• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত নহ’ব! অৱশ্যে এই ১০খন মুছলমান দেশে দিছে সমলিংগৰ বিবাহক স্বীকৃতি

ভাৰতত নহ’ব! অৱশ্যে এই ১০খন মুছলমান দেশে দিছে সমলিংগৰ বিবাহক স্বীকৃতি

3 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

2 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

2 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

3 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

4 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

4 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

6 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

6 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

7 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতত নহ’ব! অৱশ্যে এই ১০খন মুছলমান দেশে দিছে সমলিংগৰ বিবাহক স্বীকৃতি

editor by editor
October 18, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ভাৰতত নহ’ব! অৱশ্যে এই ১০খন মুছলমান দেশে দিছে সমলিংগৰ বিবাহক স্বীকৃতি
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত সমলিংগৰ বিবাহক স্বীকৃতি প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে। এই বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰ সংসদৰ বুলি জনাইছে শীৰ্ষ আদালতে। বৰ্তমান বিশ্বৰ ৩৫ খন দেশত সমলিংগ বিবাহত বৈধতা আছে। আমেৰিকা, ব্ৰিটেইন, কানাডাৰ ওপৰিও তালিকাত আছে ১০খন মুছলমান দেশ। কোনকেইখন মুছলমান দেশে সমলিংগৰ বিবাহক স্বীকৃতি দিছে?

সমলিংগৰ বিবাহত স্বীকৃতি প্ৰদান কৰা মুছলমান দেশসমূহৰ মাজত পোনতেই হৈছে ইন্দোনেছিয়া। বিশ্বৰ সৰ্বাধিক ইছলামিক জনসংখ্যাৰ দেশ হৈছে ইন্দোনেছিয়া। ইয়াৰোপৰি ইউৰোপৰ তুৰ্কি, উত্তৰ ছাইপ্ৰাচৰ আইনত সমলিংগ বিবাহক স্বীকৃতি দিয়া হৈছে। এছিয়াৰ মাজত আজাৰবাইজান, আলবেনিয়া আৰু কাজাখাস্তানেও সমপ্ৰেমী বিবাহক বৈধতা প্ৰদান কৰিছে। পশ্চিম এছিয়াৰ ওপৰিও আৰবৰ কেইবাখনো দেশে সমলিংগৰ বিবাহক মৰ্যদা প্ৰদান কৰিছে। আফ্ৰিকাৰ মালি আৰু নাইজাৰতো বিবাহৰ অনুমতি দিয়া হৈছে সমপ্ৰেমীসকলক।

সমলিংগৰ বিবাহক স্বীকৃতি
বিগত বৰ্ষত সমলিংগৰ বিবাহক স্বীকৃতি প্ৰদান কৰিছে এষ্টেনিয়াই। ইয়াৰোপৰি এই বিবাহক বৈধ বুলি বিশেষ আইন আনিছে মেক্সিকো, অষ্ট্ৰেলিয়া, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু জাৰ্মানীত। ইয়াৰোপৰি দক্ষিণ আফ্ৰিকাতো আইনী পথেৰে বিবাহ কৰাব পাৰে সমলিংগৰ লোকে।

সমলিংগৰ বিবাহক কোন দেশে অপৰাধ গণ্য কৰে?
পৃথিৱীৰ ৫৬ খন দেশত সমলিংগৰ বিবাহক লৈ কাঢ়া শাস্তিৰ আইন আছে। সমলিংগৰ বিবাহক লৈ কাঢ়া আইন আছে পাকিস্তান আৰু বাংলাদেশত। ইয়াৰোপৰি মিছৰ, মৰক্কো আৰু আফগানিস্তানত সমলিংগৰ বিবাহত নিষেধাজ্ঞা আছে। এইক্ষেত্ৰত সমপ্ৰেমীসকলে বিবাহ কৰালে জে’ল পৰ্যন্ত হ’ব পাৰে।

সমলিংগৰ বিবাহত মৃত্যুদণ্ড
ইৰাণ আৰু ছৌদি আৰৱৰ দৰে কট্টৰ মুছলমান দেশত সমলিংগ বিবাহত মৃত্যুদণ্ডৰ বিধান। মুঠ ৭খন দেশত এই নিয়ম আছে। ইয়াৰোপৰি নাইজেৰিয়াতো এই আইন আছে।

ভাৰতত কি ব্যৱস্থা?
সমলিংগৰ বিবাহত স্বীকৃতি নিদিলেও সমপ্ৰেমীসকলৰ সম্পৰ্কক কিন্তু স্বীকৃতি দিছে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ দৰে ৰাছিয়া, চীন, জাপান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, স্কণ্ডনেভিয়ানত সমলিংগৰ সম্পৰ্কক স্বীকৃতি দিয়া হৈছে।

উল্লেখ্য যে, মঙলবাৰে সমলিংগৰ বিবাহ সংক্ৰান্তিয় বিষয়ক লৈয়ে গুৰুত্বপূৰ্ণ ৰায় দিছে আদালতে। এইক্ষেত্ৰত অৱশ্যে দ্বিধাবিভক্ত হৈছিল ৫জনীয়া বিচাৰপতিৰ বিশেষ বেঞ্চ। শেষ পৰ্যন্ত ৩ঃ২ অনুপাতত সমপ্ৰেমীসকলৰ বিৰুদ্ধে দিয়া হয় ৰায়। তিনিগৰাকী বিচাৰপতিয়ে বিবাহৰ বিপক্ষে কোৱাৰ বিপৰীতে দুজন বিচাৰপতিয়ে সপক্ষে ৰায় কয়। শেষলৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সঞ্জয় কিষাণ কউলে কয় যে সমপ্ৰেমীসকলৰ প্ৰেমৰ অধিকাৰ থকা উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
Next Post
প্ৰকাশ্যে মহিলাক চুম্বন! ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি ৰোনাল্ডোক, এই সন্দৰ্ভত কি ক’লে ইৰাণ চৰকাৰে?

প্ৰকাশ্যে মহিলাক চুম্বন! ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি ৰোনাল্ডোক, এই সন্দৰ্ভত কি ক’লে ইৰাণ চৰকাৰে?

ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.