প্ৰেম, আত্মহত্যা আৰু এখন নাটক। নাটকৰ আৰম্ভণি পাগলাদিয়া নৈৰ পৰা। যৱনিকা দক্ষিণ শালমাৰাত। দৃশ্যটো কমাৰকুছিৰ পাগলাদিয়া নৈৰ দলঙৰ।