• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্মনিৰপেক্ষ দেশত কোনো ধৰ্মগুৰুৱেই পৰমাত্মা হ’ব নোৱাৰে! আবেদনকাৰীক ওলোটাই জৰিমনা বিহিলে দেশৰ উচ্চতম ন্যায়ালয়ে…

ধৰ্মনিৰপেক্ষ দেশত কোনো ধৰ্মগুৰুৱেই পৰমাত্মা হ’ব নোৱাৰে! আবেদনকাৰীক ওলোটাই জৰিমনা বিহিলে দেশৰ উচ্চতম ন্যায়ালয়ে…

3 years ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

8 minutes ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

2 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

2 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

3 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

13 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

13 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

13 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

14 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

14 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

15 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধৰ্মনিৰপেক্ষ দেশত কোনো ধৰ্মগুৰুৱেই পৰমাত্মা হ’ব নোৱাৰে! আবেদনকাৰীক ওলোটাই জৰিমনা বিহিলে দেশৰ উচ্চতম ন্যায়ালয়ে…

editor by editor
December 7, 2022
in জীৱনশৈলী, ভাৰত
0
ধৰ্মনিৰপেক্ষ দেশত কোনো ধৰ্মগুৰুৱেই পৰমাত্মা হ’ব নোৱাৰে! আবেদনকাৰীক ওলোটাই জৰিমনা বিহিলে দেশৰ উচ্চতম ন্যায়ালয়ে…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধৰ্মগুৰুক পৰমাত্মা ঘোষণাৰ আবেদন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল ধৰ্মপ্ৰাণ এজন ব্যক্তি। কিন্তু এই দাবী পোনচাটেই নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। এই বিষয়টোক লৈ বিচাৰপীঠে দিয়া যুক্তিক লৈ দেশজুৰি চৰ্চা। বিচাৰপীঠে দিয়া যুক্তিত উল্লেখ থকা অনুযায়ী, ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। ইয়াত কোনো নিৰ্দিষ্ট ধৰ্মগুৰুক উপাসনা কৰা নহয়। এই বিষয়টোত আদালতে কোনো ৰায় প্ৰদান কৰিব নোৱাৰে।

ধৰ্মগুৰু ঠাকুৰ অনুকূলচন্দ্ৰক পৰমাত্মা ঘোষণাৰ দাবী তুলি আদালতৰ কাষ চাপিছিল জনৈক অনুগামী। কিন্তু এই আবেদন আদালতে খাৰিজ কৰাৰ লগতে আবেদনকাৰীৰ ওপৰতো মোটা অংকৰ জৰিমনা বিহিছে উচ্চতম ন্যায়ালয়ে। সম্প্ৰতি নিজৰ ধৰ্মগুৰু অনুকূল ঠাকুৰক পৰমাত্মা হিচাপে ঘোষণা কৰাৰ বাবে আবেদন কৰিবলৈ গৈয়েই বিপদত পৰিছে ভক্ত জনৈক। এই আবেদন পোনছাটেই খাৰিজ কৰিছে বিচাৰপতি এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰে।

আদালতে দিয়া ৰায় অনুসৰি, যিসকলে এই বিষয়টো লৈ আদালতৰ কাষ চাপিছিল তেওঁলোকে নিজেই কাৰোবাৰ ধৰ্মগুৰু বা পৰমাত্মা বুলি মানিব পাৰে। কিন্তু দেশৰ ১৪০ কোটি জনতাক পৰমাত্মা বুলি মানিবলৈ জোৰ কৰিব নোৱাৰিব। কোনো এক নিৰ্দিষ্ট ধৰ্মৰ ধৰ্মগুৰুক পৰমাত্মা বুলি স্বীকৃতি দিয়া আদালতৰ পক্ষে সম্ভৱ নহয়। বিচাৰপীঠে লগতে কয়, ‘এইধৰণৰ আবেদন লৈ আদালতৰ কাষ চপাৰ আগতেই এশবাৰ ভাৱি ল’ব।’ ইয়াৰোপৰি আদালতে এই আৱেদনকাৰীৰ ১ লাখ টকাৰ জৰিমনাও বিহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
Next Post
ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়েই! জনালে তদন্তকাৰী আৰক্ষী দলে…

ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়েই! জনালে তদন্তকাৰী আৰক্ষী দলে...

MCD নিৰ্বাচনত বিজেপিৰ পৰাজয়! বিজেপি ব্যৰ্থ হোৱাৰ প্ৰধান ৫টা কাৰণ…

MCD নিৰ্বাচনত বিজেপিৰ পৰাজয়! বিজেপি ব্যৰ্থ হোৱাৰ প্ৰধান ৫টা কাৰণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.