• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই সময় বৰ যন্ত্ৰণাদায়ক, তথাপিও বিশ্ব ক্ৰিকেট অনুৰাগীয়ে মেচ হাৰিলেও তোমালোকক মনত ৰাখিবঃ মাষ্টাৰ ব্লাষ্টাৰ

এই সময় বৰ যন্ত্ৰণাদায়ক, তথাপিও বিশ্ব ক্ৰিকেট অনুৰাগীয়ে মেচ হাৰিলেও তোমালোকক মনত ৰাখিবঃ মাষ্টাৰ ব্লাষ্টাৰ

2 years ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

15 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

1 hour ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এই সময় বৰ যন্ত্ৰণাদায়ক, তথাপিও বিশ্ব ক্ৰিকেট অনুৰাগীয়ে মেচ হাৰিলেও তোমালোকক মনত ৰাখিবঃ মাষ্টাৰ ব্লাষ্টাৰ

editor by editor
November 21, 2023
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব
0
এই সময় বৰ যন্ত্ৰণাদায়ক, তথাপিও বিশ্ব ক্ৰিকেট অনুৰাগীয়ে মেচ হাৰিলেও তোমালোকক মনত ৰাখিবঃ মাষ্টাৰ ব্লাষ্টাৰ
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হৰাৰ কথা কোনেনো ভাৱিছিল? বিশ্বজয়ৰ মাত্ৰ কেইগজমান দূৰত্বত আহি থমকি ৰ’ল টীম ইণ্ডিয়া। বিশ্বজয়ৰ কেইগজমান দূৰত্বত আধৰুৱা হৈ ৰ’ল ৰোহিত শৰ্মা, বিৰাট কোহলীকে ধৰি ১৪০ কোটি ভাৰতীয়ৰ সপোন। আহমেদাবাদত মেচ হাৰি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কান্দোনত ভাঙি পৰিছিল ভাৰতীয় দলৰ প্ৰায়কেইজন খেলুৱৈ। টীম ব্লুৰ যন্ত্ৰণাকাতৰ এই সময়ত যন্ত্ৰণা ভগাই লৈ বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ক্ৰিকেটৰ ঈশ্বৰ শচীন তেণ্ডুলকাৰেও। সোমবাৰে বিয়লি এক্স হেণ্ডেলত এটা বিশেষ পোষ্ট দিছে মাষ্টাৰ ব্লাষ্টাৰে।

তেওঁ লিখিছে, ‘ক্ৰিকেটাৰ আৰু তেওঁলোকৰ শুভাকাংশীসকলৰ যন্ত্ৰণাক মই অনুভৱ কৰিব পাৰিছো। তেওঁলোকৰ মনত যি ধুমুহা চলিছে সেই কথা ভাৱিয়েই দুখ লাগিছে।’ ইয়াৰোপৰি বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ দলটোক শুভেচ্ছা জনাইছে শচীন তেণ্ডুলকাৰে। শচীনে অষ্ট্ৰেলিয়াৰ দলটোক শুভেচ্ছা জনাই লিখিছে, ‘ষষ্ঠবাৰৰ বাবে ট্ৰফী জয় কৰা কেংগাৰু ব্ৰিগেডক অভিনন্দন। সকলোতকৈ গুৰুত্বপূৰ্ণ দিনটোত তেওঁলোকে ভাল খেলিছে।’

https://x.com/sachin_rt/status/1726451622413517308?s=20

উল্লেখ্য যে, ফাইনেলত হাৰিলেও বিশ্বকাপত অবিশ্বাস্য খেল দেখুওৱাইছে ৰোহিত ব্ৰিগেডে। ফাইনেলত উঠা কাহানিও সহজ কথা হ’ব নোৱাৰে। লেথাৰিকৈ ১০খন মেচ খেলি ১০খনতেই জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে। সামাজিক মাধ্যমত ভাৰতীয় দলৰ এই সফলতাক ভূয়সী প্ৰশংসা কৰিছে ক্ৰিকেটৰ ঈশ্বৰ শচীনে। তেওঁ লিখিছে, ‘টিম ইণ্ডিয়াক অলেখ শুভকামনা। কেৱল এদিনৰ বাবে তোমালোক ভাঙি নপৰিবা। এদিনৰ পৰাজয়ৰ কথা বাদ দিয়া। আটাইকেইখন টুৰ্নামেণ্টত অবিশ্বাস্য পাৰ্ফৰমেন্স তোমালোকে দেখুৱাইছা। পৰাজয় খেলৰেই এক অংশ। ২০২৩ৰ বিশ্বকাপত তোমালোকে যি পাৰ্ফৰমেন্স দেখুৱাইছা সেয়া বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে মনত ৰাখিব।’

বিশ্বকাপৰ ফাইনেল উপভোগ কৰিবলৈ দেওবাৰে পুৱাই আহমেদাবাদত উপস্থিত হৈছিল মাষ্টাৰ ব্লাষ্টাৰ। খেল আৰম্ভ হোৱাৰ পূৰ্বে ৰোহিতবাহিনীক শুভেচ্ছা জনোৱাৰ ছবিও সামাজিক মাধ্যমত ভাইৰেল হৈছিল। কেৱল সেয়াই নগয় বিৰাট কোহলিক তেওঁ ছহী কৰা এটা জাৰ্ছীও উপহাৰ হিচাপে দিছিল। ফাইনেল খেলত টছত জয়লাভ কৰি ভাৰতক প্রথম বেট ধৰিবলৈ আহ্বান জনায় অষ্ট্ৰেলিয়া দলৰ অধিনায়ক পেট কামিন্সে। ফাইনেলত অৰ্ধ শতৰান কৰে বিৰাট আৰু কে এল ৰাহুলে। তেওঁলোকৰ বেটৰ পৰাই আহিছিল ৫৮-৬৬ৰান। মেচত ৪৭ ৰানৰ ইনিংছ খেলে ৰোহিত শৰ্মাইয়ো। কিন্তু এইকেইগৰাকীক বাদ দি ভাৰতীয় বেটাৰ কোনোৱেই ফাইনেলত ভাল ফল দেখুওৱাব নোৱাৰিলে। পিছলৈ বেট ধৰি অষ্ট্ৰেলিয়াই ৪৩ অভাৰত ২৪১ ৰান লৈ জয়ৰ খিতাপ নিজৰ হাতলৈ আনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
Next Post
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছতেই কোচ সলনিৰ চৰ্চা, অচিৰেই দলৰ কোচৰ দায়িত্বৰ পৰা আঁতৰিব ৰাহুল দ্ৰাবিড়!

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছতেই কোচ সলনিৰ চৰ্চা, অচিৰেই দলৰ কোচৰ দায়িত্বৰ পৰা আঁতৰিব ৰাহুল দ্ৰাবিড়!

তৃতীয় বিশ্বযুদ্ধ, বিধ্বংসী ভূমিকম্প, ২০২৪ক লৈ নষ্ট্ৰাডামূছে কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে?

তৃতীয় বিশ্বযুদ্ধ, বিধ্বংসী ভূমিকম্প, ২০২৪ক লৈ নষ্ট্ৰাডামূছে কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.