অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ বছৰটোৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব ৫ আৰু ৬ জুনৰ মাজত৷ চন্দ্ৰগ্ৰহণ দেখা যাব এছিয়া, অষ্ট্ৰেলিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ পৰা৷ গ্ৰহণ আৰম্ভ হ’ব ৫ জুনৰ নিশা ১১ বাজি ১৫ মিনিট ৫১ ছেকেণ্ডত৷ গ্ৰহণৰ সামৰণি পৰিব ৬ জুনৰ পুৱা ২ বাজি ৩৪ মিনিট ৩ ছেকেণ্ডত৷ বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হৈছিল ১০ জানুৱাৰীত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















