• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শত্ৰু নহয়, সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে, পানৱেল ফাৰ্ম হাউচলৈ বিশেষ আদৰণি

শত্ৰু নহয়, সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে, পানৱেল ফাৰ্ম হাউচলৈ বিশেষ আদৰণি

5 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

1 hour ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

2 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

2 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

3 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

4 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

4 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

5 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

5 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

7 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শত্ৰু নহয়, সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে, পানৱেল ফাৰ্ম হাউচলৈ বিশেষ আদৰণি

editor by editor
December 27, 2021
in গুৱাহাটী, বিনোদন, ভাৰত
0
শত্ৰু নহয়, সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে, পানৱেল ফাৰ্ম হাউচলৈ বিশেষ আদৰণি
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে৷ লগতে অভিনেতাগৰাকীয়ে সাপটোৰ সৈতে কেইখনমান বিশেষ ফটোও তুলিছে৷ জন্মদিনৰ এদিন পূৰ্বে অৰ্থাৎ শনিবাৰে পানৱেল ফাৰ্ম হাউচত সৰ্প দংশনৰ পাছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ছলমান খানৰ এটি বিশেষ ভিডিঅ’৷ ৬ ঘণ্টা চিকিৎসালয়ত থকাৰ পাছত সুস্থ হৈয়ে পুনৰ ফাৰ্ম হাউচলৈ গৈছে ‘ভাইজান’৷ দংশন কৰা সেই সাপটোক পুনৰ ফাৰ্ম হাউচলৈ লৈ অনা হৈছে৷ ছলমান খানৰ ভাষ্য অনুসৰি, জংঘললৈ পুনৰ ঘূৰাই অনা হৈছে সাপটো৷ লগতে তেওঁ কয়, তেওঁৰ ভগ্নীয়ে কিছু ভয় কৰিছিল যদিও এতিয়া সেই সাপটোৰ সৈতে এক বিশেষ বন্ধুত্বৰ সম্পৰ্কহে গঢ়ি তুলিছে ছলমানে৷ উল্লেখ্য, সেই বিষাক্ত সাপটোৱে ৩ বাৰকৈ দংশন কৰিছিল ছলমান খানক৷ উল্লেখ্য, আজি ছলমান খানৰ ওপজা দিন৷ পানৱেল ফাৰ্ম হাউচত বন্ধু তথা আত্মীয়ৰ সৈতে গ্ৰেণ্ড বাৰ্থডে’ পাটি উদযাপন কৰে অভিনেতাগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelSalman Khansalman khan snake bite
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
Next Post
১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিশুৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া, কি দৰে আৰু ক’ত কৰিব পঞ্জীয়ন?

১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিশুৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া, কি দৰে আৰু ক’ত কৰিব পঞ্জীয়ন?

নিজৰ সুৰক্ষাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে, VR10 সুৰক্ষাৰে Mercedes-Maybach S650 মোদীৰ নতুন কনভয় কাৰ

নিজৰ সুৰক্ষাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে, VR10 সুৰক্ষাৰে Mercedes-Maybach S650 মোদীৰ নতুন কনভয় কাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.