• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ’ব একচন

অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ’ব একচন

11 months ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

10 minutes ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

53 minutes ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

1 hour ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

1 hour ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

11 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

11 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

12 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

12 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

13 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

13 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

14 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ’ব একচন

editor by editor
May 16, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ’ব একচন
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ’ব একচন

বলীউডৰ অভিনেতা ছেইফ আলী খানৰ তিনি ঠাইৰ সম্পত্তিৰ সন্দৰ্ভত এক নতুন তথ্য প্ৰকাশ। এই তিনি সম্পত্তিৰ আছে পাকিস্তান কানেকচন। যাৰ বাবে এই তিনি সম্পত্তি শত্ৰুৰ সম্পত্তিৰ অধীনলৈ যাব।

এই তিনি সম্পত্তিৰ ভিতৰত ভূপাল, ছিহোৰ আৰু ৰাইজেনৰ কোটি কোটি মূল্যৰ সম্পত্তি অন্তৰ্ভুক্ত। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ কাষ্টোডিয়ান অৱ এনিমি প্ৰপাৰ্টি (চিইপিআই) য়ে ২০২৫ চনৰ ৮ মে’ৰ এখন পত্ৰযোগে ছেইফৰ আজোককাক নবাব হামিদুল্লাহ খানৰ দুই কন্যা ছৈইফৰ আইতাক আবিদা আৰু আফতাব বেগম পাকিস্তানৰ নাগৰিক বুলি জানিবলৈ দিয়ে।

পাকিস্তানৰ নাগৰিক হোৱা হেতুকে ভাৰতত থকা দুয়োৰে সম্পত্তিবোৰ যিবোৰ যদিও বংশ হিচাপে ছৈইফে লাভ কৰিছে, তথাপি সেই সম্পত্তি শত্ৰুৰ সম্পত্তি বুলি ঘোষণা কৰা হৈছে।

এই তথ্য সমাজকৰ্মী অমিতাভ অগ্নিহোত্ৰীৰ অভিযোগৰ ওপৰত দিয়া হৈছে। এতিয়া চি ই পি আইৰ দলটোৱে এক সমীক্ষা চলাই আছে। অগ্নিহোত্ৰীয়ে দাবী জনাইছে যে ১৯৪৯ চনৰ একত্ৰীকৰণ চুক্তিৰ মূল প্ৰতিলিপি নবাব পৰিয়ালৰ পৰা বিচাৰিব লাগে আৰু দাখিল নকৰিলে সম্পত্তি জব্দ কৰিব লাগে।

উচ্চ ন্যায়ালয়ত দাখিল কৰা মালা শ্ৰীবাস্তৱৰ প্ৰতিবেদন অনুসৰি ভূপাল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ প্ৰায় ৫৫০ একৰ মাটি নবাব পৰিয়ালৰ নামত পঞ্জীয়ন কৰা হৈছিল, যিটো ব্যক্তিগত সম্পত্তি নাছিল।

এম এইচ এৰ প্ৰতিবেদন অনুসৰি ভাৰতত পাকিস্তানীৰ মুঠ ১২,৯৮৩ সম্পত্তি আছে। এই সকলোবোৰ শত্ৰুৰ সম্পত্তিৰ অধীনলৈ আহে। এই সম্পত্তিসমূহ শত্ৰুৰ সম্পত্তিৰ কাষ্টডিয়ান, চিইপিআইৰ ওচৰত। ইয়াৰে অধিকাংশ সম্পত্তি উত্তৰ প্ৰদেশ (৫৬৮৮) আৰু পশ্চিম বংগ (৪৩৫৪)ত অৱস্থিত।

পাছে কি এই শত্ৰুৰ সম্পত্তি? শত্ৰুৰ সম্পত্তি ভাৰতৰ পৰা পাকিস্তান বা চীনলৈ প্ৰব্ৰজন কৰা লোকৰ সম্পত্তি , যি সম্পত্তি ভাৰতত এৰি থৈ গৈছিল। ভাৰত চৰকাৰে এই সম্পত্তিবোৰক শত্ৰুৰ সম্পত্তি বুলি ঘোষণা কৰিছিল আৰু এইবোৰক চিইপিআইৰ তত্বাৱধানত ৰখা হৈছে।

১৯৬৮ চনৰ শত্ৰুৰ সম্পত্তি আইন অনুসৰি শত্ৰুৰ সম্পত্তি মূল মালিক বা তেওঁৰ উত্তৰাধিকাৰীয়ে হস্তান্তৰ বা পুনৰ দাবী কৰিব নোৱাৰে।

শত্ৰুৰ সম্পত্তি বিক্ৰী, লিজ বা অন্য কোনো ধৰণে ব্যৱহাৰ কৰাৰ অধিকাৰ চিইপিআইয়ে সংৰক্ষণ কৰে। ২০১৭ চনত শত্ৰুৰ সম্পত্তি আইন সংশোধনীৰ পিছত ভাৰতীয় নাগৰিক হোৱা আইনী উত্তৰাধিকাৰীয়ে শত্ৰুৰ সম্পত্তিৰ ওপৰত কোনো দাবী নাথাকে আৰু তেওঁলোকৰ নিষ্পত্তিৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ অধিকাৰী নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: propertysaif ali khanSaif Ali Khan Property
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?
জীৱনশৈলী

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

April 10, 2026
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ
জীৱনশৈলী

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

April 10, 2026
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
Next Post
বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

বৰষুণে বিধি পথালি দিলে কি হ'ব ফাইনেল খেল, কোনে নিব পদক

পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত

পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.