৭ অভিযুক্তৰ ভাৰ্চুৱেল শুনানি সম্পন্ন।
পৰবৰ্তী শুনানিৰ তাৰিখ ২২ ডিচেম্বৰ।
সেইদিনাও প্ৰয়োজন হ’লে ভাৰ্চুৱেলিয়ে উপস্থিত থাকিব পাৰিব।
২২ ডিচেম্বৰত CJM আদালতৰ পৰা সমগ্ৰ গোচৰটোৰ সংজ্ঞান দিব চেছন আদালতলৈ।
যিহেতু হত্যাকাণ্ডৰ ধাৰা সন্নিৱিষ্ট হৈছিল সমগ্ৰ গোচৰটোত, যাৰ বাবে CJM আদালতে কৰিব নোৱাৰিব হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া।
বিচাৰ প্ৰক্ৰিয়া চলিব চেছন আদালতত।
কিন্তু চাৰ্জফ্ৰেম হোৱাৰ দিনা সোঁশৰীৰে আদালতত উপস্থিত থাকিবই লাগিব ৭ অভিযুক্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















