• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

2 months ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

23 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

ছলমান খান আৰু ভগ্নীলৈ আদালতৰ চমন জাৰি

editor by editor
August 6, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউডৰ ‘ভাইজান’ অভিনেতা ছলমান খান আৰু তেওঁৰ ভগ্নী আলভিৰা খান অগ্নিহোত্ৰীক ‘বিং হিউমেন’ গহনা শ্ব’ৰুমৰ সৈতে জড়িত এক প্ৰতাৰণাৰ গোচৰত চণ্ডীগড়ৰ জিলা আদালতে চমন জাৰি কৰিছে। এই চমন ‘ষ্টাইল এণ্ড কণ্টেণ্ট জুৱেলাৰী প্ৰাইভেট লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোৰ পৰিচালককো জাৰি কৰা হৈছে। আদালতে ৫ অক্টোবৰত সংশ্লিষ্টসকলক হাজিৰ হৈ অভিযোগসমূহৰ ওপৰত নিজৰ পক্ষ আৰু উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। চণ্ডীগড়ৰ অৰুণ গুপ্তা নামৰ এজন ব্যৱসায়ীয়ে ২০২১ চনত দাখিল কৰিছিল এক গোচৰ। ছলমান খানৰ বিৰুদ্ধে এই চমন অভিযুক্ত হিচাপে নহয়, বৰং অভিযোগৰ প্ৰতি নিজৰ বক্তব্য আৰু স্পষ্টীকৰণ দাখিল কৰাৰ উদ্দেশ্যেহে জাৰি কৰা হৈছে।

ব্যৱসায়ী অৰুণ গুপ্তাই অভিযোগ কৰিছে যে কেইবছৰমান আগতে তেওঁ ‘বিগ বছ’ৰ ছেটত ছলমান খানক সাক্ষাৎ কৰিছিল। সেই সময়ত ছলমানে তেওঁক ‘বিং হিউমেন’ গহনাৰ শ্ব’ৰুম খুলিবলৈ উৎসাহিত কৰিছিল আৰু উদ্বোধনী অনুষ্ঠানত নিজে উপস্থিত থাকিব বুলি আশ্বাস দিছিল। এই আশ্বাসৰ ওপৰত বিশ্বাস ৰাখিয়েই তেওঁ আলভিৰা খানৰ ‘বিং হিউমেন জুৱেলাৰী’ ব্ৰেণ্ডৰ ফ্ৰেঞ্চাইজী গ্ৰহণ কৰে আৰু প্ৰায় ৩ কোটি টকা বিনিয়োগ কৰি এটা শ্ব’ৰুম মুকলি কৰে। অভিযোগ অনুসৰি, তেওঁ ‘বিং হিউমেন’ গহনাৰ বিপণনৰ অধিকাৰ থকা ‘ষ্টাইল এণ্ড কণ্টেণ্ট জুৱেলাৰী প্ৰাইভেট লিমিটেড’ৰ সৈতে চুক্তিবদ্ধ হৈছিল।

ব্যৱসায়ী অৰুণ গুপ্তাৰ দাবী অনুসৰি, কেৱল শ্ব’ৰুমটো সাজু কৰাতেই প্ৰায় ১ কোটি টকা ব্যয় হৈছিল। তেওঁ চুক্তিৰ সকলো চৰ্ত পালন কৰিছিল যদিও, শ্ব’ৰুম আৰম্ভ হোৱাৰ পিছত কোম্পানীয়ে প্ৰতিশ্ৰুতি অনুসৰি ব্যৱসায়িক সহায় আগবঢ়োৱা নাছিল। ইয়াৰ উপৰিও তেওঁ অভিযোগ কৰে যে, শ্ব’ৰুম মুকলি হোৱাৰ কিছুদিনৰ ভিতৰতে ‘বিং হিউমেন’ গহনা যোগান ধৰা ষ্ট’ৰ হঠাতে বন্ধ হৈ যায়। ২০২০ চনৰ ফেব্ৰুৱাৰীৰ পৰা যোগান ব্যৱস্থা ব্যাহত হোৱাৰ ফলত পণ্যৰ অভাৱ দেখা দিয়ে আৰু ব্যৱসায়ত ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।

আনহাতে ‘ষ্টাইল এণ্ড কণ্টেণ্ট জুৱেলাৰী প্ৰাইভেট লিমিটেড’-এ এই অভিযোগসমূহ আগতেই অস্বীকাৰ কৰিছে। কোম্পানীৰ দাবী অনুসৰি, ২০১৮ চনত হোৱা চুক্তিত ছলমান খানৰ কোনো প্ৰত্যক্ষ ভূমিকা নাছিল। কোম্পানীয়ে কয় যে, ২০১৫ চনত ‘বিং হিউমেন’ ফাউণ্ডেচনে ‘ষ্টাইল এণ্ড কণ্টেণ্ট জুৱেলাৰী প্ৰাইভেট লিমিটেড’ক ‘বিং হিউমেন’ ব্ৰেণ্ড ব্যৱহাৰৰ লাইচেঞ্চ প্ৰদান কৰিছিল। গহনাৰ উৎপাদন, বিপণন আৰু বিক্ৰীৰ সম্পূৰ্ণ দায়িত্ব কোম্পানীটোৰ ওপৰতেই আছিল। ইফালে অৰুণ গুপ্তাই অভিযোগ কৰিছে যে তেওঁক আকৰ্ষণীয় প্ৰতিশ্ৰুতিৰে বিনিয়োগ কৰিবলৈ প্ৰেৰণা দিয়া হৈছিল। তেওঁক কোৱা হৈছিল যে শ্ব’ৰুমৰ উদ্বোধনত ছলমান খান নিজে উপস্থিত থাকিব। কিন্তু শেষত ছলমানৰ সলনি তেওঁৰ ভগ্নীপতি আয়ুষ শৰ্মা অনুষ্ঠানত উপস্থিত হয়। অভিযোগকাৰীৰ মতে, এই সমগ্ৰ বিষয়টোৰ বিষয়ে ছলমান খান অৱগত আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Salman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী
বিনোদন

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

October 6, 2026
Next Post
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.