• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘‘আমাৰ বিৰুদ্ধে চূড়ান্ত ঘৃণা বিয়পাবলৈ চৰকাৰে ‘দ্য কাশ্মীৰ ফাইলছ’ক কৰমুক্ত কৰিছে’’

‘‘আমাৰ বিৰুদ্ধে চূড়ান্ত ঘৃণা বিয়পাবলৈ চৰকাৰে ‘দ্য কাশ্মীৰ ফাইলছ’ক কৰমুক্ত কৰিছে’’

4 years ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

5 minutes ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

37 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

1 hour ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

2 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

2 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

3 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

4 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

4 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

5 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

5 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘‘আমাৰ বিৰুদ্ধে চূড়ান্ত ঘৃণা বিয়পাবলৈ চৰকাৰে ‘দ্য কাশ্মীৰ ফাইলছ’ক কৰমুক্ত কৰিছে’’

editor by editor
March 22, 2022
in ভাৰত, ৰাজনীতি
0
‘‘আমাৰ বিৰুদ্ধে চূড়ান্ত ঘৃণা বিয়পাবলৈ চৰকাৰে ‘দ্য কাশ্মীৰ ফাইলছ’ক কৰমুক্ত কৰিছে’’
0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘আমাৰ বিৰুদ্ধে চূড়ান্ত ঘৃণা বিয়পাবলৈ চৰকাৰে দ্য কাশ্মীৰ ফাইলছক কৰমুক্ত কৰিছে৷’ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই৷

মংগলবাৰে বিবেক অগ্নিহোত্ৰীৰ বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছৰ সম্পৰ্কে মুখ খুলি জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে৷

ফাৰুক আব্দুল্লাৰ মতে তেওঁলোকে অৰ্থাৎ বিজেপি শাসিত ৰাজ্যসমূহৰ চৰকাৰে দ্য কাশ্মীৰ ফাইলছক কৰমুক্ত কৰি মানুহৰ মনত ঘৃণা তথা বিদ্বেষ সৃষ্টি কৰিছে৷

লগতে পঢ়ক মুছলমান লোকে দান কৰিলে ২.৫ কোটি টকা মূল্যৰ মাটি; নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ

আব্দুল্লাই দ্য কাশ্মীৰ ফাইলছক প্ৰ’পাগণ্ডা বুলিও অভিহিত কৰিছে৷ ‘‘এই ছবিখন প্ৰ’পাগণ্ডা৷ ছবিখনে ট্ৰেজেডী সৃষ্টি কৰিছে, যিয়ে দেশৰ প্ৰতিজন হিন্দু আৰু মুছলমানক একেধৰণে প্ৰভাৱিত কৰিছে। সেই ঘটনাৰ বাবে মোৰ হৃদয় এতিয়াও ৰক্তময় হৈ আছে। সেই ঘটনাত ৰাজনৈতিক দলসমূহৰো ভূমিকা আছিল যিসমূহে এটা জাতিক ছাফাই কৰিবলৈ বিচাৰিছিল৷’’ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযোগ কৰি কয়৷

৯০ৰ কাশ্মীৰৰ ভয়াৱহ পৰিস্থিতিৰ কথা প্ৰকাশ কৰি ফাৰুক আব্দুল্লাই লগতে কয় যে কেৱল কাশ্মীৰ পণ্ডিতসকলেই তাৰ ভু্ক্তভোগী নাছিল, শিখ আৰু মুছলমানসকলো সেই নৰমেধ যজ্ঞৰ ভুক্তভোগী আছিল৷

লগতে পঢ়ক নিশা ১০ কিলোমিটাৰ দৌৰি ভাইৰেল হোৱা যুৱকলৈ সেনা বাহিনীৰ চাকৰি চাৰ্জিকেল ষ্ট্ৰাইক নায়কৰ

‘‘আমি, মোৰ মন্ত্ৰী সভাৰ সদস্য, বিধায়কসকলে গছৰ ওপৰৰ পৰা মানুহৰ মাংস আনি চিনাক্ত কৰিবলগীয়া হৈছিল৷ পৰিস্থিতি ইমানেই ভয়াৱহ আছিল৷’’ সেই সময়ৰ ভয়াৱহ পৰিস্থিতিৰ বিষয়ে বিৱৰণ দি এইদৰে কয় জন্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
Next Post
কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?  

কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?  

চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত

চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.