• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি নাগা চৈতন্যৰ দ্বিতীয় বিবাহ, ছামান্থাতকৈ শোভিতাৰ সম্পত্তিৰ পাৰ্থক্য কিমান, জনপ্ৰিয়তা কিমান…

আজি নাগা চৈতন্যৰ দ্বিতীয় বিবাহ, ছামান্থাতকৈ শোভিতাৰ সম্পত্তিৰ পাৰ্থক্য কিমান, জনপ্ৰিয়তা কিমান…

2 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

2 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

2 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

2 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

3 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

4 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

4 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

5 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

6 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

7 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

8 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আজি নাগা চৈতন্যৰ দ্বিতীয় বিবাহ, ছামান্থাতকৈ শোভিতাৰ সম্পত্তিৰ পাৰ্থক্য কিমান, জনপ্ৰিয়তা কিমান…

editor by editor
December 4, 2024
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
আজি নাগা চৈতন্যৰ দ্বিতীয় বিবাহ, ছামান্থাতকৈ শোভিতাৰ সম্পত্তিৰ পাৰ্থক্য কিমান, জনপ্ৰিয়তা কিমান…
0
SHARES
472
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি নাগা চৈতন্যৰ দ্বিতীয় বিবাহ, ছামান্থাতকৈ শোভিতাৰ সম্পত্তিৰ পাৰ্থক্য কিমান, জনপ্ৰিয়তা কিমান…

আজি ৪ ডিচেম্বৰ তাৰিখে দক্ষিণৰ তাৰকা নাগা চৈতন্যৰ বিবাহ। ছামান্থা ৰুথ প্ৰভুৰ সৈতে বিচ্ছেদৰ পাছত এয়া নাগা চৈতন্যৰ দ্বিতীয় বিবাহ। হবলগীয়া পত্নী গৈছে শোভিতা ধুলিপালা।

সম্পূৰ্ণ দাক্ষিনাত্যৰ তেলেগু নিয়ম অনুসাৰে সম্পন্ন হব এই বিবাহ অনুষ্ঠান। প্ৰায় ৪ ঘণ্টা ধৰি হব এই বিবাহ অনুষ্ঠান। দুয়োৰে এই গ্ৰেণ্ড বিবাহ অনুষ্ঠান অনুষ্ঠিত হব অন্নপূৰ্ণা ষ্টুডিঅ’ৰ প্ৰাংগনত। ছামান্থাৰ সৈতে পূৰ্বৰ বিবাহো বহু গ্ৰেণ্ড হৈছিল। কিয়নো স্বামী-স্ত্ৰী দুয়ো দাক্ষিণৰ ছুপাৰষ্টাৰ আছিল।

ছামান্থাৰ সৈতে নাগা চৈতন্যৰ বিবাহ বিচ্ছেদৰ খবৰে দক্ষিণৰ চিনেমাজগতক আচৰিত কৰি তুলিছিল। ২০১৭ চনত বিবাহ পাশত আৱদ্ধ হৈ দুয়ো ২০২১ চনত বিচ্ছেদ হৈছিল। ছামান্থা য’ত এতিয়া অকলশৰীয়াকৈ আছে, তাৰ বিপৰীতে নাগাৰ আজি বিবাহ।

পাছে নাগা চৈতন্যৰ পূৰ্বৰ পত্নী আৰু বৰ্তমনাৰ পত্নীৰ মাজত কিহত কিহত পাৰ্থক্য । ছামান্থাতকৈ শোভিতা ৪ বছৰে সৰু। ছামান্থাৰ জন্ম ১৯৮৭ চনত। শোভিতাৰ জন্ম ১৯৯২ চনত। আনহাতে নাগাৰ জন্ম ১৯৮৬ চনত।

সম্পত্তিৰ ক্ষেত্ৰত ছামান্থা আৰু শোভিতাৰ মাজত আকাশ-পাতাল পাৰ্থক্য। নাগা চৈতন্যৰ হবলগীয়া পত্নীৰ তুলনাত প্ৰাক্তন পত্নী ১০ গুণ অধিক ধনী।

দক্ষিণৰ অন্যতম সফল অভিনেত্ৰী ছামান্থাৰ বৰ্তমান নেট ৱৰ্থ ১০০ কোটিৰো অধিক। আনহাতে শোভিতাৰ কেৱলমাত্ৰ ৭ৰ পৰা ১০ কোটি। তাৰ বিপৰীতে নাগা চৈতন্যৰ সম্পত্তি প্ৰায় ১৫৪ কোটি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Naga ChaitnyaSamantha Ruth PrabhuShobhitaSouth Movie Industry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ

কোনে অন্তত ৬ মাহৰ বাবে বিচাৰিছিল মুখ্যমন্ত্ৰীৰ আসন ! শেষত দেবেন্দ্ৰ ফাড়নবিচৰ নামতেই চূড়ান্ত মোহৰ

আজিৰে পৰা ৩ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব চন্দ্ৰই, উন্নতিৰ লগতে লাভ কৰিব ধন

আজিৰে পৰা ৩ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব চন্দ্ৰই, উন্নতিৰ লগতে লাভ কৰিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.