• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

3 months ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

3 minutes ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

34 minutes ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

1 hour ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

2 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

3 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

4 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

4 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

5 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

22 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

23 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

24 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

দেশৰ হৈ খেলিছিল ৭১খন টেষ্ট আৰু ২৪৭খন ODI

editor by editor
August 6, 2026
in অপৰাধ, ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, লেখা
0
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্বৰ বাংলাদেশী ক্ৰিকেটাৰ আৰু আৱামী লীগৰ প্ৰাক্তন সাংসদ ছাকিব অল হাছানৰ মাগুৰা চহৰত থকা বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ কৰিছে। অভিযোগ অনুসৰি, দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ এক ভাৰ্চুৱেল সংবাদমেলাত ছাকিবে অংশগ্ৰহণ কৰাৰ মাত্ৰ কেইঘণ্টামান পিছতেই এই ঘটনা সংঘটিত হয়। বাংলাদেশৰ আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, নিশা প্ৰায় ৯ বজাৰ ভিতৰত দুৰ্বৃত্তই ছাকিবৰ বাসগৃহলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে আৰু ঘৰৰ কেইবাখনো খিৰিকী ভাঙি পেলায়। মাগুৰা সদৰ থানাৰ বিষয়া মোহাম্মদ আব্দুল্লাহ আল মামুনে সদৰী কৰা মতে, আক্ৰমণকাৰীসকলে ঘৰটোত অগ্নিসংযোগ কৰাৰো চেষ্টা কৰে।

অৱশ্যে ঘটনাৰ সময়ত ছাকিবৰ বাসগৃহটোত কোনো লোক নাছিল। সম্প্ৰতি ক্ৰিকেটাৰজন শ্ৰীলংকাত আছে। ঘটনাৰ পিছতেই আৰক্ষীয়ে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। বুধবাৰে সন্ধিয়া শ্বেখ হাছিনাই প্ৰায় দুবছৰৰ পিছত এক ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰে। কেৱল অডিঅ’যোগেহে এই ভাৰ্চুৱেল সংবাদমেলখনত অংশ লৈছিল শ্বেখ হাছিনাই। এই ভাৰ্চুৱেল সংবাদমেলখনত ছাকিবৰ উপৰিও শ্বেখ হাছিনাৰ পুত্ৰ ছজীৱ ৱাজিদ জয় আৰু বাংলাদেশৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মহিদুল হাছান চৌধুৰীয়ে অংশ লৈছিল।

আৱামী লীগৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছতো ছাকিবে ক্ৰিকেট কেৰিয়াৰ অব্যাহত ৰাখিছিল। ২০২৪ চনৰ আগষ্টত বাংলাদেশত সংৰক্ষণবিৰোধী ছাত্ৰ আন্দোলনে তীব্ৰ ৰূপ লোৱাৰ সময়ত তেওঁৰ ভূমিকাক লৈ ব্যাপক সমালোচনা হৈছিল। ছাত্ৰ আন্দোলনৰ সময়ত আৱামী লীগৰ সাংসদ হৈও ছাকিবে কোনো ধৰণৰ ৰাজহুৱা মন্তব্য নকৰাত বহুতে তেওঁৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। পিছত শ্বেখ হাছিনা চৰকাৰ পতনৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত আৱামী লীগৰ নেতা-সাংসদসকলৰ বাসগৃহত আক্ৰমণৰ ঘটনা সংঘটিত হয়। সেই সময়তো ছাকিবৰ মাগুৰাৰ ঘৰটো আক্ৰমণৰ সন্মুখীন হৈছিল। অৱশ্যে সেই সময়তো তেওঁ দেশৰ বাহিৰত আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bangladesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

October 30, 2026
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!
অসম

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

October 30, 2026
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

October 30, 2026
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

October 30, 2026
Next Post
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.