• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ অন্যতম ব্যয়বহুল ‘ব্লেক আইভৰি কফি’, উচ্চ গুণবিশিষ্ট এই কফি কিদৰে তৈয়াৰ কৰা হয় জাননে?

বিশ্বৰ অন্যতম ব্যয়বহুল ‘ব্লেক আইভৰি কফি’, উচ্চ গুণবিশিষ্ট এই কফি কিদৰে তৈয়াৰ কৰা হয় জাননে?

5 years ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

31 minutes ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

1 hour ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

1 hour ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

3 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

12 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

12 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

12 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

13 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

14 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

15 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্বৰ অন্যতম ব্যয়বহুল ‘ব্লেক আইভৰি কফি’, উচ্চ গুণবিশিষ্ট এই কফি কিদৰে তৈয়াৰ কৰা হয় জাননে?

editor by editor
December 31, 2021
in বিবিধ, বিশ্ব
0
বিশ্বৰ অন্যতম ব্যয়বহুল ‘ব্লেক আইভৰি কফি’, উচ্চ গুণবিশিষ্ট এই কফি কিদৰে তৈয়াৰ কৰা হয় জাননে?
0
SHARES
717
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘ব্লেক আইভৰি কফি’— বিশ্বৰ অন্যতম ব্যয়বহুল কফি৷ সুস্বাদু আৰু সুগন্ধিৰ সমাহাৰ ‘ব্লেক আইভৰি কফি’৷ এই কফিৰ উৎপত্তিস্থল থাইলেণ্ড৷ বিশ্বৰ বিভিন্ন প্ৰান্তত অতি জনপ্ৰিয় এই ব্লেক আইভৰি কফি৷ কিন্তু কফিৰ এই সুগন্ধিৰ আঁৰত আছে এটি আশ্বৰ্যকৰ ৰহস্য৷ কাৰণ হাতীৰ মল ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় ব্লেক আইভৰি কফি৷ এই কথা জনাইছে খুদ কফি প্ৰস্তুতকাৰী সংস্থাৰ মালিক ব্লেক ডানকিনে৷ উচ্চ গুণবিশিষ্ট তথা স্বাদযুক্ত এই কফিৰ এক কেজিৰ দাম ভাৰতীয় হিচাপত ২৬ হাজাৰ টকা৷ ‘ব্লেক আইভৰি কফিত ব্যৱহাৰ কৰা হাতীৰ বিষ্ঠাও তৈয়াৰ কৰা হয় পৃথকধৰণেৰে৷ কফিত যিসমূহ হাতীৰ বিষ্ঠা প্ৰয়োগ কৰে সেইসমূহ হাতীৰ লালন-পালনৰ প্ৰক্ৰিয়াও সুকীয়া৷ হাতীসমূহক বিশেষধৰণেৰে খাবলৈ দিয়া হয় আৰবৰ এক চেৰী৷ ফল-মূল আৰু বিভিন্ন ধৰণৰ স্বাদযুক্ত আহাৰ খাবলৈ দিয়ে হাতী সমূহক৷ আৰা তাৰ পাছত সেই হাতীয়ে ত্যাগ কৰা মল প্ৰয়োগ কৰে বিশেষ কফি তৈয়াৰ কৰোতে৷ হাতী তৃণভোজী বাবে হাতীৰ বিষ্ঠাও সুগন্ধিযুক্ত বুলি উল্লেখ কৰিছে ব্লেক ডানকিনে৷

কি দৰে তৈয়াৰ কৰা হয় কফিত ব্যৱহাৰ কৰা হাতীৰ বিষ্ঠা?

প্ৰথমে হাতীৰ বিষ্ঠা সংগ্ৰহ কৰি পৰিস্কাৰ কৰা হয় আৰু ৰ’দত শুকাবলৈ দিয়া হয়৷ ভালদৰে শুকুৱাৰ পাছত ওপৰৰ ভাগ পেলাই দিয়া হয় আৰু যন্ত্ৰৰ সহায়ত গুৰি কৰি লোৱা হয়৷ তাৰ পাছত এক বিশেষ প্ৰক্ৰিয়াৰে ভাজি লৈ কফি তৈয়াৰ কৰোতে প্ৰয়োগ কৰে এই হাতীৰ বিষ্ঠা৷ আপুনিও খাব বিচাৰেনে এই সুস্বাদু ‘ব্লেক আইভৰি কফি’?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelblack ivory coffee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

September 18, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

September 17, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
Next Post
কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.