অসম লাইভ ২৪ঃ ক’ভিডৰ স্বাভাৱিক পৰিৱেশৰ পিছতেই শিক্ষা বিভাগৰ সিদ্ধান্ত। মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ধাৰ্য। ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া। আনহাতে এই প্ৰক্ৰিয়াৰ অন্তিম দিন ১৮ ডিচেম্বৰ। এইবাৰৰ পৰীক্ষাত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সংযোজন। উচ্চ মাধ্যমিক শিক্ষা সংসদৰ (SEBA) পোৰ্টেলযোগে আবেদন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ