আনুষ্ঠানিকভাৱে পদত্যাগ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালৰ। হাঁহিটো মুখত লৈয়ে সতীর্থ হিমন্ত বিশ্ব শর্মাক চমজাই দিলে ৰাজ্যৰ দায়িত্ব। প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীলৈ ঘূৰাই নিব ‘হীৰা টুকুৰাক’!