• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

4 years ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

3 minutes ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

2 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

3 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

4 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

5 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

5 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

6 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

6 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

8 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

editor by editor
March 22, 2022
in অসম, বিবিধ, ভাৰত
0
কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰকীয়া প্ৰেমৰ বিষয়ে বিতৰ্ক আৰু চৰ্চাৰ কোনো শেষ নাই। মানুহে মুখে মুখে পৰকীয়া প্ৰেমক নিন্দা কৰিলেও ভাৰতীয় আইনে পৰকীয়া প্ৰেমক অবৈধ বুলি গণ্য নকৰে৷ অৰ্থাৎ পৰকীয়া প্ৰেম নৈতিকতাৰ দৃষ্টিৰে শুদ্ধ  নহ’লে আইনী দৃষ্টিৰে অপৰাধ নহয়৷

এতিয়া প্ৰশ্ন হ’ল পৰকীয়া প্ৰেম মানে কি? এই প্ৰেম কোনে কৰে?

ইয়াৰ উত্তৰ হৈছে, একেটাই৷ বিবাহ বৰ্হিভূত সম্পৰ্কই পৰকীয়া প্ৰেম৷ বিবাহিত লোকেই পৰকীয়া প্ৰেম কৰে৷ অৰ্থাৎ বিবাহিত কোনো পুৰুষ বা মহিলাই কোনো তৃতীয় ব্যক্তিৰ সৈতে গঢ়ি তোলা প্ৰেমৰ সম্পৰ্কই হৈছে পৰকীয়া প্ৰেম৷

লগতে পঢ়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?  

স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ এটা অধ্যয়নত কোনবোৰ লোকে পৰকীয়া প্ৰেমত প্ৰবৃত্ত হয় তাৰ ব্যাখ্যা আগবঢ়াইছে৷

ক’ৰণা নামৰ বিশ্বিবিদ্যালয়খনৰ এটা গৱেষক দলে কৰা গৱেষণাত পৰকীয়া প্ৰেমৰ ওপৰত অধ্যয়ন কৰি কোৱা হৈছে যে যিসকল লোকৰ ‘নাৰ্চিচিজম’ থাকে তেওঁলোকৰ পৰকীয়া প্ৰেমৰ প্ৰৱণতা অধিক৷ সাধাৰণতে আত্মশ্লাঘা, আত্ম-গৌৰৱৰ প্ৰবৃত্ত আৰু আনৰ প্ৰতি সহানুভূতি অভাৱ হোৱা মানুহকে নাৰ্চিচিজম থকা লোক বুলি কোৱা হয়৷

লগতে পঢ়ক ‘‘আমাৰ বিৰুদ্ধে চূড়ান্ত ঘৃণা বিয়পাবলৈ চৰকাৰে ‘দ্য কাশ্মীৰ ফাইলছ’ক কৰমুক্ত কৰিছে’’

গৱেষক মিগুৱেল ক্লিমেণ্টে কয়, ‘‘অন্ধকাৰ ব্যক্তিত্বৰ লোকৰ হ্ৰস্বম্যাদী সম্পৰ্ক স্থাপন কৰিব পাৰে৷ পুৰুষৰ ক্ষেত্ৰত এই প্ৰৱণতা সচাৰচৰ অধিক হোৱা পৰিলক্ষিত হয়৷’’

গৱেষকৰ দলটোৱে ১৮ৰপৰা ২৫ বছৰীয়া ৩০৮ গৰাকী লোকৰ মাজত এই অধ্যয়ন চলাইছিল৷ ইয়াৰ মাজত ৭৮.৩% মহিলা আৰু ১২.২% পুৰুষ আছিল৷

অৱশ্যে মনোবিজ্ঞানৰ গৱেষণা অতি জটিল বিষয়৷ গতিকে এনে জৰীপেৰে প্ৰকাশ কৰা মতামত গ্ৰহণ কৰাটোও সমাজৰ পক্ষে অলপ জটিল বুলিয়ে ভাবিব পাৰি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamextra marital affair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’
বিবিধ

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

July 22, 2026
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ
বিনোদন

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
Next Post
মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা

মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.