• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

5 years ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

27 minutes ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

48 minutes ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

2 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

4 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

6 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

19 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

20 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

20 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

21 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

21 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

editor by editor
December 31, 2021
in ক'ভিড-১৯, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা৷ কোভিড পজিটিভ হোৱাৰ বাবেই টয়লেটতে আৱদ্ধ থাকিব লগা হয় মহিলাগৰাকী৷ কিন্তু ফ্লাইট কৰ্তৃপক্ষই আৱদ্ধ কৰা নাই মহিলাগৰাকীক, মহিলাগৰাকীয়ে নিজেই গ্ৰহণ কৰিছে এই পদক্ষেপ৷ কাৰণ ফ্লাইটেৰে গৈ থকা অৱস্থাতেই মহিলাগৰাকীয়ে লাভ কৰিছিল কোভিড পজিটিভ ৰিপ’ৰ্ট৷ এনে পৰিস্থিতিত মহিলগৰাকীয়ে নিজকে আইচ’লেট কৰি ৰাখিছিল ফ্লাইটৰ টয়লেটত৷ মহিলাগৰাকী হৈছে আমেৰিকাৰ মাৰিচা ফোটিঅ’৷  চিকাগ’ৰ পৰা আইচলেণ্ড অভিমুখে যাত্ৰা কৰিছিল মাৰিচা৷ ফ্লাইটতেই তেওঁ কাহৰ উপৰি জ্বৰৰ উমান পায়৷ সেই কথা ফ্লাইট কৰ্তৃপক্ষক অৱগত কৰাত মহিলাগৰাকীক ততাতৈয়াকৈ কোভিড টেষ্ট কৰোৱায়৷ টেষ্টত পজিটিভ ৰিপ’ৰ্ট অহাত অন্য যাত্ৰীৰ যাতে কোনো অসুবিধা নহয় সেই বাবেই নিজকে ৫ ঘণ্টা ধৰি টয়লেটত আৱদ্ধ কৰি ৰাখে মাৰিচাই৷ এই ঘটনাৰ ভিডিঅ’ তেওঁ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে৷ দ্ৰুত গতিত ভাইৰেল হৈছে সেই ভিডিঅ’৷ উল্লেখ্য ফ্লাইটখনত আছিল ১৫০গৰাকী যাত্ৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelwoman isolate in flight toilet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?
বাণিজ্য

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

August 24, 2026
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা
ভাৰত

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

August 24, 2026
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ
ভাৰত

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

August 24, 2026
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট
বাণিজ্য

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

August 24, 2026
Next Post
পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

শিশুৰ বাবে অধিক বিপজ্জনক ‘অমিক্ৰণ’, আপোনাৰ শিশুটিক কি দৰে বচাই ৰাখিব সংক্ৰমণৰ পৰা?

শিশুৰ বাবে অধিক বিপজ্জনক ‘অমিক্ৰণ’, আপোনাৰ শিশুটিক কি দৰে বচাই ৰাখিব সংক্ৰমণৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.