• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

1 hour ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

14 minutes ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

32 minutes ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

43 minutes ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

2 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

11 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

12 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

13 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

14 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

15 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

editor by editor
March 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?
0
SHARES
878
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৮ মাৰ্চ, শনিবাৰ৷ শনিবাৰেই চন্দ্ৰই কৰ্কট ৰাশিত গোচৰ কৰিছে৷ বৈদিক পঞ্জিকাই কৈছে আজি চ’তৰ শুক্লা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি আছে সুকৰ্ম যোগ আৰু ধৃতি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আজি আছে পুষ্য নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ ইয়াৰোপৰি আজি বাসন্তী পূজাৰ দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জীৱনলৈ প্ৰচুৰ সুখ আহিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

আজি ২৮ মাৰ্চ শুভ দিন বৃষ ৰাশিৰ জাতকৰ বাবে৷ আজি আপুনি যি কামতে হাত দিব তাতেই সাফল্য পাব৷ নিজৰ সকলো কাম আজি সম্পূৰ্ণ কৰিব পাৰিব৷ ধ্যান আৰু যোগ ব্যায়াম কৰি নিজৰ মানসিক জোৰ মনঃসংযোগ বঢ়াব পাৰিব বৃষ ৰাশিৰ জাতকে৷ আয় বঢ়াৰ লগে লগে আজি সমাজত সন্মান আৰু প্ৰতিপত্তিও বাঢ়িব৷

কৰ্কট ৰাশি

আজিৰ দিনটো গ্ৰহৰাজৰ কৃপাত দুৰ্দান্ত হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ নিজৰ উপাৰ্জন বৃদ্ধিৰ বাবে আজি বহু সময় আৰু এনাৰ্জি ব্যয় কৰিব আপুনি৷ সন্ধিয়াৰ পাছতেই পুৰণি বন্ধুৰ সৈতে ভাল সময় কটাব৷ আজি কঠোৰ পৰিশ্ৰমৰ জোৰত সাফল্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত সাফল্যৰ শীৰ্ষত উঠাৰ সুযোগ পাব৷ অফিচৰ মেনেজমেণ্টে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷

তুলা ৰাশি

আজি ৰাজৰাজেশ্বৰ যোগৰ শুভ ফল পাব তুলা ৰাশিৰ জাতকে৷ আজি কিছু চেলেঞ্জ আপোনাৰ সন্মুখলৈ আহিলেও সফলভাৱে এই সকলো চেলেঞ্জৰ মোকাবিলা কৰিব আপুনি৷ আজি ঘৰত আনন্দ আৰু সুখৰ সময় থাকিব৷ নিজৰ ব্যৱসায় আৰু আগুৱাই লৈ যোৱাৰ সুযোগ পাব৷ প্ৰেম জীৱনো সুখৰ হব তুলা ৰাশিৰ জাতকৰ৷ সংগীৰ পৰা প্ৰয়োজনীয় সহায় পাব৷

মকৰ ৰাশি

সুকৰ্ম যোগৰ শুভ প্ৰভাৱ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ আজিৰ দিনটো বেছ আৰাম কৰি কটাব আপুনি৷ ঘৰত বিশেষ ৰন্ধা বঢ়াৰ আয়োজন হব পাৰে৷ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷ নতুন কোনো প্ৰকল্পত আজি বিনিয়োগ কৰিব পাৰে৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ অফিচত আপোনাৰ পদোন্নতি আৰু দৰমহাবৃদ্ধি হব পাৰে৷ আজি সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷

কুম্ভ ৰাশি

আজি ২৮ মাৰ্চ শনিবাৰে পুষ্য নক্ষত্ৰৰ শুভ প্ৰভাৱত লাভজনক দিন কটাব কুম্ভ ৰাশিৰ জাতকে৷ আজি অতিৰিক্ত অৰ্থ লাভৰ যোগ আছে৷ অফিচৰ পৰিস্থিতি আজি অনুকূলে থাকিব৷ পৰিয়ালৰ সৈতে আজি আনন্দৰ সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ পুৰণি কোনো অসুখ থাকিলে দূৰ হব৷ মনত সুখ আৰু আনন্দ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?
জীৱনশৈলী

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

March 28, 2026
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?
জীৱনশৈলী

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

March 28, 2026
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
বাণিজ্য

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

March 28, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

March 28, 2026
Next Post
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন