• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাজাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ৫৭খন মুছলমান দেশ! ছৌদি আৰৱে আয়োজন কৰিছে বিশেষ বৈঠকৰ

গাজাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ৫৭খন মুছলমান দেশ! ছৌদি আৰৱে আয়োজন কৰিছে বিশেষ বৈঠকৰ

3 years ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

6 minutes ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

43 minutes ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

2 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

2 hours ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

3 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

4 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

5 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

6 hours ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

8 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

8 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

9 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গাজাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ৫৭খন মুছলমান দেশ! ছৌদি আৰৱে আয়োজন কৰিছে বিশেষ বৈঠকৰ

editor by editor
October 15, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
গাজাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ৫৭খন মুছলমান দেশ! ছৌদি আৰৱে আয়োজন কৰিছে বিশেষ বৈঠকৰ
0
SHARES
424
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পেলেষ্টাইনৰ গাজাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন এতিয়া ছৌদি আৰৱ চৰকাৰ। মুছলমান দেশসমূহৰ সৈতে গাজাৰ পৰিস্থিতি সন্দৰ্ভত জৰুৰী বৈঠকৰ আয়োজন কৰিছে ছৌদি আৰৱে। অৰ্গেনাইজেছন অৱ ইছলামিক কো অপাৰেছনৰ সদস্য দেশসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠকৰ আয়োজন কৰিছে ছৌদি চৰকাৰে। ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ পৰিস্থিতিক লৈ এই বৈঠকত আলোচনা কৰা হ’ব বুলি আন্তৰাষ্ট্ৰীয় প্ৰায়সমূহ সংবাদপত্ৰত প্ৰকাশিত হৈছে।

মুছলমান দেশসমূহৰ সংগঠন ‘অৰ্গেনাইজেছন অৱ ইছলামিক কো অপাৰেছন’ত ৫৭ খন সদস্য দেশ আছে। সেই দেশসমূহলৈ ছৌদিৰ বৈদেশিক মন্ত্ৰীয়ে বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।এই বৈঠক অনুষ্ঠিত হ’ব আগন্তুক বুধবাৰে ছৌদি আৰৱৰ জেড্ডা চহৰত। ‘অৰ্গেনাইজেছন অৱ ইছলামিক কো অপাৰেছন’ৰ তৰফৰ পৰা দিয়া বিবৃতি অনুসৰি গাজা আৰু তাৰ পাৰ্শ্ববৰ্তী এলেকাৰ ক্ৰমবৰ্ধমান সামৰিক পৰিস্থিতিয়ে সেই অঞ্চলৰ পৰিস্থিতিয়ে সেই অঞ্চলৰ স্থিতিশীলতাক বিনষ্ট কৰিছে। নাগৰিকসকলৰ জীৱন বিপন্ন হৈ উঠিছে। গাজাৰ নিৰাপত্তা ব্যৱস্থাও বিধ্বস্ত হৈ পৰিছে। এই সামগ্ৰিক পৰিস্থিতিক লৈ মুছলমান দেশসমূহৰ সৈতে আলোচনাত বহিব ছৌদি আৰৱ।

উল্লেখ্য যে ‘অৰ্গেনাইজেছন অৱ ইছলামিক কো অপাৰেছন’ৰ তালিকাত আছে তুৰস্ক, ইৰাণ, মিছৰ, বাংলাদেশকে ধৰি মুঠ ৫৭খন দেশ। ছৌদিৰ এই জৰুৰী বৈঠকৰ সিদ্ধান্তই আন্তৰ্জাতিক ভূ-ৰাজনীতিত আলোড়ন সৃষ্টি কৰিছে। ইজৰাইলৰ বিৰুদ্ধে গাজাৰ সমৰ্থনত কোনো প্ৰত্যাঘাত গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইজৰাইলৰ বিপৰীতে একগোট হৈ এই সদস্য দেশসমূহে কি সিদ্ধান্তত উপনীত হ’ব?

বিগত ৭ অক্টোবৰত ইজৰাইলৰ ভূখণ্ডত সোমাই আক্ৰমণ কৰিছিল পেলেষ্টাইনীয় সশস্ত্ৰ সংগঠন হামাছে। তেওঁলোকৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাইছিল। তাৰপিছতেই হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে। তেতিয়াৰে পৰাই পশ্চিম এছিয়াৰ সেই ভুখণ্ডত যুদ্ধ অব্যাহত আছে। প্ৰতিনিয়ত ছাইৰেণৰ শব্দ, ৰকেট আক্ৰমণ, ক্ষেপণাস্ত্ৰ প্ৰয়োগে বিধ্বস্ত কৰিছে ইজৰাইল আৰু গাজা দুই অঞ্চলকেই। হামাছক ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে নেতানিয়াহু। যুদ্ধত আমেৰিকাসহ পশ্চিমী দেশসমূহে সমৰ্থন লাভ কৰিছে। ভাৰতেও ইজৰাইলৰ কাষতেই থিয় দিছে এই যুদ্ধত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
ভাৰত

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

April 18, 2026
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ
জীৱনশৈলী

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

April 18, 2026
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা
বিশ্ব

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

April 18, 2026
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়
জীৱনশৈলী

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

April 18, 2026
Next Post
এখন দেশক মাত্ৰ তিনিজন মানুহেই দুৰ্নীতিমুক্ত কৰিব পাৰে! ডঃ আব্দুল কালামৰ এই ১০টা চিন্তাই আজিও লাখ লাখ যুৱকক অনুপ্ৰাণিত কৰে, জানি লওক কালামে কৈ যোৱা ১০টা কথা

এখন দেশক মাত্ৰ তিনিজন মানুহেই দুৰ্নীতিমুক্ত কৰিব পাৰে! ডঃ আব্দুল কালামৰ এই ১০টা চিন্তাই আজিও লাখ লাখ যুৱকক অনুপ্ৰাণিত কৰে, জানি লওক কালামে কৈ যোৱা ১০টা কথা

জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি! মৃত্যু নিচেই কাষত জানিয়েই লিখিছিল, ‘মই নাথাকিলেও সাজৰ তৰায়ে মোৰেই কথাকেই ক’ব…’

জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি! মৃত্যু নিচেই কাষত জানিয়েই লিখিছিল, ‘মই নাথাকিলেও সাজৰ তৰায়ে মোৰেই কথাকেই ক’ব...’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.