• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা

মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা

editor by editor
March 13, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা
0
SHARES
32
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা

নিৰ্বাচন মানেই সকলো দলৰ সকলো প্ৰাৰ্থীৰে বহু আশা ভৰা প্ৰতিশ্ৰুতি। নিৰ্বাচন যিমানে কাষ চাপি আহিছে সিমানেই প্ৰতিশ্ৰুতিবোৰো বাাঢ়ি আহিবলৈ ধৰিছে। অসমতো এতিয়া সকলোফালে কেৱল নিৰ্বাচনী জ্বৰ। তাৰে মাজতে ৰাহুল গান্ধীয়ে আজি ১৩ মাৰ্চ বুধবাৰে কৰা এক টুইটে তোলপাৰ লগাই দিছে।

প্ৰকাশিত টুইট অনুসৰি, কিছু সংখ্যক বিশেষ মহিলাই বছৰি লাভ কৰিব ১ লাখকৈ টকা। নাৰী শক্তিক প্ৰণাম জনাই কংগ্ৰেছৰ অন্যতম নেতাগৰাকীয়ে এই কথা সদৰি কৰে। সদৰি কৰা কথা অনুসৰি মহালক্ষ্মী নামৰ এই প্ৰতিশ্ৰুতিত অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকীকৈ মহিলাই গ্যাৰাণ্টী সহিতে বছৰি লাভ কৰিব ১ লাখ টকা।

কেৱল এটাই নহয় ৫টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। দেশৰ মুঠ জনসংখ্যাৰ যদি আধা মহিলা হ’ব পাৰে তেন্তে সংৰক্ষণৰ ক্ষেত্ৰতো কিয় আধা হ’ব নোৱাৰে বুলি কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ নিয়োগৰ ক্ষেত্ৰত সমানে আধা পদ মহিলাৰ বাবে সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি।

আশা কৰ্মী, অংগনবাদী, মধ্যাহ্ন ভোজনৰ ৰান্ধনী আদিৰো দৰমহা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দুগুণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি। অধিকাৰ মৈত্ৰী বুলি সকলো পঞ্চায়ততে এগৰাকীকৈ মহিলা নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি, যাতে সেই মহিলাগৰাকীয়ে সজাগতা আনি আইনী ভাৱে ন্যায় পোৱাত সহায় কৰে অন্য মহিলাক।

দেশৰ প্ৰথমগৰাকী মহিলা শিক্ষয়ত্ৰী সাবিত্ৰী বাই ফুলেৰ নামেৰে সমগ্ৰ দেশতে, প্ৰতি ৰাজ্যৰ প্ৰতিখন জিলাতে দুগুণ অধিক ছাত্ৰীবাস মুকলি কৰাৰ প্ৰতিশ্ৰুতি। এই ছাত্ৰীবাসসমূহ কৰ্মোদ্যমী মহিলাৰ বাবে সুবিধা হোৱাকৈ মুকলি কৰাৰ কথা সদৰি কৰে ৰাহুল গান্ধীয়ে।

যদি এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰি শাসনলৈ আহে তেন্তে সমৃদ্ধিৰ দ্বাৰ নামেৰে এই ৫টাকৈ প্ৰতিশ্ৰুতি সফলভাৱে ৰূপায়িত কৰিব বুলি টুইট কৰে ৰাহুল গান্ধীয়ে।

https://x.com/RahulGandhi/status/1767827657675137373?s=20

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongresselectionindiaIndian Politicspolitical partyPolitical Powerrahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী

যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.