• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?

চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?

2 years ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

25 minutes ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

2 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

2 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

3 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

3 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

5 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

5 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

6 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

6 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

6 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

7 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?

চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?

editor by editor
July 30, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?
0
SHARES
8.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাৎ মুম্বাই এৰিলে শ্বাহৰুখ খানে৷ সূত্ৰৰ খবৰ অনুসৰি সোমবাৰে আমেৰিকালৈ উৰা মাৰিছে শ্বাহৰুখ৷ চিকিৎসাৰ বাবে মাৰ্কিন মুলুকত ভৰি দিছে কিং খানে৷ খবৰ অনুসৰি চকুৰ চিকিৎসাৰ বাবে তেওঁ বিদেশলৈ গৈ থাকে কিন্তু এইবাৰ চকুৰ বাবে নহয় অইন এক ৰোগৰ বাবেহে আমেৰিকালৈ গৈছে শ্বাহৰুখ৷

চলিত বছৰৰ মে মাহত আইপিএলৰ এক মেচত হঠাৎ অসুস্থ হৈ পৰিছিল শ্বাহৰুখ খান৷ তেতিয়া জনা গৈছিল যে শ্বাহৰুখ হীট ষ্ট্ৰোকত আক্ৰান্ত হৈছিল৷ তেওঁক গুজৰাটৰ এক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ তাৰপাছতে তেওঁ সুস্থও হৈ পৰে৷ কেইটামান দিন পূৰ্বে মুকেশ আম্বানীৰ সন্তান অনন্ত আম্বানীৰ বিয়াত সুস্থভাৱেই দেখা গৈছিল শ্বাহৰুখক৷ পৰিয়ালক লৈ বিয়াত উপস্থিত হৈছিল শ্বাহৰুখ৷

তাৰপিছৰে পৰা চকুৰ সমস্যা আৰম্ভ হয় শ্বাহৰুখৰ৷ শ্বাহৰুখত চকুৰ ওপৰিও এখন কান্ধত প্ৰচুৰ বিষ বুলি জনাইছে৷ এফালে আৰিয়ানৰ কেৰিয়াৰ চিজিল লগাবলৈ পোছাকৰ কোম্পানীও খুলিছে শ্বাহৰুখে৷ কন্যাও উপযুক্ত হৈ উঠিছে সেয়ে কন্যাৰ কেৰিয়াৰক লৈয়ো চিন্তা বাঢ়িছে শ্বাহৰুখৰ৷ বলীউড সূত্ৰৰ খবৰ অনুসৰি কন্যা সুহানাৰ বাবে ২০০ কোটি খৰচ কৰি ছবি প্ৰযোজনাৰ কাম কৰিছে বাদশ্বাহে৷ এইসমূহ চলি থকাৰ মাজতে শাৰীৰিক অসুস্থতাই দেখা দিছে শ্বাহৰুখৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?
বিনোদন

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

September 16, 2026
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
Next Post
‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়...!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

পুঁজিৰ অভাৱত বন্ধ হ’ল ‘আয়ুষ্মান ভাৰত’ সেৱা, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ হাহাকাৰ

পুঁজিৰ অভাৱত বন্ধ হ’ল ‘আয়ুষ্মান ভাৰত’ সেৱা, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.