• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বহুদিন পাৰ হ’ল মা, তুমি নাই, শুভ জন্মদিন…’ জন্মদিনত মাতৃক স্মৰণ শ্ৰীদেৱীৰ কন্যাৰ

‘বহুদিন পাৰ হ’ল মা, তুমি নাই, শুভ জন্মদিন…’ জন্মদিনত মাতৃক স্মৰণ শ্ৰীদেৱীৰ কন্যাৰ

3 years ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

19 minutes ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

54 minutes ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

2 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

3 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

4 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

5 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

5 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

6 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

7 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

8 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

8 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘বহুদিন পাৰ হ’ল মা, তুমি নাই, শুভ জন্মদিন…’ জন্মদিনত মাতৃক স্মৰণ শ্ৰীদেৱীৰ কন্যাৰ

editor by editor
August 13, 2023
in চিনেমা, বিনোদন, ভাৰত
0
‘বহুদিন পাৰ হ’ল মা, তুমি নাই, শুভ জন্মদিন…’ জন্মদিনত মাতৃক স্মৰণ শ্ৰীদেৱীৰ কন্যাৰ
0
SHARES
639
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিংবদন্তি চুপাৰষ্টাৰ শ্ৰীদেৱী। তেওঁ এই পৃথিৱীত নাথাকিলেও তেওঁৰ অনুৰাগীৰ সংখ্যা আজিও কোটি কোটি। এতিয়াও অনুৰাগীৰ হৃদয়ত তেওঁৰ নিখুত অভিনয় আৰু আইকনিক ছবিৰ কাহিনীৰ সেই নায়িকা জীয়াই আছে। তেওঁ দক্ষিণ আৰু হিন্দী উভয় চলচ্চিত্ৰ জগততেই কাম কৰি গৈছে। বৰ্ণাঢ্য অভিনয় কেৰিয়াৰ শ্ৰী দেৱীৰ। পাঁচ দশকৰো অধিক সময় তেওঁ দৰ্শকক মুগ্ধ কৰি ৰাখিছিল। ২৪ ফেব্ৰুৱাৰী ২০১৮ ত হঠাৎ শ্ৰী দেৱী হেৰাই যায়। তেওঁ অকাল মৃত্যু সমগ্ৰ চিনেমা জগতৰ বাবেই অপূৰণীয় ক্ষতি।

শ্ৰী দেৱীৰ মৃত্যুৰ ৫ বছৰ পাৰ হ’লেও আজিও চিনেমাপ্ৰেমী প্ৰতিগৰাকী জনতাৰ হৃদয়ত তেওঁ আছে। শ্ৰী দেৱীৰ ৬০ সংখ্যক জন্মদিন আজি তেওঁৰ অনুপস্থিতিতো আয়োজন কৰা হৈছে। মাতৃৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি তেওঁ কন্যা খুছি কাপুৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট। অন্যধৰণেৰে মাতৃক ওপজা দিনত স্মৰণ কৰিছে খুছিয়ে। মাতৃৰ ৬০ সংখ্যক জন্মদিন। কিন্তু ওপজা দিনৰ আনন্দ ভগাই ল’বলৈ মাতৃ কাষত নাই। মাকক ভীষণভাৱে মিছ কৰাৰ কথাও তেওঁ পোষ্টত উল্লেখ কৰিছে। খুছিয়ে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা শ্ৰী দেৱী আৰু জাহ্নৱী কাপুৰৰ এখন ফটো শ্বেয়াৰ কৰিছে।

ছবিখনত এগৰাকী কমবয়সীয়া শ্ৰীদেৱী আৰু জাহ্নৱী খুছি দুয়োগৰাকীয়েই আছে। শ্ৰী দেৱীৰ মুখত চিৰপৰিচিত উজ্জল হাঁহিটো। খুচিয়ে এই ছবিৰ কেপশ্ব্যনত লিখিছে, ‘শুভ জন্মদিন মা(হোৱাইট হাৰ্ট ইমোজি)’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ
বিনোদন

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

July 16, 2026
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?
বিনোদন

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

July 16, 2026
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
Next Post
‘শ্বহীদক মনত ৰাখিব নোৱাৰিলে আমাৰ চিন্তা সদায়ে পৰাধীন!’ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ নিশা ভাষণত কি কৈছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে?

'শ্বহীদক মনত ৰাখিব নোৱাৰিলে আমাৰ চিন্তা সদায়ে পৰাধীন!’ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ নিশা ভাষণত কি কৈছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে?

এই কামৰ পৰাই আৰম্ভ হয় পতন! গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

এই কামৰ পৰাই আৰম্ভ হয় পতন! গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.