• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

2 years ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

21 minutes ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

44 minutes ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

1 hour ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

3 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

3 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

4 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

5 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

7 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

8 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

9 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

editor by editor
October 27, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

এক অতিকে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এজন চিৰিয়েল কিলাৰৰ হত্যাৰ বৰ্ণনা শুনি আৰচিত হৈ পৰিছে আৰক্ষীয়ো। চিৰিয়েল কিলাৰে বিগত ৭ বছৰে ধৰি এগৰাকী দুগৰাকী নহয়, মুঠ ১৫ গৰাকীকৈ কন কন শিশু অপহৰণ কৰি নি ধৰ্ষণ কৰি হত্যা কৰে।

এই শিশু সকলৰ বয়স কাৰোবাৰ যদি তিনিবছৰ, কাৰোবাৰ ছয় বছৰ। চিৰিয়েল কিলাৰে এখন ৰাজ্যতে ইমানবোৰ ঘটনা সংঘটিত কৰা নাছিল।

বিগত কেইবছৰমানৰ পৰা পাষণ্ডই বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি এই ১৫ টা কৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল। ইতিমধ্যে সেই চিৰিয়েল কিলাৰ পাষণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে , লগতে আদালতৰ পৰা শাস্তিও পাইছে। আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে অপৰাধীক।

সমগ্ৰ ভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ছিৰিয়েল কিলাৰৰ নাম সুনীল। উত্তৰ প্ৰদেশৰ গুঞ্জৰৰ বাসিন্দা সুনীল। প্ৰথমবাৰৰ বাবে ২০১৭ চনত গুৰুগ্ৰামৰ চিভিল লাইন অঞ্চলত এটি ছয় বছৰীয়া নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছিল।

আৰক্ষীৰ তথ্য অনুসৰি ২০১৭ চনৰ জানুৱাৰী মাহত মন্দিৰত প্ৰসাদ খাই থকা অৱস্থাত নিৰুদ্দেশ হৈছিল এগৰাকী ছবছৰীয়া কনমানি। প্ৰায় তিনি সপ্তাহৰ পিছত আৰক্ষীয়ে সেই কনমানিৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

শুকুৰবাৰে গুৰুগ্ৰামত এই ঘটনাৰ শুনানি গ্ৰহণ কৰি আদালতে সুনীলক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু ২.৫ লাখ টকাৰ জৰিমনা বিহে।

২০১৮ চনৰ নৱেম্বৰ মাহত হে প্ৰথমবাৰৰ বাবে গুৰুগ্ৰামত তিনি বছৰীয়া এটি শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সুনীল।

আৰক্ষীৰ জেৰাৰ সময়ত সুনীলে স্বীকাৰ কৰিছিল ভয়ংকৰ তথ্য, বিগত ৭ বছৰত কমেও ১৫ গৰাকী কনমানিক ধৰ্ষণ কৰি হত্যা কৰিছিল। এই সকলো ঘটনা দিল্লী, গুৰুগ্ৰাম, গ্ৱালিয়ৰ, ঝান্সী আদি ঠাইত সংঘটিত কৰিছিল।

সাধাৰণতে ধৰ্মীয় অনুষ্ঠানৰ সময়ত মানুবৰ ভিৰৰ সুযোগ লৈ কন কন শিশুক লক্ষ্য কৰি লৈছিল সুনীলে, আৰু তাৰ পৰাই অপহৰণ কৰি নি ধৰ্ষণ কৰি হত্যা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CRIMEdelhi policeIndian Crimeserial killer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!
বিনোদন

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

August 11, 2026
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?
অসম

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

August 11, 2026
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!
প্ৰযুক্তি

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

August 11, 2026
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?
বিনোদন

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

August 11, 2026
Next Post
ভাৰত-নিউজিলেণ্ডৰ খেলত চমৎকাৰ কৰি দেখুৱালে ৰাধাই, উৰি গৈ ধৰিলে বল

ভাৰত-নিউজিলেণ্ডৰ খেলত চমৎকাৰ কৰি দেখুৱালে ৰাধাই, উৰি গৈ ধৰিলে বল

চিনি পাইনে এইজন বিগ-বছ বিজেতাক, বহু বছৰ সন্ধানহীন হৈ থাকি এতিয়া ধাবা খুলি ব্যৱসায়

চিনি পাইনে এইজন বিগ-বছ বিজেতাক, বহু বছৰ সন্ধানহীন হৈ থাকি এতিয়া ধাবা খুলি ব্যৱসায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.