• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ

লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ

4 years ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

6 minutes ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

49 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

1 hour ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

2 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

3 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

4 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

4 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

5 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

6 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

7 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

8 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ

editor by editor
June 29, 2022
in বিশ্ব, শিক্ষা
0
লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন বিদ্যালয়ৰ এক অদ্ভুত নিৰ্দেশে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলক হতভম্ব কৰি তুলিছে৷ বিদ্যালয়খৰ কৰ্তৃপক্ষই নিৰ্দেশ দিছে যে গৰমত ছাত্ৰ-ছাত্ৰী সকলোৱে স্কাৰ্ট পিন্ধিব লাগিব৷

এই অদ্ভুত নিৰ্দেশ জাৰি কৰা বিদ্যালয়খন হৈছে ব্ৰিটেইনৰ৷ বিদ্যালয়খনে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে গৰমত অসুবিধা পায়, তেন্তে তেওঁ স্কাৰ্ট পিন্ধি স্কুললৈ আহিব পাৰে, কিন্তু শ্বট পিন্ধিবলৈ অনুমতি দিয়া নহ’ব। বিদ্যালয়খনৰ এই নিৰ্দেশত স্তম্ভিত হৈ পৰিছে অভিভাৱককে ধৰি ছাত্ৰ-ছাত্ৰীসকলো।

মেট্ৰ’ নিউজ.ইউ কেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিট্ৰেইনৰ নৰ্ফকত অৱস্থিত ৱাইমণ্ডহাম হাই একাডেমীয়ে ইউনিফৰ্ম সন্দৰ্ভত এই নিৰ্দেশ দিছে। বিদ্যালয়খনে কয় যে এইটো এটা লিংগ নিৰপেক্ষ নীতি। কিন্তু বিদ্যালয়ৰ এই নিৰ্দেশৰ বিৰোধিতা কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে।

লগতে পঢ়ক প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!

ইফালে বিদ্যালয়খনৰ অভিভাৱকসকলে বিদ্যালয়খনৰ এই নিৰ্দেশ বিৰোধিতা কৰিছে৷ তেওঁলোকে কয় যে ছাত্ৰ-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধিব নোৱাৰে। স্কুলৰ নিৰ্দেশটো মানি ল’ব নোৱাৰি। অভিভাৱকসকলে গৰমৰ বাবে শিক্ষাৰ্থীসকলক শ্বৰ্ট ড্ৰেছ পৰিধান কৰাৰ অনুমতি দিবলৈ আহ্বান জনাইছিল৷

উল্লেখ্য যে ব্ৰিটেইনত গ্ৰীষ্ম প্ৰৱাহ আৰম্ভ হোৱাত বহু ঠাইত উষ্ণতাই ৩০ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে। সেয়ে গ্রীষ্মকালত ছাত্র-ছাত্রীসকলক শ্বট পিন্ধিবলৈ অনুমতি দিবলৈ বিদ্যালয় প্রশাসনক দাবী কৰা হৈছিল যদিও বিদ্যালয়খনে সেই দাবী মানি লোৱাৰ পৰিৱৰ্তে অন্য নির্দেশহে জাৰি কৰিছে৷

লগতে পঢ়ক কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?

তাৎপৰ্যপূৰ্ণভাৱে প্ৰধান শিক্ষক জনাথন ৰকিয়ে স্কুলৰ নিৰ্দেশক সমৰ্থন কৰি কয় যে বিদ্যালয়ৰ সিদ্ধান্ত সলনি কৰা নহয়। ছাত্ৰ-ছাত্ৰীৰ বাবে মাত্ৰ ২ টা বিকল্প আছে। তেওঁলোকে স্কাৰ্ট বা ট্ৰাউজাৰ পিন্ধিব পাৰে।

ইফালে অভিভাৱকসকলে কয় যে বিদ্যালয় প্ৰশাসনে তেওঁলোকৰ আহ্বান অথবা দাবী কৰ্ণপাত কৰা নাই। তেওঁলোকৰ মতে এই সিদ্ধান্ত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত নহয়। প্ৰচণ্ড গৰমতো ট্ৰাউজাৰ পিন্ধিবলৈ বাধ্য কৰা হৈছে যিটো স্বাস্থ্য আৰু সুৰক্ষা সম্পৰ্কীয় বিষয় স্পৰ্শকাতৰ বিষয়৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSchool Strange Order For Studentsviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
Next Post
সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.