• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?

কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?

4 years ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

2 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

3 hours ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

3 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

3 hours ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

4 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

5 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

5 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

6 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

7 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

7 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

8 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?

editor by editor
June 28, 2022
in অসম, ভাৰত
0
কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?
0
SHARES
66.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে আকৌ এবাৰ লাভ কৰিব পাৰে ভাল খবৰ। মৰগীয়া ভাট্টা বৃদ্ধিৰ লগে লগে চৰকাৰে ১৮ মাহৰ বাকী থকা বকেয়া ধন সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। আচলতে কেন্দ্ৰীয় কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি চৰকাৰক তেওঁলোকৰ প্ৰাপ্য ডি এ আদায় দিবলৈ দাবী জনাই আহিছে।

অহা মাহত চৰকাৰে লাখ লাখ কৰ্মচাৰীৰ বাকী থকা ডি এ দিব পাৰে বুলি সংবাদ মাধ্যমৰ প্ৰকাশ পাই আহিছে। দৰাচলতে ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ জুন মাহলৈকে কোভিডকালীন পৰিস্থিতিৰ বাবে চৰকাৰে বন্ধ কৰি ৰখা ডি এৰ প্ৰদানৰ বাবে কেন্দ্রীয় কর্মচাৰীসকলে অহৰহ দাবী কৰি আহিছে৷

ইয়াৰ পূৰ্বে বাতৰিত প্ৰকাশ পাইছিল যে চৰকাৰে বাকী থকা বকেয়া ২ লাখ টকা কৰ্মচাৰীৰ একাউণ্টত জমা কৰিব৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কৰ্মচাৰীসকলক প্ৰাপ্য ভাট্টাখিনি প্ৰদান কৰা নাই৷ এতিয়া কোৱা হৈছে যে চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ একাউণ্টত এককালীনভাৱে ১.৫০ লাখ টকা দিবলৈহে প্ৰস্তুতি চলাইছে।

লগতে পঢ়ক ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?

সূত্ৰৰ মতে বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ আৰু ব্যয় বিভাগৰ বিষয়াসকলৰ যুটীয়া পৰামৰ্শদাতা ব্যৱস্থা (জে এছ এম)ৰ এখন বৈঠক অনুষ্ঠিত হ’ব। ইয়াত কৰ্মচাৰীসকলৰ বকেয়া পৰিশোধৰ ওপৰত আলোচনা হ’ব পাৰে। এই বৈঠকত ডিএ বৃদ্ধিৰ সন্দৰ্ভতো ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে বৰ্তমান সময়ত কেন্দ্ৰীয় কৰ্মচাৰীসকলক ডি এ ৩৪ শতাংশ হাৰত প্ৰদান কৰি থকা হৈছে, কিন্তু এ আই চি পি আইৰ তথ্য অনুসৰি জুলাই মাহত ডি এ আৰু ৫ৰপৰা ৬% বৃদ্ধি হ’ব৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th payasom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in Assamcentral govt employees
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

May 26, 2026
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
Next Post
প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!

প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!

নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.