• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

1 year ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

7 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

8 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

8 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

9 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

10 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

10 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

11 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

12 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

12 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

14 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

14 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

editor by editor
October 10, 2025
in জীৱনশৈলী
0
২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালপুৰুষৰ লিষ্টৰ দশম আৰু একাদশ ঘৰৰ অধিষ্ঠাতা গ্ৰহ হৈছে শনি৷ বৰ্তমান এই গ্ৰহই বৃহস্পতিৰ ৰাশি মীনত অৱস্থান কৰিছে৷ নৱগ্ৰহৰ মাজত সকলোতকৈ ধীৰেৰে স্থান সলনি কৰা গ্ৰহ হৈছে শনি৷ শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ ২০২৫ত শনিয়ে মীন ৰাশিত আছে৷ ২০২৬তো মীন ৰাশিতেই গোচৰ কৰিব গ্ৰহৰাজ শনিয়ে৷ আগন্তুক বছৰত শনিয়ে নিজৰ নক্ষত্ৰ সলনি কৰিব৷ বছৰৰ আৰম্ভণিতে শনি থাকিব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত৷ ইয়াৰপাছতেই প্ৰথমে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত আৰু তাৰপিছতেই ৰেৱতী নক্ষত্ৰত গোচৰ কৰিব এই গ্ৰহই৷ ইয়াৰ প্ৰভাৱত আগন্তুক বছৰ শনিৰ চাৰে সাতি দশাৰ প্ৰভাৱ তুংগত থাকিব বুলি জনাইছে জ্যোতিষবিদে৷ জানি থওক চাৰে সাতিত ২০২৬ চনত জীৱন সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

শনিয়ে মীন ৰাশিত থকাত মেষ ৰাশিত আগন্তুক বছৰ থাকিব চাৰে সাতি দশাৰ প্ৰথম পৰ্যায়৷ শনিৰ প্ৰভাৱত সন্মুখৰ বছৰত আপুনি নিজৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব পাৰে৷ ধৈৰ্য্য ধৰি সকলো কামত মনোনিৱেশ কৰক৷ যি বিষয় আপোনাৰ সন্মুখত স্পষ্ট নহয়, সেই বিষয়ে পদক্ষেপ নকৰাই ভাল৷ আৰ্থিক পৰিস্থিতি ঠিকেঠাকে থাকিব৷ পেছাগত ভাৱে আগন্তুক বছৰ ভালে কটাব৷ কোনো বিষয়ত অহংকাৰ নকৰাই ভাল৷ অন্যৰ সৈতে ভাল ব্যৱহাৰ কৰক৷

কুম্ভ ৰাশি

আগন্তুক বছৰ শনিৰ চাৰে সাতি দশাৰ তৃতীয় অৰ্থাৎ শেষ পৰ্যায় চলিব কুম্ভ ৰাশিত৷ ইয়াৰ ফলত আপোনাৰ জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব পাৰে৷ কামৰ চাপ বঢ়াত ষ্ট্ৰেছ বাঢ়িব৷ আপুনি পৈণত মনোভাৱেৰে সকলোৰে সৈতে মোকাবিলা কৰিব পাৰিব৷ একাধিক প্ৰজেষ্টত একেলগে কাম কৰা কঠিন হব৷ কৰ্মত বহু বেছি মনোনিবেশ কৰিব লাগিব আপুনি৷ এই কামত আপুনি ভৱিষ্যতে ডাঙৰ লাভ কৰিব পাৰে৷ ব্যক্তিগত সম্পৰ্ক বহুতৰে সৈতে বেয়া হব পাৰে৷ পৰিকল্পনা অনুসৰি আগন্তুক খোজ দিয়ক৷

মীন ৰাশি

আগন্তুক বছৰত একাধিক নতুন কামৰ দায়িত্ব পাব মীন ৰাশিৰ জাতকে৷ এই ৰাশিতেই ২০২৬ত অৱস্থান কৰিব শনিয়ে৷ নিজৰ নীতি আদৰ্শ ধৰি ৰখা জৰুৰী৷ শনিৰ প্ৰভাৱত এই সময়ত বহু কথাই আপোনাৰ ওচৰত অস্পষ্ট থাকিব৷ পুৰণি কিছু অভ্যাস ত্যাগ কৰক৷ নিজৰ জীৱনত বেছ কিছু পৰিবৰ্তন দেখা পাব মীন ৰাশিৰ জাতকে৷ মানসিক স্বাস্থ্যৰ দিশত নজৰ ৰাখক৷ ধৰ্মীয় কামত মন দিয়ক৷ সৎ পথত থাকিলে চাৰে সাতিৰ অশুভ প্ৰভাৱ এৰাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ
ভাৰত

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

October 30, 2026
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
Next Post
কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.