• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন অদ্ভুট আইন! আপোনাৰ বেলকনি সজাব লাগিব প্ৰশাসনৰ মতে অন্যথা ভৰিব লাগিব জৰিমনা

এখন অদ্ভুট আইন! আপোনাৰ বেলকনি সজাব লাগিব প্ৰশাসনৰ মতে অন্যথা ভৰিব লাগিব জৰিমনা

5 years ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

6 minutes ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

39 minutes ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

1 hour ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

2 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

3 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

3 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

5 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

5 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

15 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এখন অদ্ভুট আইন! আপোনাৰ বেলকনি সজাব লাগিব প্ৰশাসনৰ মতে অন্যথা ভৰিব লাগিব জৰিমনা

editor by editor
December 30, 2021
in গুৱাহাটী, জীৱনশৈলী, বিবিধ, বিশ্ব
0
এখন অদ্ভুট আইন! আপোনাৰ বেলকনি সজাব লাগিব প্ৰশাসনৰ মতে অন্যথা ভৰিব লাগিব জৰিমনা
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নাগৰিকক জৰিমনা ভৰোৱাটোৱেই যেন প্ৰশাসনৰ মূল কাম৷ নিজৰ ঘৰৰ বেলকনিটো আপুনি কি কামত ব্যৱহাৰ কৰিব সেই কথাও এতিয়াৰে পৰা ধাৰ্য্য কৰিব প্ৰশাসনে৷ বেলকনিত কাপোৰ মেলিলেও আপুনি ভৰিব লাগিব জৰিমনা৷ এখন নতুন তথা অদ্ভুট আইন৷ এই আইন প্ৰৱৰ্তন কৰিছে ডুবাই পৌৰনিগমে৷ নিজৰ চহৰখন পৰিস্কাৰ- পৰিচন্ন কৰি ৰখাৰ উদ্দেশ্য এই বিশেষ আইন প্ৰণয়ন কৰিছে ডুবাই পৌৰনিগমে৷ ভাৰতত সম্ভৱ নহ’লেও এই আইন কঠোৰভাৱে বলবৎ হ’ব ডুবাইত৷ শেহতীয়াভাৱে ডুবাই মিউনিচিপালিটীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷ এই আইন অমান্যকাৰীয়ে ১০ হাজাৰৰ পৰা ৩০ হাজাৰ পৰ্যন্ত ভৰিব লাগিব জৰিমনা৷ চহৰখন পৰিস্কাৰ-পৰিচন্ন কৰিব ৰখাব উদ্দেশ্যই এই সিদ্ধান্ত ডুবাই মিউনিচিপালিটীৰ৷ টুইটযোগে নাগৰিক আইন কাৰ্যকৰী কৰিবৰ বাবে বিশেষভাৱে আহ্বান জনাইছে পৌৰনিগমে৷

ডুবাই পৌৰ নিগমৰ কেতবোৰ নিৰ্দেশনা, য’ত ভৰিবলগীয়া হ’ব পাৰে জৰিমনা—

  • বেলকনি বা খিৰিকীত কাপোৰ মেলিব নোৱাৰিব৷
  • বেলকনিৰ পৰা চিগাৰেটৰ টুকুৰা তলত পৰিলেও নাগৰিকে ভৰিব লাগিব জৰিমনা৷
  • বেলকনিৰ পৰা আৱৰ্জনা দলিয়াব নোৱাৰিব ব্যক্তিয়ে৷
  • বেলকনি পৰিস্কাৰ কৰা সময়ত তললৈ পৰিব নোৱাৰিব পানী৷
  • পানীৰ টুপাল পৰিলেও ভৰিব লাগিব জৰিমনা৷
  • পক্ষীক খাদ্য দিব নোৱাৰিব বেলকনিৰ পৰা৷
  • কোনো ধৰণৰ এন্টেনা বা dish লগোৱাতো বাধা আৰোপ কৰিছে প্ৰশাসনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeldubaidubai municipality
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
ভাৰততো আৰম্ভ হ’ল নেকি কোভিডৰ তৃতীয় ঢৌ? কি কয় WHOৰ বিজ্ঞানী সৌম্যা স্বামীনাথনে…

ভাৰততো আৰম্ভ হ’ল নেকি কোভিডৰ তৃতীয় ঢৌ? কি কয় WHOৰ বিজ্ঞানী সৌম্যা স্বামীনাথনে…

বিশ্বৰ অন্যতম ব্যয়বহুল ‘ব্লেক আইভৰি কফি’, উচ্চ গুণবিশিষ্ট এই কফি কিদৰে তৈয়াৰ কৰা হয় জাননে?

বিশ্বৰ অন্যতম ব্যয়বহুল ‘ব্লেক আইভৰি কফি’, উচ্চ গুণবিশিষ্ট এই কফি কিদৰে তৈয়াৰ কৰা হয় জাননে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.