• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খৰধৰ কৰক বেছি দিন নাই! ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বেই কৰক এই কাম

খৰধৰ কৰক বেছি দিন নাই! ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বেই কৰক এই কাম

3 years ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

34 seconds ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

18 minutes ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

46 minutes ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

1 hour ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

10 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

11 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

11 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

12 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

13 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

14 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

15 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খৰধৰ কৰক বেছি দিন নাই! ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বেই কৰক এই কাম

editor by editor
August 12, 2023
in জীৱনশৈলী, ভাৰত
0
খৰধৰ কৰক বেছি দিন নাই! ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বেই কৰক এই কাম
0
SHARES
822
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাওন মাহত শিৱক সুখী কৰাৰ বহু উপায় আছে। শিৱ পুৰাণত এনে বহু উপায়ৰ বিষয়ে উল্লেখ আছে। এই উপায়সমূহ অৱলম্বন কৰিলে জীৱনৰ বহু দুখ দুৰ্দশা দূৰ হয়। জ্যোতিষ শাস্ত্ৰমতে নৱগ্ৰহৰ শক্তি আৰু দুৰ্বলতাই মানৱ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি থাকে। কোষ্ঠীত নৱগ্ৰহ দুৰ্বল অৱস্থাত থাকিলেই শাৰীৰিক কষ্টই দেখা দিয়ে। তেতিয়াই শিৱ পুৰাণত বৰ্ণিত উপায় ব্যৱহাৰ কৰিয়েই সুফল পাব।

শাওন মাহ শেষ হ’বলৈ মাজত মাত্ৰ ৬ দিন। শাওন মাহত শিৱ পুৰাণ পাঠ অত্যন্ত কাৰ্যকৰী। ইয়াত শিৱৰ মহিমা ব্যাখ্যা কৰা আছে। কেৱল শিৱৰ মহিমাই নহয় তাৰ ওপৰিও জীৱনৰ বিভিন্ন সমস্যৰ পৰা মুক্তিৰ উপায়ো বৰ্ণনা কৰা আছে। শাস্ত্ৰমতে নৱগ্ৰহই আমাৰ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি থাকে। এই গ্ৰহৰ প্রভাৱতেই আমাৰ বিভিন্ন ৰোগো হয়। শিৱ পুৰাণত এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বৰ্ণনা কৰা হৈছে।

সূৰ্য
সূৰ্যৰ কাৰণে মূৰৰ বিষ, চকুৰ ৰোগ, অস্থিৰোগ হয়। এইসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ শাওন মাহত শিৱলিংগত পূজা কৰক। শিৱ পুৰাণ অনুযায়ী এই পূজাত আকন্দ আৰু বেলপাত অৰ্পণ কৰিলেই স্বাস্তি লাভ কৰিব।

চন্দ্ৰ
কোষ্ঠীত চন্দ্ৰ দূৰ্বল পৰিস্থিতিত থাকিলে ব্যক্তিৰ চৰ্দি, কাঁহ, নাকৰ পৰা পানী উলিওৱা, মানসিক সমস্যা, ৰক্তচাপৰ দৰে সমস্যাই দেখা দিয়ে। এই সমস্যাৰ পৰা মুক্তি লাভ কৰিবলৈ শিৱ পুৰাণ অনুসৰি শিৱলিংগত ৰুদ্ৰীপাঠ কৰা উচিত। ক’লা তিল মিহলোৱা গাখীৰ শিৱৰ ৰূদ্ৰাভিষেক কৰিলেও স্বাস্তি লাভ কৰিব।

মঙল
মঙল গ্ৰহ ৰক্তৰ কাৰক। সেয়ে দুৰ্বল মঙলৰ প্ৰভাৱত ৰক্তবিকাৰ থাকিলে শিৱলিংগত অভিষেক কৰাটো জৰুৰী। ইয়াৰ ফলত স্বাস্তি লাভ কৰিব।

বুধ
জ্যোতিষ শাস্ত্ৰমতে কোষ্ঠীত বুধ দুৰ্বল হ’লে ব্যক্তিৰ চৰ্মৰোগ, কিডনিৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। এইক্ষেত্ৰত পৰিত্ৰাণ পাবলৈ জড়ি বুটিৰ ৰসেৰে শিৱৰ অভিষেক কৰাটো জৰুৰী বুলি শিৱ পুৰাণত উল্লেখ আছে।

বৃহস্পতি
কোনো জাতকৰ কোষ্ঠীত বৃহস্পতি দুৰ্বল হ’লে ব্যক্তিৰ অন্ত্ৰ, লিভাৰৰ সমস্যাই দেখা দিয়াৰ প্ৰৱল সম্ভাৱনা আছে। শিৱ পুৰাণত কোৱা হৈছে যে, শিৱলিংগত হালধি মিহলোৱা গাখীৰ অভিষেক কৰিলে মুক্তি লাভ কৰিব।

শুক্ৰ
শুক্ৰ যৌন সুখৰ কাৰক গ্ৰহ। জাতকৰ কোষ্ঠীত শুক্ৰ পীড়িত থাকিলে বীৰ্যৰ অভাৱ, শাৰীৰিক ক্ষমতা বা শক্তি কমি যোৱাৰ সম্ভাৱনা বৃদ্ধি ৰায়। এই সময়ত পঞ্চামজত, মধু, ঘিউ দি শিৱলিংগত অভিষেক কৰক। এনে কৰিলে শুক্ৰই শুভ ফল প্ৰদান কৰিব।

শনি
মাংসপেশীৰ বিষ, আঁঠুৰ বিষ, গাঁঠিৰ বিষ, বাত বিষৰ বাবে শনিৰ অশুভ দশা দায়ী। এই পৰিস্থিতিতো শিৱলিংগৰ অভিষেক কৰিলে সুফল পাব। ইয়াৰ ফলত ব্যক্তিয়ে স্বাস্তি লাভ কৰিব।

ৰাহু আৰু কেতু
মূৰ ঘূৰণি, মানসিক সমস্য, ৰঙ চিনিপোৱাত অসুবিধা আদি সমস্যা ৰাহু কেতুৰ দুষ্প্ৰভাৱ পৰা হয়। এই দুষ্প্ৰভাৱৰ পৰা বাচি থাকিবলৈ জপ কৰক। ভাং আৰু ধতুৰাৰে শিৱলিংগৰ অভিষেক কৰক। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
বাণিজ্য

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

March 28, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

March 28, 2026
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?
জীৱনশৈলী

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

March 28, 2026
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

March 28, 2026
Next Post
১৩৬ দিন লাভ কৰা নাছিল দৰমহাৰ লগতে অইন চৰকাৰী সুবিধা! মাহিলী কিমান ধন লাভ কৰে ৰাহুল গান্ধীয়ে?

১৩৬ দিন লাভ কৰা নাছিল দৰমহাৰ লগতে অইন চৰকাৰী সুবিধা! মাহিলী কিমান ধন লাভ কৰে ৰাহুল গান্ধীয়ে?

হিৰো-হোণ্ডাৰ সম্পৰ্কৰ তিক্ততাৰ কাৰণ জানেনে? ২৬ বছৰ পাছত হিৰো আৰু হোণ্ডা পৃথক হ’ল এইকেইটা কাৰণত

হিৰো-হোণ্ডাৰ সম্পৰ্কৰ তিক্ততাৰ কাৰণ জানেনে? ২৬ বছৰ পাছত হিৰো আৰু হোণ্ডা পৃথক হ’ল এইকেইটা কাৰণত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.