• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

2 months ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

14 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

37 minutes ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

2 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

4 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

গেছ-বদহজম দূৰ কৰাৰ বাবেও যি উপকাৰী

editor by editor
August 6, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি
0
SHARES
674
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি একেবাৰে কম বয়সীয়া কিশোৰ-কিশোৰীয়েও সৰু সৰু কথা পাহৰি যোৱাৰ বহু অভিযোগ আহে। অহৰহ মানসিক চাপ, টোপনিৰ অভাৱ, ভাৰসাম্যহীন খাদ্য আৰু ডিজিটেল ডিভাইচৰ অত্যধিক ব্যৱহাৰে মগজুত প্ৰভাৱ পেলাব পাৰে। এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ মানুহে বনৌষধিৰ ফালে আকৰ্ষিত হৈছে। ৰোজমেৰী এনেকুৱা এটা সুগন্ধি বনৌষধি, যাৰ বিষয়ে আয়ুস মন্ত্ৰালয়েও তথ্য ভাগ-বতৰা কৰিছে। বৈজ্ঞানিক অধ্যয়নত দেখা গৈছে যে ৰোজমেৰীৰ কিছুমান প্ৰাকৃতিক যৌগই মগজুৰ কোষক সুৰক্ষা দিয়াত সহায় কৰে।

ৰোজমেৰী এবিধ সুগন্ধি বনৌষধি যাক মছলা হিচাপে, বনৌষধি চাহত, পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰা হয়। আয়ুস মন্ত্ৰালয়ৰ মতে, ই স্মৃতিশক্তি উন্নত কৰাত সহায়ক হয় ৷ ৰোজমেৰীত পোৱা প্ৰাকৃতিক এন্টিঅক্সিডেন্ট আৰু জৈৱ সক্ৰিয় যৌগসমূহে শৰীৰ আৰু মগজুক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰাত সহায় কৰে। সুস্থ জীৱনশৈলীৰ অংশ হিচাপে ইয়াক উপযোগী বুলি গণ্য কৰা হয়, কিন্তু কোনো গুৰুতৰ ৰোগৰ চিকিৎসাৰ বিকল্প হিচাপে নহয়।

NCBIৰ মতে, ৰোজমেৰী আৰু ইয়াৰ সক্ৰিয় উপাদানৰ গোন্ধে স্মৃতিশক্তি আৰু একাগ্ৰতাত ইতিবাচক প্ৰভাৱ পেলায়। অৱশ্যে বিশেষজ্ঞসকলে কয় যে এই বিষয়ত বৃহৎ ক্লিনিকেল ট্ৰায়েলৰ প্ৰয়োজন। গতিকে ইয়াক স্মৃতিশক্তি বৃদ্ধিৰ বাবে একেবাৰে নিৰাময়ক বুলি নাভাবি, বৰঞ্চ ইয়াক সহায়ক প্ৰাকৃতিক বিকল্প বুলি গণ্য কৰা উচিত।
NCBI আৰু অন্যান্য গৱেষণাৰ মতে ৰোজমেৰীত থকা কাৰ্ন’চিক এচিড, কাৰ্ন’ছল আৰু ৰছমাৰিনিক এচিডক শক্তিশালী এন্টিঅক্সিডেন্ট বুলি গণ্য কৰা হয়, যিবোৰ মগজু আৰু সামগ্ৰিক স্বাস্থ্য দুয়োটাৰে বাবে উপকাৰী।

কোষক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰিব পাৰে। নিউৰনক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। শিক্ষণ আৰু স্মৃতিশক্তি প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ স্নায়ুসংবহনকাৰী এচিটাইলক’লিনৰ মাত্ৰা বজাই ৰখাত সহায় কৰিব পাৰে। জীৱ-জন্তুৰ ওপৰত কৰা অধ্যয়নত কাৰ্নোচিক এচিডে স্নায়ু সুৰক্ষামূলক প্ৰভাৱ পেলোৱা দেখা গৈছে যদিও মানুহৰ ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন। লগতে NCBIৰ মতে গেছ, বদহজমৰ দৰে ৰোগৰ বাবেও ৰোজমেৰী উপকাৰী। পৰম্পৰাগত চিকিৎসাত ইয়াক হজম শক্তি উন্নত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

ৰোজমেৰীত ভিটামিন, পলিফিনল, এন্টিঅক্সিডেন্ট আদি প্ৰচুৰ পৰিমাণে থাকে। এইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব পাৰে। নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰে সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ভালদৰে সক্ষম হ’ব পাৰে। যদিও ই কোনো ৰোগৰ নিৰাময়ক নহয়, তথাপিও ই সুস্থ জীৱনশৈলীৰ অংশ হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
Next Post
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ'ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.