• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

2 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

17 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

18 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

19 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

19 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

20 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

22 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

23 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

23 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

23 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

24 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

কিমৰ দেশত পুটিন... ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

editor by editor
June 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?
0
SHARES
558
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০০০ চনত তেওঁ উত্তৰ কোৰিয়ালৈ গৈছিল৷ সেই সময়তো তেওঁ ৰাছিয়াৰ প্ৰেছিডেণ্টেই আছিল৷ তাৰপিছত এদিন দুদিনকৈ বছৰ বাগৰি ২৪ বছৰ হ’ল৷ এই ২৪ বছৰ প্ৰশান্ত মহাসাগৰৰ বুকুৱেদি বহু পানী বাগৰিল৷ বিশ্বৰ বিভিন্ন দেশৰ সম্পৰ্কৰ ৰাসায়নো সলনি হ’ল৷ কেইবাখনো দেশৰ মাজত যুদ্ধও হ’ল৷ অৱশেষত ২৪ বছৰৰ পাছত আকৌ হঠাৎ উত্তৰ কোৰিয়াত উপস্থিত হৈছে ভ্লা়ডিমিৰ পুটিন৷

বৰ্তমান কিম জং উনৰ দেশত আছে পুটিন৷ উত্তৰ কোৰিয়ালৈ পুটিনক স্বাগত জনাইছে খোদ কিমেই৷ বিমানবন্দৰত উপস্থিত হৈ পুৰণি বন্ধুক সাবটি আনিছে কিমে৷ কিন্তু হঠাৎ কিয় কিমৰ দেশত ভৰি থৈছে ৰাছিয়াৰ প্ৰেছিডেণ্টে? নেপথ্যত কোনো বৃহৎ অংক আছে নেকি? এই যাত্ৰাক লৈ চিন্তিত এতিয়া ৱাছিংটনো৷

বুধবাৰে পুৱা ছুনন আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হৈছে পুটিন৷ বিমানবন্দৰৰ পৰা তেওঁক স্বাগত জনাবলৈ উপস্থিত আছিল উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন৷ উত্তৰ কোৰিয়াত উপস্থিত হোৱা পুটিনত আলিংগন কৰি দেশলৈ আদৰে কিমে৷ ৰাছিয়ান ষ্টেট নিউজ এজেন্সিয়ে দুই ৰাষ্ট্ৰনেতাৰ ভিডিঅ’ প্ৰকাশ কৰিছে৷ স্থানীয় সময় হিচাপে দুপৰীয়া ২ বজাত দুই ৰাষ্ট্ৰনেতা বৈঠকতো মিলিত হৈছে৷ কিন্তু কি বিষয়ক লৈ আলোচনা চলিছে সেয়াহে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷

উল্লেখ্য যে বিগত ২ বছৰতকৈ বেছি সময় ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধ চলি আছে ৰাছিয়াৰ৷ এই অৱস্থাত পুটিনৰ উত্তৰ কোৰিয়া যাত্ৰাত দুই দেশৰ মাজত অস্ত্ৰ লৈ চুক্তি হ’ব পাৰে বুলিও আশংকা কৰিছে আমেৰিকা আৰু আমেৰিকাৰ বন্ধু দেশসমূহে৷ যদিও ৰাছিয়াই জনাইছে যে কোৰিয়াৰ সৈতে তেওঁলোকৰ অংশীদাৰিত্বক লৈহে নতুন চুক্তি স্বাক্ষৰিত হ’ব৷ ১৯৬১ চনৰ পুৰণি চুক্তি সলনি কৰা হ’ব৷ সেই চুক্তিত স্বাক্ষৰ কৰিবৰ বাবেই পুটিনে কোৰিয়ালৈ যাত্ৰা কৰিছে৷ এই চুক্তিত তেওঁলোকে ৰখা প্ৰধান চুক্তি হৈছে কোনো দেশে অসুবিধাত পৰিলে এখন দেশে আনখন দেশৰ কাষত বন্ধু হৈ থিয় দিব৷

পুটিনৰ এই যাত্ৰাক লৈ মঙলবাৰে আমেৰিকাৰ বৈদেশিক সচিব এণ্টনি ব্লিনকেনে কৈছিল, ‘ইউক্ৰেইনৰ সৈতে যুদ্ধ চলি আছে৷ তেওঁলোকক সেয়ে অস্ত্ৰৰ প্ৰয়োজন হৈছে৷ অস্ত্ৰৰ প্ৰয়োজন পুৰণ কৰিব পৰা দেশৰ কাষত সেয়ে ৰাছিয়াই যাবলৈ আৰম্ভ কৰিছে৷ পুটিনৰ দেশক উত্তৰ কোৰিয়াই অস্ত্ৰও যোগান ধৰিব পাৰে৷’

ব্লিনকিনৰ এই মন্তব্যক সমৰ্থন কৰি NATOৰ মহাসচিব জেন্স ষ্টলটেনবাৰ্গে কয়, ‘এইবাৰ হয়তো উত্তৰ কোৰিয়াৰ বিভিন্ন মিছাইল পৰীক্ষা আৰু পাৰমাণবিক পৰীক্ষাক সমৰ্থন জনাব ৰাছিয়াই৷’ বিগত বছৰৰ ছেপ্টেম্বৰত ৰাছিয়া গৈছিল কিম৷ এইবাৰ পুটিন আহিছে উত্তৰ কোৰিয়ালৈ৷ ইয়াৰ পূৰ্বে ২০০০ চনত পিয়ংইয়ং আহিছিল পুটিন৷ সেইসময়ত উত্তৰ কোৰিয়াৰ শাসক আছিল কিমৰ প্ৰয়াত পিতৃ কিম জং ইল৷ পুটিনৰ এই যাত্ৰাৰ পূৰ্বে ৰাছিয়াৰ কোনো এজন প্ৰেছিডেণ্টেই উত্তৰ কোৰিয়ালৈ যোৱা নাছিল৷ পিতৃৰ পাছত এইবাৰ পুত্ৰ কিমে ৰাছিয়াৰ সৈতে সম্পৰ্ক দৃঢ় কৰিছে৷ আজিৰ দিনটো উত্তৰ কোৰিয়াত কটাই ভিয়েটনামলৈ উৰা মাৰিব পুটিন৷

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
Next Post
চাকৰি গ’ল ধূলা থানাৰ SI উৎপল বৰাৰ, কিন্তু কিয় হঠাৎ চাকৰি হেৰুৱালে SI উৎপলে?

চাকৰি গ’ল ধূলা থানাৰ SI উৎপল বৰাৰ, কিন্তু কিয় হঠাৎ চাকৰি হেৰুৱালে SI উৎপলে?

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা, ৰাভাৰ শেষযাত্ৰাত কোনে কৈছিল এই অমৰ দাৱানল চিৰদিন উজ্বলি থাকিব?

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা, ৰাভাৰ শেষযাত্ৰাত কোনে কৈছিল এই অমৰ দাৱানল চিৰদিন উজ্বলি থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.