• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী

স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী

5 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

21 minutes ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

44 minutes ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

59 minutes ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

1 hour ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

2 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

3 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

6 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

6 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

9 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী

editor by editor
March 23, 2022
in অপৰাধ, ভাৰত
0
স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী
0
SHARES
480
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিভিন্ন সময়ত স্পা, বিউটি পাৰ্লাৰ আদিত আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ত জড়িত থকা লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে সেই প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা লৈ আহিলেও এই কাৰ্য বন্ধ হোৱাৰ নামেই নলয়৷

বৰং স্পা চেলুন আৰু বিউটি পাৰ্লাৰ ব্যৱসায় চলোৱাৰ অজুহাত পুনৰ গোপনে দেহ ব্যৱসায় আৰম্ভ কৰিহে আহিছে৷ এনে দেহ ব্যৱসায় দেশৰ প্ৰতিখন মহানগৰ তথা ডাঙৰ চহৰতে প্ৰায় সুলভ হৈ পৰা দেখা গৈছে৷

এনে এক সময়তে দিল্লী মহানগৰীৰ এখন স্পা চেলুনত দিল্লী আৰক্ষীয়ে অভিযান চলায় এটা বৃহৎ দেহ ব্যৱসায় চক্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উৎখাত কৰিবলৈ সক্ষম হৈছে৷

লগতে পঢ়ক কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ‘ৱেলনেছ স্পা চেণ্টাৰ’ নামৰ চেলুনখনত অভিযান চলায় এগৰাকী কৰ্মচাৰীকে ধৰি ১১ গৰাকী মহিলা-যুৱতীক গ্ৰেপ্তাৰ কৰিছে৷

এক অভিযোগৰ আঁত ধৰি দিল্লী আৰক্ষীৰ এটা দলে দিল্লীৰ গ্ৰীৰ্ণ পাৰ্ক এলেকাত অৱস্থিত চেলুনখনত অতৰ্কিতে অভিযান চলায়৷ আৰক্ষীৰ অতৰ্কিত অভিযানত থৰকাছুটি হেৰুওৱাই নিজৰ মুখ ঢকাত ব্যস্ত হৈ পৰে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে স্পা চেলুনখনলৈ এগৰাকী ছদ্মবেশী গ্ৰাহক প্ৰেৰণ কৰি চক্ৰটোক জালত পেলায়৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে দীৰ্ঘদিন ধৰি স্পা চেলুনখনৰ স্বত্বাধিকাৰী ৰাজেশ কুমাৰ গুপ্তাই গ্ৰাহকৰ পৰা মোটা অংকৰ ধন লৈ এই দেহ ব্যৱসায় চলাই আহিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsex racket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
Next Post
৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!

৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!

প্ৰেমিকৰ আগত পদা নিষিদ্ধ! পাদিব নোৱাৰি চিকিৎসালয়ত ভৰ্তি হ’ল জনপ্ৰিয় গায়িকা প্ৰেমিকা

প্ৰেমিকৰ আগত পদা নিষিদ্ধ! পাদিব নোৱাৰি চিকিৎসালয়ত ভৰ্তি হ’ল জনপ্ৰিয় গায়িকা প্ৰেমিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.