• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উন্নত হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি, আজিৰে পৰা পুনৰ আৰম্ভ হ’ল পাঠদান

উন্নত হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি, আজিৰে পৰা পুনৰ আৰম্ভ হ’ল পাঠদান

5 years ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

54 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

1 hour ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

2 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

3 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

20 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

21 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

21 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

22 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

23 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

23 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

24 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

উন্নত হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি, আজিৰে পৰা পুনৰ আৰম্ভ হ’ল পাঠদান

editor by editor
January 24, 2022
in অসম, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, শিক্ষা
0
উন্নত হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি, আজিৰে পৰা পুনৰ আৰম্ভ হ’ল পাঠদান
0
SHARES
519
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কঠোৰ কোভিড গাইডলাইন মানি আজিৰেপৰা মহাৰাষ্ট্ৰত পুনৰ আৰম্ভ কৰা হয় বিদ্যালয়সমূহৰ পাঠদান৷ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হয় পাঠদান কাৰ্যসূচী৷ মন্ত্ৰী বৰ্ষা গায়কবাড়ে সদৰী কৰিছে এই কথা৷ সম্প্ৰতি মহাৰাষ্ট্ৰত হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷ শিথিল কৰা হৈছে কোভিড নীতি-নিৰ্দেশনা৷ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্যখনত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বন্ধ কৰি দিয়া হৈছিল বিদ্যালয়সমূহ৷ বিদ্যালয়ত শিক্ষাৰ্থীৰ শাৰিৰীক উপস্থিতি বাধ্যতামূলক৷ শিশুসকলো উপস্থিত থাকিব লাগিব বিদ্যালয়ত৷ মন্ত্ৰী আদিত্য ঠাকৰেই এই নিৰ্দেশনা স্পষ্টকৈ জনাইছে মহাৰাষ্ট্ৰবাসীক৷ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ৰাজ্যৰ শিক্ষাবিভাগলৈ প্ৰেরণ কৰা প্ৰস্তনৰ প্ৰতি সঁহাৰি জনোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19maharashtra schools reopenuddahav thakre
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
Next Post
 ‘‘বিজেপিৰে ২৫ বছৰীয়া মিত্ৰতা আছিল বৃহৎ অপচয়’’, কাৰ এই ৰাজনৈতিক বিস্ফোৰণ?

 ‘‘বিজেপিৰে ২৫ বছৰীয়া মিত্ৰতা আছিল বৃহৎ অপচয়’’, কাৰ এই ৰাজনৈতিক বিস্ফোৰণ?

গুৰু-শিষ্যৰ সম্পৰ্কত পুনৰ কালিমা! শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ছাত্ৰীৰ

গুৰু-শিষ্যৰ সম্পৰ্কত পুনৰ কালিমা! শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ছাত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.