• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ দৰবাৰত আপুনিও পাব পাৰে মহাশাস্তি, কি কি ভুল কৰিলে ক্ৰোধিত হয় শনি?

শনিৰ দৰবাৰত আপুনিও পাব পাৰে মহাশাস্তি, কি কি ভুল কৰিলে ক্ৰোধিত হয় শনি?

2 years ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

30 minutes ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

59 minutes ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

4 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

4 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

6 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

6 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

7 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

7 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

8 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

9 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ দৰবাৰত আপুনিও পাব পাৰে মহাশাস্তি, কি কি ভুল কৰিলে ক্ৰোধিত হয় শনি?

শনিৰ দৰবাৰত আপুনিও পাব পাৰে মহাশাস্তি, কি কি ভুল কৰিলে ক্ৰোধিত হয় শনি?

editor by editor
September 4, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
শনিৰ দৰবাৰত আপুনিও পাব পাৰে মহাশাস্তি, কি কি ভুল কৰিলে ক্ৰোধিত হয় শনি?
0
SHARES
998
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনি কি? শনি দৰ্শন জানেনে? শনি কৰ্মৰ দেৱতা৷ কৰ্ম আৰু কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত একোৱেই সাধন নহয়। কিন্তু যেতিয়া এজন ব্যক্তিয়ে সফলতা লাভ কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ প্ৰায়ে সৎ পথৰ পৰা বিচ্যুত হ’বলৈ আৰম্ভ কৰে। তেতিয়াই শনি আহে৷ আপোনাক ন্যায়, নিয়ম আৰু অনুশাসনৰ গুৰুত্ব শিকাবলৈ।

কঠোৰ পৰিশ্ৰমী মানুহক সদায় সন্মান কৰক। শনিদেৱ মানে কৰ্মফলদাতা। শনিয়ে ন্যায় ভাল পায়। গতিকে সিদ্ধান্তৰ কথা আহিলে শনি কঠোৰো হৈ পৰে। কোন কোন শনিয়ে আমাক ক্ষমা নকৰে? জানি থওক সবিশেষ৷

কেতিয়াও আনৰ অধিকাৰ দমন নকৰিব

যদি কোনোবাই শনিৰ ৰোষৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে কেতিয়াও নিজৰ বেয়া সময়বোৰ পাহৰিব নালাগে। যিসকলে টকা পাই অহংকাৰী হৈ অপ্ৰয়োজনীয়ভাৱে নিজৰ ধন-সম্পত্তিৰ অপচয় কৰে, তেওঁলোকৰ অধীনত কাম কৰা দুখীয়া আৰু অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ অধিকাৰক হত্যা কৰিবলৈ আৰম্ভ কৰে তেতিয়াই শনি ৰুষ্ট হয়৷ 

  • দুখীয়াক হাৰাশাস্তি নকৰিবা
  • দুৰ্বল মানুহৰ ওপৰত নিজৰ ক্ষমতা অপ্ৰয়োজনীয়ভাৱে প্ৰদৰ্শন কৰা উচিত নহয়।
  • মহিলা আৰু শিশুৰ ক্ষতি কৰিব নালাগে
  •  আনৰ ধন নিজৰ দখললৈ অনাৰ কথা ভাবিব নালাগে
  • বেয়া কাম কৰাৰ পৰা বিৰত থাকিব লাগে
  • নিজৰ বেয়া সময় পাহৰিব নালাগে
  • মানুহৰ কল্যাণৰ বাবে কাম কৰিব লাগে
  • নিয়ম-নীতি মানি চলিব লাগিব
  • কাকোৱেই পৰিকল্পিতভাৱে অপমান নকৰিব 

শনিৰ দৰবাৰত কোন ৰজা আৰু কোন দৰিদ্ৰ?

শনি এগৰাকী ন্যায়ৰ বিচাৰক। তেওঁৰ দৰবাৰত ৰজা হওক বা দৰিদ্ৰ সকলো সমান। ভুলৰ শাস্তি তেওঁৰ দৰবাৰত সকলোৱে পায়৷ সময়ত শনি কঠোৰ হৈ শাস্তি প্ৰদান কৰে৷ শনিৰ মহাদশা, শনিৰ সদে সতী,  শনি গোচৰৰ সময়ত এজন ব্যক্তিয়ে কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। ধন-সম্পত্তিৰ ধ্বংস হয়। সম্পৰ্ক নষ্ট হয়। আনকি আপুনি নিজকেই নিজে চিনি নোপোৱা পৰিস্থিতিও আহি পৰে৷

শনিক ভয় নকৰিব, তেওঁৰ দৰ্শন জানি লওক

শনিৰ উদ্দেশ্য কেৱল শাস্তি দিয়াই নহয়৷ আপোনাক উচিত-অনুচিতৰ পাৰ্থক্য দেখুৱাই দিয়াই শনিদেৱৰ কাম। শনিয়ে সৎ পথত থকা মানুহক ক্ষমা কৰাই নহয়, শুভ ফলো প্ৰদান কৰে। সেয়েহে কেতিয়াও বেয়া কাম কৰা উচিত নহয়। সকলোকে সন্মান কৰক আৰু কাৰো আৱেগক আঘাত নিদিব। যিসকলে সদায় আনক সহায় কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকক শনিদেৱে নিশ্চিতভাৱে আশীৰ্বাদ দিয়ে। শনি মহাৰাজ যেতিয়া আপোনাৰ প্ৰতি আকৰ্ষিত হয় তেতিয়া পৃথিৱীৰ প্ৰতিটো অসুবিধাই আপোনাৰ বাবে সহজ হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট
জীৱনশৈলী

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

August 4, 2026
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!
জীৱনশৈলী

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

August 4, 2026
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?
বিনোদন

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

August 4, 2026
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
Next Post
ব্ৰুনাইৰ মছজিদত প্ৰধানমন্ত্ৰী মোদী, কি কি বিশেষত্ব আছে এই আলী ছাইফুদ্দিন মছজিদৰ?

ব্ৰুনাইৰ মছজিদত প্ৰধানমন্ত্ৰী মোদী, কি কি বিশেষত্ব আছে এই আলী ছাইফুদ্দিন মছজিদৰ?

২৪ ঘণ্টাত মাত্ৰ ৩০ মিনিটহে শোৱে, দিনে নিশাই কঠোৰ পৰিশ্ৰম অথচ সম্পূৰ্ণ ফিট কেনেকৈ এই যুৱক?

২৪ ঘণ্টাত মাত্ৰ ৩০ মিনিটহে শোৱে, দিনে নিশাই কঠোৰ পৰিশ্ৰম অথচ সম্পূৰ্ণ ফিট কেনেকৈ এই যুৱক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.