• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

44 minutes ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

2 minutes ago
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

2 hours ago
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

3 hours ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

4 hours ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

5 hours ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 day ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

editor by editor
February 7, 2026
in জীৱনশৈলী
0
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ
0
SHARES
316
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱাদিদেৱ শিৱৰ ভক্তসকলৰ কাষত মহাশিৱৰাত্ৰি উৎসৱ খুবেই স্পেছিয়েল৷ বহুতে এই দিনটোত সম্পূৰ্ণ উপবাস বা ফলাহাৰেই কৰে৷ আৰু বহুতে নিশা জাগি শিৱলিংগৰ অভিষেক কৰে আৰু মন্ত্ৰও জপ কৰে৷ ২০২৬ চনত মহাশিৱৰাত্ৰি পৰিছে ১৫ ফেব্ৰুৱাৰীত৷ এই দিনটো পৰিছে দেওবাৰ৷ এইবছৰ বিশেষ বিষয় হৈছে এই দিনটো কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰা নহয়, বৰং জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰাও তাৎপৰ্যপূৰ্ণ হব৷

দৃক পঞ্চাঙ্গ অনুসৰি, এই বছৰৰ মহাশিৱৰাত্ৰি খুবেই স্পেচিয়েল হব. প্ৰকৃততে এই দিনটোত তিনিটা প্ৰধান গ্ৰহই তাত অৱস্থান পৰিবৰ্তন কৰিব৷ মঙ্গলত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব, চন্দ্ৰই মকৰ ৰাশিত থাকিব আৰু বুধ নিশা পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই তিনিটা গ্ৰহৰ গতিবিধি সমস্ত ৰাশিচক্ৰক প্ৰভাৱিত কৰিব৷ এই দিনটো বিশেষকৈ তিনিটা ৰাশিৰ বাবে শুভ লক্ষণ হব পাৰে৷

বৃষ ৰাশি

মহাশিৱৰাত্ৰিত গ্ৰহৰ অনুকূল অৱস্থান বৃষ ৰাশিৰ বাবে মানসিক স্বস্তি কঢ়িয়াই আনিব পাৰে৷ কিছুদিন ধৰি যি উদ্বেগ আছিল সেইসমূহ দূৰ হব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে সুসংবাদ পাব পাৰে৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ ব্যয়ো নিয়ন্ত্ৰণত থাকিব৷ সম্পৰ্ক আৰু সুসংগত হৈ উঠিব৷ যিসকলৰ প্ৰেমৰ সম্পৰ্ক আছে তেওঁলোকৰ মাজতো বুজাপৰা আৰু বিশ্বাস দৃঢ় হব৷ স্বাস্থ্য স্বাভাৱিক থাকিব৷

কৰ্কট ৰাশি

এই মহাশিৱৰাত্ৰিত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত ইতিবাচক ফলাফল আহিব পাৰে৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ বিবাহিত ব্যক্তিয়ে তেওঁলোকৰ পত্নীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব৷ যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক আৰু দৃঢ় হব৷ যদি কোনো অসুস্থ হৈ থাকে তেন্তে তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হব৷ আৰ্থিক অৱস্থাও স্থিতিশীল থাকিব৷ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় সাফল্যৰ প্ৰতীক৷ চাকৰিয়ালে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা পাব৷ দীৰ্ঘদিনৰ কঠোৰ পৰিশ্ৰম এতিয়া ফলপ্ৰসূ হব পাৰে৷ পাৰিবাৰিক বিষয়তো ইতিবাচক পৰিবৰ্তন দেখা যাব৷ পাৰিবাৰিক সম্পৰ্ক সুস্থ থাকিব৷ যদি সন্তানৰ সৈতে সম্পৰ্কিত কোনো বিষয় বিচাৰাধীন থাকে তেন্তে ঐক্যমত বা সমাধানত উপনীত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

February 7, 2026
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ
জীৱনশৈলী

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

February 7, 2026
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ
জীৱনশৈলী

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

February 7, 2026
Next Post
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন