• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

5 years ago
দীপাৱলীত কৰ্মচাৰীক iPhone16 উপহাৰ!

দীপাৱলীত কৰ্মচাৰীক iPhone16 উপহাৰ!

23 minutes ago
এই ৫ ৰাশিৰ লোক হওঁক কিছু সাৱধান

এই ৫ ৰাশিৰ লোক হওঁক কিছু সাৱধান

1 hour ago
‘২০ মাহত দুগুণ হ’ব ধন!’  নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

‘২০ মাহত দুগুণ হ’ব ধন!’ নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

1 hour ago
বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

2 hours ago
কি কাৰণত আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা?

কি কাৰণত আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা?

3 hours ago
শীঘ্ৰেই ৰে’লেৰেই যাত্ৰা কৰিব পাৰিব লাডাখলৈ

শীঘ্ৰেই ৰে’লেৰেই যাত্ৰা কৰিব পাৰিব লাডাখলৈ

4 hours ago
‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

4 hours ago
এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

5 hours ago
২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’

২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’

5 hours ago
‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

6 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

Tomorrow Horoscope: ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

8 hours ago
‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

editor by editor
December 30, 2021
in অসম, গুৱাহাটী, ভাৰত, শিক্ষা
0
বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা
0
SHARES
805
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ৷ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা৷ ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান৷ লেখক মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য অকাডেমী বঁটা৷ ‘বকুল ফুলৰ দৰে’ গ্ৰন্থৰ বাবে এই সন্মান মৃণাল কলিতালৈ৷ ইয়াৰ উপৰি অভিজিৎ বৰালৈ যুৱ অকাডেমী বঁটা৷ ‘ডেউকা কোবাই যায়’ গ্ৰন্থৰ বাবে অভিজিৎ বৰালৈ সাহিত্য অকাডেমীৰ যুৱ বঁটা৷ তিনিওগৰাকী বিশিষ্ট সাহিত্যিকৰ এই কৃতিত্বই এতিয়া গৌৰাৱান্বিত কৰিছে ৰাজ্যবাসীক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anuradha sharma puzariasom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelsahitya akademi award 2021
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপাৱলীত কৰ্মচাৰীক iPhone16 উপহাৰ!
ভাৰত

দীপাৱলীত কৰ্মচাৰীক iPhone16 উপহাৰ!

November 4, 2026
‘২০ মাহত দুগুণ হ’ব ধন!’  নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?
ভাৰত

‘২০ মাহত দুগুণ হ’ব ধন!’ নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

November 4, 2026
বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা
বিশ্ব

বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

November 4, 2026
কি কাৰণত আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা?
অসম

কি কাৰণত আজি সম্পন্ন নহ’ল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা?

November 4, 2026
Next Post
এখন অদ্ভুট আইন! আপোনাৰ বেলকনি সজাব লাগিব প্ৰশাসনৰ মতে অন্যথা ভৰিব লাগিব জৰিমনা

এখন অদ্ভুট আইন! আপোনাৰ বেলকনি সজাব লাগিব প্ৰশাসনৰ মতে অন্যথা ভৰিব লাগিব জৰিমনা

ভাৰততো আৰম্ভ হ’ল নেকি কোভিডৰ তৃতীয় ঢৌ? কি কয় WHOৰ বিজ্ঞানী সৌম্যা স্বামীনাথনে…

ভাৰততো আৰম্ভ হ’ল নেকি কোভিডৰ তৃতীয় ঢৌ? কি কয় WHOৰ বিজ্ঞানী সৌম্যা স্বামীনাথনে…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.