাৰণ নহ’ব। কোনো স্পেছিয়েল মিলিটাৰী অপাৰেছন নহ’ব। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধতকৈ এই যুদ্ধ কিন্তু পৃথক হ’ব।’

ইয়াৰোপৰি ধমকিৰ সুৰত পুটিনে কয়, ‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব। মই নাভাৱো সোঁ পন্থীৰ মানুহে এনে চিন্তা চৰ্চা কৰিব। যদি আমেৰিকাই সঁচাকৈ যুদ্ধৰ কথা ভাৱিছে তেন্তে ইয়াৰ পৰিনাম বিশ্বই দেখিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
Next Post
দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ

দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ

‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত ঋষি ছুনাক

'সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত ঋষি ছুনাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.