• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিৰো-হোণ্ডাৰ সম্পৰ্কৰ তিক্ততাৰ কাৰণ জানেনে? ২৬ বছৰ পাছত হিৰো আৰু হোণ্ডা পৃথক হ’ল এইকেইটা কাৰণত

হিৰো-হোণ্ডাৰ সম্পৰ্কৰ তিক্ততাৰ কাৰণ জানেনে? ২৬ বছৰ পাছত হিৰো আৰু হোণ্ডা পৃথক হ’ল এইকেইটা কাৰণত

3 years ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

51 minutes ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

1 hour ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

2 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

3 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

3 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

6 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

9 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

হিৰো-হোণ্ডাৰ সম্পৰ্কৰ তিক্ততাৰ কাৰণ জানেনে? ২৬ বছৰ পাছত হিৰো আৰু হোণ্ডা পৃথক হ’ল এইকেইটা কাৰণত

editor by editor
August 12, 2023
in প্ৰযুক্তি, বাণিজ্য
0
হিৰো-হোণ্ডাৰ সম্পৰ্কৰ তিক্ততাৰ কাৰণ জানেনে? ২৬ বছৰ পাছত হিৰো আৰু হোণ্ডা পৃথক হ’ল এইকেইটা কাৰণত
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিৰ’ হোণ্ডা চিডি ১১০ আছিল দুই সংস্থাই যৌথ উদ্যোগত তৈয়াৰ কৰা মটৰচাইকেল। ১৯৮৫ চনক বজাৰলৈ আহিছিল দেশৰ প্ৰথম ৪ ষ্ট্ৰোক ইঞ্জিনৰ এই বাইক। ৮০-৯০ দশকত খুবেই বিক্ৰি হোৱা বাইকখনেই হৈছে CD 110, তাৰপিছতেই বজাৰলৈ আহে Splendor, Karizmaৰ দৰে মটৰচাইকেল। প্ৰায় ২৬ বছৰ ধৰি (১৯৮৫-২০১১)লৈ হিৰো-হোণ্ডাই যুঁটীয়াভাৱে বাহন মুকলি কৰি আহিছিল। কিন্তু এই দুই সংস্থা কিয় পৃথক হ’ল?

হিৰো-হোণ্ডা কিয় পৃথক হয়?

জাপানৰ হোণ্ডাই সেই সময়ত বিশ্বৰ একাধিক দেশত বাইক বিক্ৰি কৰিছিল। হিৰোৱেও ভাৰতত বৃহৎ এখন বজাৰ গঢ়ি তুলিছিল। এই যাত্ৰাক দেশত আৰু ভালধৰণে আগুৱাই নিবলৈ ১৯৮৩ চনত জয়েণ্ট ভেঞ্চাৰৰ এটা প্ৰস্তাৱ ৰখা হয়। এই প্ৰস্তাৱৰ পাছতেই ১৯৮৫ চনত নতুন দিল্লীত স্থাপিত হয় হিৰো-হোণ্ডাৰ প্রথমটো কাৰ্যালয়। বিজয় ৰথ চলিবলৈ আৰম্ভ কৰিলে হিৰো-হোণ্ডাৰ। জাপানৰ প্ৰযুক্তি আৰু কৰ্মঠ ভাৰতীয়ৰ দক্ষতাৰে এক অপ্ৰতিৰোধ্য জুটি তৈয়াৰ হয়। কিন্তু এই সম্পৰ্ক বেছি দিন টিকি নাথাকিল। সম্পৰ্কলৈ তিক্ততা আহিল ২০১০ চনত। সেই সময়ত হিৰোৰ নাম ভাৰতীয়ৰ মুখে মুখে। দেশত গাড়ী বিক্ৰিৰ হাৰৰ দিশলৈ লক্ষ্য ৰাখি হোণ্ডাইয়ো নিজাকৈ বাহন ওলিওৱাৰ পৰিকল্পনা কৰিলে। তাৰপিছতেই এই সম্পৰ্ক শেষ কৰি দুয়োটা কোম্পানীয়ে নিজাববীয়াকৈ কাম কৰাৰ মন মেলে।

কেৱল ব্যৱসায়িক স্বাৰ্থতেই পৃথক হৈছিল নেকি হিৰো-হোণ্ডা?
বিশেষজ্ঞসকলৰ মতে, সেই সময়ত বাইকৰ ৰপ্তানীৰ বিষয়টোক লৈ দুয়োটা কোম্পানীৰ মাজত বিবাদ আৰম্ভ হৈছিল। হিৰো হোণ্ডাৰ উচ্চ অধিকাৰীসকলে হোণ্ডাৰ পৰিকল্পনাসমূহত একমত হ’ব পৰা নাছিল। হিৰো হোণ্ডাই একেলগে বাহন তৈয়াৰ কৰাৰ সলনি হোণ্ডাই নিজাববীয়াকৈ বাহন তৈয়াৰ কৰি বজাৰত মুক্তি দিবলৈ আৰম্ভ কৰে। যাৰ ফলস্বৰূপে ২০১১ চনত পৃথক হৈ যায় হিৰো মটোকৰ্প আৰু হোণ্ডা মটৰচাইকেল। কিন্তু এই বিচ্ছেদত সংকটত পৰিছিল হিৰো। কাৰণ সেই সময়ত হিৰোৰ হাতত ইঞ্জিনিয়াৰীঙত দক্ষতা থকা ব্যক্তিৰ অভাৱ আছিল।

একেলগে থকাৰ সময়ত ইঞ্জিনীয়াৰিঙৰ সমূহ বিষয় হোণ্ডাই চাইছিল। পোনতে মটৰচাইকেল কেনেকৈ সৃষ্টি কৰিব সেই বিষয়কলৈ হিৰো কোম্পানীৰ বিষয়ববীয়াসকল উদ্বিগ্ন হৈ পৰিছিল। কিন্তু সময়ৰ সৈতে তেঁওলোকো আগবাঢ়ে? প্ৰতিষ্ঠা হয় ৰিচাৰ্ছ চেণ্টাৰ। নতুন ষ্ট্ৰেটেজিৰে ভাৰততেই নহয় বিশ্বৰ একাধিক দেশত নিজৰ বাইক লঞ্চ কৰিছে হিৰো মটোকৰ্পে। বৰ্তমান ভাৰতত সকলোতকৈ ডাঙৰ টু হুইলাৰ সংস্থাই হৈছে হিৰো মটোকৰ্প।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

October 3, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
Next Post
Artificial Intelligenceত চাকৰি ওলাইছে। দৰমহা বছৰতেই কেইবা কোটি, ChatGPT-ত চাকৰি কৰিবলৈ কি কি যোগ্যতা লাগিব?

Artificial Intelligenceত চাকৰি ওলাইছে। দৰমহা বছৰতেই কেইবা কোটি, ChatGPT-ত চাকৰি কৰিবলৈ কি কি যোগ্যতা লাগিব?

‘বহুদিন পাৰ হ’ল মা, তুমি নাই, শুভ জন্মদিন…’ জন্মদিনত মাতৃক স্মৰণ শ্ৰীদেৱীৰ কন্যাৰ

'বহুদিন পাৰ হ’ল মা, তুমি নাই, শুভ জন্মদিন...’ জন্মদিনত মাতৃক স্মৰণ শ্ৰীদেৱীৰ কন্যাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.