• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ গজকেশৰী যোগত শনিদেৱৰ কৃপা পাবই, সুখ আহিব এই ৫ৰাশিলৈ

কাইলৈ গজকেশৰী যোগত শনিদেৱৰ কৃপা পাবই, সুখ আহিব এই ৫ৰাশিলৈ

2 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

3 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

3 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

3 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

4 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

5 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

5 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

6 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

7 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

8 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

9 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ গজকেশৰী যোগত শনিদেৱৰ কৃপা পাবই, সুখ আহিব এই ৫ৰাশিলৈ

কাইলৈ গজকেশৰী যোগত শনিদেৱৰ কৃপা পাবই, সুখ আহিব এই ৫ৰাশিলৈ

editor by editor
December 13, 2024
in জীৱনশৈলী, বিবিধ
0
কাইলৈ গজকেশৰী যোগত শনিদেৱৰ কৃপা পাবই, সুখ আহিব এই ৫ৰাশিলৈ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৪ ডিচেম্বৰ ২০২৪ শনিবাৰে চন্দ্ৰই দিনে নিশাই বৃষ ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ শুক্লপক্ষৰ চতুৰ্দশী তিথি৷ কাইলৈ থাকিব গজকেশৰী যোগ আৰু ৰোহিনী ব্ৰত৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে বৃশ্চিক ৰাশিত৷ শনিবাৰে বিয়লী ৪ বাজি ৫৮ মিনিট পৰ্যন্ত চতুৰ্দশী তিথি থাকিব৷ তাৰপাছতেই আঘোণৰ পূৰ্ণিমা তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ আৰু অমৃত সিদ্ধি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে ৰোহিনী নক্ষত্ৰ আৰু পাছত মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ দিনটো লাভজনক আৰু কাৰ্যকৰী হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি যি সিদ্ধান্ত ল’ব তাতেই পজিটিভ ফলাফল পাব৷ কাইলৈ নিজৰ সকলো কাম আপুনি এনাৰ্জি আৰু উৎসাহেৰে সম্পূৰ্ণ কৰিব৷ ব্যৱসায়ত আপোনাৰ পৰিকল্পনা আৰ্থিকভাৱে লাভজনক হ’ব৷ নিজৰ কোনো ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷

সিংহ ৰাশি

কাইলৈ কিছু অতিৰিক্ত অৰ্থলাভ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ পুৱাই কোনো আত্মীয়ৰ পৰা সুখবৰ পাব পাৰে৷ নিজৰ আৰু নিজৰ পৰিয়ালৰ সকলো প্ৰয়োজন দূৰ কৰিবলৈ সক্ষম হ’ব আপুনি৷ অফিচত আপুনি আৰু বেছি পৰিশ্ৰম কৰিব আৰু তাৰ ফলত নিজৰ লক্ষ্যৰ দিশত সফলভাৱে আগুৱাই যাব পাৰিব৷ পৰিয়ালৰ সদস্যসকলৰ সহায় পাব৷

তুলা ৰাশি

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল পাব তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ হাতলৈ ধন আহিব৷ তাৰ ফলত আপোনাৰ বেংক বেলেন্সো বৃদ্ধি পাব৷ কাইলৈ সকলো কামতেই ভাগ্যক নিজৰ কাষত পাব৷ নিজৰ সকলো অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব৷ অফিচত আপুনি নিজৰ কামেৰে বছৰ মন জয় কৰিব পাৰিব৷

বৃশ্চিক ৰাশি

কাইলৈ দিনটো গজকেশৰী যোগৰ প্ৰভাৱত দুৰ্দান্ত হ’ব বৃশ্চিক ৰাশিৰ বাবে৷ কাইলৈ সম্পত্তি সংক্ৰান্তিয় কোনো ডাঙৰ চুক্তিত আপুনি ছহী কৰিব পাৰে৷ নিজৰ জীৱনসংগীৰ পৰা আপুনি কোনো উপহাৰ পাব পাৰে৷ কাইলৈ আপোনাৰ শৰীৰ ভালে থাকিব৷ সংগীৰ সৈতে সম্পৰ্ক মাধুৰ্য আৰু প্ৰেম বাঢ়িব৷ কাইলৈ নিজৰ চাকৰি পৰিবৰ্তন কৰাৰ সুযোগ পাব বৃশ্চিক ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱত কাইলৈ ১৪ ডিচেম্বৰত সৌভাগ্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ কাইলৈ কৰোবাত যোৱাৰ সুযোগ পাব আপুনি৷ আপোনাৰ চাৰিওফালে পজিটিভ আৰু সুখৰ বাতাবৰণ থাকিব৷ পেছাগত জীৱনত বিশেষ উন্নতি কৰিব পাৰিব কুম্ভ ৰাশিৰ জাতকে৷ নিজৰ ব্যৱসায়ত কাইলৈ আৰু সম্প্ৰসাৰণ কৰিব পাৰিব৷ কাইলৈ নিজৰ প্ৰতিদ্বন্দ্বীসকলক আপুনি কঠিন চেলেঞ্জৰ মুখামুখি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
১২ বছৰৰ পাছত প্ৰয়াগৰাজত মহাকুম্ভ, তাৰপূৰ্বেই জানক ৰহস্যময় নাগা সন্ন্যাসীসকল কোন?

১২ বছৰৰ পাছত প্ৰয়াগৰাজত মহাকুম্ভ, তাৰপূৰ্বেই জানক ৰহস্যময় নাগা সন্ন্যাসীসকল কোন?

৩ মাহ বয়সত অপহৃত! অনাথ যুৱকে বিচাৰি পালে তেওঁৰ কোটিপতি পিতৃক, তাৰপিছত…

৩ মাহ বয়সত অপহৃত! অনাথ যুৱকে বিচাৰি পালে তেওঁৰ কোটিপতি পিতৃক, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.