• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শ্বহীদক মনত ৰাখিব নোৱাৰিলে আমাৰ চিন্তা সদায়ে পৰাধীন!’ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ নিশা ভাষণত কি কৈছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে?

‘শ্বহীদক মনত ৰাখিব নোৱাৰিলে আমাৰ চিন্তা সদায়ে পৰাধীন!’ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ নিশা ভাষণত কি কৈছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে?

3 years ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

30 minutes ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

1 hour ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

2 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

3 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

19 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

20 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

20 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

21 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

22 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

22 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

23 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘শ্বহীদক মনত ৰাখিব নোৱাৰিলে আমাৰ চিন্তা সদায়ে পৰাধীন!’ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ নিশা ভাষণত কি কৈছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে?

editor by editor
August 13, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
‘শ্বহীদক মনত ৰাখিব নোৱাৰিলে আমাৰ চিন্তা সদায়ে পৰাধীন!’ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ নিশা ভাষণত কি কৈছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে?
0
SHARES
488
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্ৰিটিছৰ পৰা মুক্তি লাভ কৰি স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ভাৰতবৰ্ষক সময় লাগিছিল ১৯০ বছৰ। ক’ত প্ৰাণৰ বলীদানত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে ইয়াক পৃথককৈ কোৱাৰ প্ৰয়োজন নাই। দেশবাসীয়ে ১৯৪৭ চনৰ ১৫ আগষ্টৰ নিশা ১২ বজাত স্বাধীনতা লাভ কৰে। সেই নিশা নতুনকৈ জীয়াই উঠিম সেই উন্মাদনা প্ৰতিগৰাকী ভাৰতীয়ৰ মনত।

দেশে আনুষ্ঠানিকভাৱে স্বাধীনতা লাভ কৰাৰ সাক্ষী হৈ ৰ’ল লালকিল্লাৰ সন্মুখৰ জনতাৰ ভীৰ। সেই জনতাক সম্বোধন কৰি স্বাধীনতাৰ ভাষণ পাঠ কৰে পণ্ডিত জৱাহৰলাল নেহৰুৱে। দেশৰ জনগণক উদ্দেশ্যি দিয়া ভাষণত নেহৰুৱে উত্থাপন কৰিছিল একাধিক প্ৰসংগ।

স্বাধীনতা লাভ হ’ল, কিন্তু এক ঐক্যবদ্ধ দেশ হিচাপে পৰবৰ্তী পথ কেনেকৈ আগুৱাই লাগিব সেই কথাকেই ভাষণত উল্লেখ কৰিছিল জৱাহৰলাল নেহৰুৱে। ১৯৪৭ চনৰ ১৫ আগষ্টত নেহৰুৱে ভাষণৰ আৰম্ভণিতে কয়, ‘দীৰ্ঘ সময়ৰ পূৰ্বেই আমি নিয়তিৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈছিলো। কিন্তু এতিয়া সময় আহিল। আমি আমাৰ অংগীকাৰ সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰিলেও যিমানদূৰ সম্ভৱ পূৰণ কৰিবলৈ যত্ন কৰিম। বিশ্ব যেতিয়া টোপনিত মগ্ন সেই সময়ত আমি সাৰে আছো। এই মাজনিশাৰ উন্মাদনাই এটা কথাই কৈছে আমি স্বাধীন। আমি জীৱনৰ স্বাধীনতা, স্বাধীনভাৱে জীয়াই থাকিবলৈ আজিৰে পৰা আৰম্ভ কৰিম। ইতিহাসতো এনে সময়ৰ কথা খুব কমেই উল্লেখ আছে। আমাৰ কথা ইতিহাসৰ পাতত লিপিবদ্ধ হ’ব। আমাৰ প্ৰতিগৰাকী শ্বহীদৰ নাম ইতিহাসত থাকিব। পুৰাতন সময়ৰ পৰা নতুন সময়ৰ দিশে আমি স্বাধীনভাৱে আগুৱাম।’

ভাষণত নেহৰুৱে লগতে কয়, ‘যেতিয়া পুৰাতন সময়ৰ পৰা নতুনৰ দিশেৰে দুভৰি আগুৱাই দিও, শেষ হোৱা সেই পুৰাতন যুগত নিপীড়িতৰ আত্মাৰ আৰ্তনাদ সোমাই থাকে। সেই আত্মাৰ চিঞৰ আমি অনুধাৱন কৰিব পাৰিব লাগিব। স্বাধীনতাৰ উল্লাসত মতলীয়া হ’লেও তেওঁলোকৰ কষ্ট পৰিশ্ৰমৰ কথা স্বাধীনদেশৰ প্ৰতিজন নাগৰিকে বুজি পালেহে আমাৰ চিন্তাই স্বাধীনতা পাব। স্বাধীনতাৰ এই গৌৰৱময় মুহূৰ্ত আমি জনগণৰ সেৱা আৰু মানৱতাৰ বৃহত্তৰ উদ্দেশ্যৰ প্ৰতি উৎসৰ্গা কৰিবলৈ অংগীকাৰ কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…
অপৰাধ

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

September 24, 2026
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?
ভাৰত

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

September 24, 2026
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা
ভাৰত

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

September 24, 2026
Next Post
এই কামৰ পৰাই আৰম্ভ হয় পতন! গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

এই কামৰ পৰাই আৰম্ভ হয় পতন! গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

২৪ত দেশত সলনি হ’ব প্ৰধানমন্ত্ৰী, মহিলাই দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিব! জ্যোতিষীৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

২৪ত দেশত সলনি হ’ব প্ৰধানমন্ত্ৰী, মহিলাই দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিব! জ্যোতিষীৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.