• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

2 years ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

আজি আদালতত গৰিমা গাৰ্গৰ মুখামুখি হ’ব অমৃতপ্ৰভা

15 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

38 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

12 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

13 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

14 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

editor by editor
May 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?
0
SHARES
227
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাস্পতালত ভৰ্তি হৈ আছে বলীউড বাদশ্বাহ৷ আহমেদাবাদৰ কেডি হাস্পতালত ভৰ্তি কৰোৱা হৈছে শ্বাহৰুখক৷ আইপিএল মেচ চাবৰ বাবে মঙলবাৰে আহমেদাবাদত উপস্থিত হৈছিল শ্বাহৰুখ৷ সূত্ৰৰ খবৰ অনুসৰি বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখক বুধবাৰে দুপৰীয়া ২বজাত হাস্পতালত ভৰ্তি কৰোৱা হয়৷ আইপিএলৰ প্রথমখন প্লে অফ মেচ চাবৰ বাবে আহমেদাবাদত উপস্থিত হৈছিল শ্বাহৰুখ৷

ইভেণ্ট চলি থকাৰ সময়ত প্ৰচণ্ড গৰমৰ কাৰণে হীটষ্ট্ৰোকত আক্ৰান্ত হৈছিল শ্বাহৰুখ৷ যাৰ ফলত তেওঁ অসুস্থ হৈ পৰে৷ পৰবৰ্তীকালত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়৷ আইপিএলত তেওঁৰ নিজা দল কলকাতা নাইট ৰাইডাৰ্ছক উৎসাহ যোগাবলৈ প্ৰায়সমূহ মেচতেই উপস্থিত আছে শ্বাহৰুখ৷ এই ব্যস্ততাৰ মাজতেই তেওঁৰ আহিবলগীয়া নতুন ছবি কিং ৰ কামতো তেওঁ ব্যস্ত হৈ আছে৷

এই ব্যস্ততাৰ মাজতো তেওঁ নিজা দল কেকেআৰক উৎসাহ জগাবলৈ মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈছিল৷ ইফালে সোমবাৰৰ দিনটোত তেওঁ মুম্বাইত ভোটদানৰ বাবেও ওলাই অহা দেখা গৈছিল৷ তেতিয়ালৈকে কথাবোৰ ঠিকেই আছিল৷ সুস্থই দেখা গৈছিল শ্বাহৰুখক৷ মঙলবাৰে আহমেদাবাদত উপস্থিত হোৱাৰ পাছতহে হঠাৎ অসুস্থ হৈ পৰে শ্বাহৰুখ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

আজি আদালতত গৰিমা গাৰ্গৰ মুখামুখি হ’ব অমৃতপ্ৰভা

October 14, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

October 14, 2026
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
Next Post
বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী

বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.