• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

6 months ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

13 minutes ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

1 hour ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

2 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

2 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!

3 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

3 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

4 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

5 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

6 hours ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

22 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

editor by editor
October 10, 2025
in জীৱনশৈলী
0
২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালপুৰুষৰ লিষ্টৰ দশম আৰু একাদশ ঘৰৰ অধিষ্ঠাতা গ্ৰহ হৈছে শনি৷ বৰ্তমান এই গ্ৰহই বৃহস্পতিৰ ৰাশি মীনত অৱস্থান কৰিছে৷ নৱগ্ৰহৰ মাজত সকলোতকৈ ধীৰেৰে স্থান সলনি কৰা গ্ৰহ হৈছে শনি৷ শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ ২০২৫ত শনিয়ে মীন ৰাশিত আছে৷ ২০২৬তো মীন ৰাশিতেই গোচৰ কৰিব গ্ৰহৰাজ শনিয়ে৷ আগন্তুক বছৰত শনিয়ে নিজৰ নক্ষত্ৰ সলনি কৰিব৷ বছৰৰ আৰম্ভণিতে শনি থাকিব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত৷ ইয়াৰপাছতেই প্ৰথমে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত আৰু তাৰপিছতেই ৰেৱতী নক্ষত্ৰত গোচৰ কৰিব এই গ্ৰহই৷ ইয়াৰ প্ৰভাৱত আগন্তুক বছৰ শনিৰ চাৰে সাতি দশাৰ প্ৰভাৱ তুংগত থাকিব বুলি জনাইছে জ্যোতিষবিদে৷ জানি থওক চাৰে সাতিত ২০২৬ চনত জীৱন সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

শনিয়ে মীন ৰাশিত থকাত মেষ ৰাশিত আগন্তুক বছৰ থাকিব চাৰে সাতি দশাৰ প্ৰথম পৰ্যায়৷ শনিৰ প্ৰভাৱত সন্মুখৰ বছৰত আপুনি নিজৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব পাৰে৷ ধৈৰ্য্য ধৰি সকলো কামত মনোনিৱেশ কৰক৷ যি বিষয় আপোনাৰ সন্মুখত স্পষ্ট নহয়, সেই বিষয়ে পদক্ষেপ নকৰাই ভাল৷ আৰ্থিক পৰিস্থিতি ঠিকেঠাকে থাকিব৷ পেছাগত ভাৱে আগন্তুক বছৰ ভালে কটাব৷ কোনো বিষয়ত অহংকাৰ নকৰাই ভাল৷ অন্যৰ সৈতে ভাল ব্যৱহাৰ কৰক৷

কুম্ভ ৰাশি

আগন্তুক বছৰ শনিৰ চাৰে সাতি দশাৰ তৃতীয় অৰ্থাৎ শেষ পৰ্যায় চলিব কুম্ভ ৰাশিত৷ ইয়াৰ ফলত আপোনাৰ জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব পাৰে৷ কামৰ চাপ বঢ়াত ষ্ট্ৰেছ বাঢ়িব৷ আপুনি পৈণত মনোভাৱেৰে সকলোৰে সৈতে মোকাবিলা কৰিব পাৰিব৷ একাধিক প্ৰজেষ্টত একেলগে কাম কৰা কঠিন হব৷ কৰ্মত বহু বেছি মনোনিবেশ কৰিব লাগিব আপুনি৷ এই কামত আপুনি ভৱিষ্যতে ডাঙৰ লাভ কৰিব পাৰে৷ ব্যক্তিগত সম্পৰ্ক বহুতৰে সৈতে বেয়া হব পাৰে৷ পৰিকল্পনা অনুসৰি আগন্তুক খোজ দিয়ক৷

মীন ৰাশি

আগন্তুক বছৰত একাধিক নতুন কামৰ দায়িত্ব পাব মীন ৰাশিৰ জাতকে৷ এই ৰাশিতেই ২০২৬ত অৱস্থান কৰিব শনিয়ে৷ নিজৰ নীতি আদৰ্শ ধৰি ৰখা জৰুৰী৷ শনিৰ প্ৰভাৱত এই সময়ত বহু কথাই আপোনাৰ ওচৰত অস্পষ্ট থাকিব৷ পুৰণি কিছু অভ্যাস ত্যাগ কৰক৷ নিজৰ জীৱনত বেছ কিছু পৰিবৰ্তন দেখা পাব মীন ৰাশিৰ জাতকে৷ মানসিক স্বাস্থ্যৰ দিশত নজৰ ৰাখক৷ ধৰ্মীয় কামত মন দিয়ক৷ সৎ পথত থাকিলে চাৰে সাতিৰ অশুভ প্ৰভাৱ এৰাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!
জীৱনশৈলী

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!

March 25, 2026
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!
জীৱনশৈলী

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

March 25, 2026
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!
জীৱনশৈলী

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

March 25, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

March 25, 2026
Next Post
কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.