• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

3 weeks ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

7 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

28 minutes ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

54 minutes ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

1 hour ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

2 hours ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

3 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

4 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

5 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

6 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

6 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

7 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

editor by editor
March 30, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

LPG ৰ বিকল্প ইন্ধন হিচাপে দেশৰ সৰ্বত্ৰতে যাতে কেৰোচিন ব্যৱহাৰ সহয় হয় সেয়া নিশ্চিত কৰাৰ বাবে আগন্তুক দুমাহ দেশৰ সকলো পেট্ৰল পাম্পত কেৰোচিন বিক্ৰি কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ সেই মৰ্মে দেশৰ প্ৰতিষ্ঠিত তেল কোম্পানীসমূহৰ দ্বাৰা পৰিচালিত পেট্ৰল পাম্পত এইবাৰ সৰ্বাধিক ৫০০০ লিটাৰ কেৰোচিন মজুত কৰা হ’ব বুলিও দেওবাৰে নিশা প্ৰকাশিত গেজেট বিজ্ঞাপ্তিত জনাইছে কেন্দ্ৰীয় চৰকাৰে৷

পৰিবৰ্তিত নিয়মত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনে জিলাত দুটাকৈ চাৰ্ভিছ ষ্টেচন চিহ্নিত কৰি তাতেই কেৰোচিন মজুত ৰখাৰ ব্যৱস্থা কৰিব৷ পশ্চিম এছিয়াৰ সাম্প্ৰতিক যুদ্ধ পৰিস্থিতিৰ মাজতেই হৰমুজ প্ৰণালীয়ে অপৰিশোধিত তেল ভাৰতলৈ অহাৰ পৰিমাণ যিমানেই কমিছে সিমানেই ভাৰতত ৰন্ধন এল পিজি বা ইন্ধনৰ চাহিদা পূৰণত সংকটজনক পৰিস্থিতি তৈয়াৰ হৈছে৷ এই অভিযোগ বিৰোধীয়ে আনিলেও এই অভিযোগ পোনচাটেই নাকচ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰে জনাইছে যে দেশত ইন্ধনৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ সংকট সৃষ্টি হোৱা নাই৷

তাৰমাজতেই দেওবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে হঠাৎ ঘোষণা কৰিছে যে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ বাবে এইবাৰ ভাৰতৰ সৰ্বত্ৰ ঘৰে ঘৰে কেৰোচিন তেলৰ সৰবৰাহ নিশ্চিত কৰাৰ লক্ষ্যৰে পেট্ৰোলিয়াম ছেফ্টি এণ্ড লাইছেন্সিং নিয়ম শিথিল কৰা হৈছে৷ পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ নিৰিখত মোদী চৰকাৰৰ এই পদক্ষেপ অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি দাবী কৰা হৈছে ৰাজনৈতিক বিশ্লেষকৰ তৰফৰ পৰা৷

শনিবাৰে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মোকাবিলাৰ মাজতে দীৰ্ঘম্যাদি প্ৰস্তুতি লোৱাৰ কথাও জনাইছিল কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে৷ ইয়াৰ সৈতে দ্ৰুত সিদ্ধান্ত লোৱা বিষয়তো জোৰ দিছিল তেওঁ৷ পৰিস্থিতিৰ ওপৰত নজৰদাৰী বঢ়াবলৈ ইনফৰ্মেল গ্ৰুপ অফ মিনিষ্টাৰসকলৰ সৈতে প্ৰথম বৈঠকত এই প্ৰসংগ তোলে ৰাজনাথ সিঙে৷ বৈঠকত উপস্থিত থাকে নিৰ্মলা সীতাৰমন, কিৰেণ ৰিজেজু, হৰদ্বীপ সিং পুৰী, মনোহৰ লাল খট্টৰ আৰু জে পি নাড্ডাৰ দৰে হেভিৱেট মন্ত্ৰীও৷ বৈঠকত বিভিন্ন মন্ত্ৰণালয়ৰ সচিবসকলক লৈ তৈয়াৰী এমপাৱাৰ্ড গ্ৰুপে আগন্তুক দিনত পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰা হ’ব সেই বিষয়ে এক প্ৰেজেণ্টেছনো দিয়ে৷

এই সভাৰ পাছতেই ইন্ধন সৰবৰাহৰ ক্ষেত্ৰত আশংকা, অত্যাবশ্যকীয় পণ্যৰ প্ৰাপ্যতা, পৰিকাঠামো ব্যৱস্থা সঠিক ৰখা আৰু সৰবৰাহ শৃঙ্খলা সুনিশ্চিত কৰাৰ বিষয়টো চোৱাচিতা কৰিছে৷ পৰিবৰ্তিত পৰিস্থিতিত সংশ্লিষ্ট মন্ত্ৰণালয়ৰ মন্ত্ৰী আৰু সচিবসকলক সমন্বয় ৰাখি কাম কৰাৰো অনুৰোধ জনাইছে ৰাজনাথ সিঙে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!
জীৱনশৈলী

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

April 20, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

April 20, 2026
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!
বাণিজ্য

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

April 20, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
Next Post
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.