• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

2 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

1 hour ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

2 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

2 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

4 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

5 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

6 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

6 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

7 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

7 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

8 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

editor by editor
January 24, 2024
in ভাৰত, লেখা, শিক্ষা
0
১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য
0
SHARES
688
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰামময় এতিয়া সমগ্ৰ দেশ। ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই ৰামক দৰ্শন কৰিবৰ বাবে অযোধ্যাত ভক্তৰ ভীৰ। পুৰাণ অনুসৰি ৰজা দশৰথ আৰু ৰাণী কৌশল্যাৰ সন্তান হৈছে ৰাম। চ’ত মাহত ৰাম নৱমী তিথিত তেওঁৰ জন্ম। ৰাম সম্পৰ্কে আমি বিস্তৃত তথ্য পাও বাল্মিকীৰ ৰামায়ণৰ পৰা। ইয়াৰোপৰি বিভিন্ন তথ্য তুলসীদাসৰ ৰামচৰিতমানসৰ পৰাও পোৱা যায়। বিভিন্ন মহাকাব্যৰ পৰা ৰাম সম্পৰ্কে নানান তথ্য তুলি ধৰা হ’লেও এনে কিছু তথ্য আছে যি বহুতেই নাজানে। ৰামৰ সৈতে সম্পৰ্কযুক্ত সেই অজানা তথ্যসমূহেই ইয়াত তুলি ধৰা হৈছে।

ৰামৰ জীৱনত ১১টা অজানা তথ্য
বিষ্ণুৰ দহটা অৱতাৰৰ মাজত ৰাম সপ্তম অৱতাৰ। ৰামৰ পূৰ্বেও বিষ্ণুৱে মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম অৱতাৰে মৰ্ত্যত অৱতৰণ কৰিছিল। ৰামৰ পাছতেই বিষ্ণুৰ অষ্টম অৱতাৰ হৈছে কৃষ্ণ।

প্ৰচলিত বিশ্বাস অনুসৰি মনুষ্যৰূপে জন্মগ্ৰহণ কৰা বিষ্ণুৰ অৱতাৰ ৰাম সকলোতকৈ পুৰণি আৰাধ্য দেৱতা। ত্ৰেতাযুগত জন্মগ্ৰহণ কৰিছিল ৰামে। যি আজিৰ পৰা প্ৰায় ১২ লাখ ৯৬০০০ বছৰ পূৰ্বে শেষ হৈছে। সেই সময়ৰ পৰাই জনগণে ৰামৰ আৰাধনা কৰি আহিছে।

ইক্ষ্বাকু বংশত জন্মগ্ৰহণ কৰিছিল ৰামে। সূৰ্য পুত্ৰ ইক্ষ্বাকুৱে সেই বংশ স্থাপন কৰিছিল। সেয়ে ৰামক সূৰ্যবংশী বুলি কোৱা হয়।

বিষ্ণু সহস্ত্ৰনামৰ মাজত বিষ্ণুৰ ৩৯৪তম নাম হৈছে ৰাম।

ৰঘুবংশৰ গুৰু মহৰ্ষি বশিষ্ঠ দশৰথৰ জ্যেষ্ঠ পুত্ৰৰ নামকৰণ কৰা হৈছিল ৰাম। অগ্নি বীজ আৰু অমৃত বীজৰ মাধ্যমেৰে ৰাম নামৰ উৎপত্তি। এই শব্দই মস্তিষ্ক, শৰীৰ আৰু আত্মাক শক্তি প্ৰদান কৰে।

শিৱই কৈছিল, তিনি বাৰ ৰাম নাম উচ্চাৰণ কৰিলে হাজাপ দেৱদেৱীক স্মৰণ কৰাৰ সমান ফল পোৱা যায়। আপুনি আচৰিত হ’লেও এয়াই সত্য যে শিৱই স্বয়ং ধ্যানমগ্ন অৱস্থাত ৰাম নাম জপ কৰিছিল।

বজৰংবলীৰ সৈতে যুদ্ধত পৰাজিত হৈছিল ৰাম। পুৰাণ অনুসৰি ঋষি বিক্ৰমাদিত্যই ৰামক কাশীৰ ৰজা য়ায়াতিৰ বধৰ আদেশ দিয়ে। প্ৰাণ ৰক্ষাৰ বাবে কাশীৰাজৰ নিৰ্দেশতেই ৰণক্ষেত্ৰত নামে বজৰংবলী। ৰাম আৰু হনুমানৰ মাজত যুদ্ধ আৰম্ভ হয়। হনুমানে সেই সময়ত ৰাম নাম জপ কৰি থাকে যাৰবাবে ৰামৰ কোনো প্ৰহাৰেই বজৰংবলীৰ শৰীৰত ক্ষতি কৰিব নোৱাৰিলে। অৱশেষত ৰামে নিজেই বজৰংবলীৰ ওচৰত পৰাজয় স্বীকাৰ কৰে।

সীতাক উদ্ধাৰ কৰিবৰ বাবে লংকা যোৱাৰ সময়ত বান্দৰ সেনাৰ সহায়ত ৰাম সেতু নিৰ্মাণ কৰিছিল ৰাম-লক্ষ্মণে। ৰাম সেতুৰ প্ৰধান কাৰিগৰ আছিল নল আৰু নীল। এই সেঁতু নিৰ্মাণ কৰোতে ৬দিন লাগিছিল। আৰু এই সেঁতুৰ দৈৰ্ঘ্য হৈছে প্ৰায় ৩০কিঃমিঃ।

দেৱী মহামায়াৰ সন্মুখন বলি দিয়াৰ উদ্দেশ্যে ৰাম আৰু লক্ষ্মণক এবাৰ অপহৰণ কৰিছিল অহিৰাৱনে। কিন্তু অহিৰাৱণক হত্যা কৰি তেওঁলোকক উদ্ধাৰ কৰে বজৰংবলীয়ে।

মন্থৰাৰ কু-পৰামৰ্শত কৈকেয়ীয়ে দশৰথৰ ওচৰত বৰ বিচাৰিছিল যে, ৰামক ১৪ বছৰৰ বাবে বনবাসলৈ পঠিয়াব লাগে। এই তথ্য সকলোৰেই জ্ঞাত। ৰামক বনবাসলৈ পঠিয়াই মন্থৰাই প্ৰতিশোধ লৈছে। পুৰাণ অনুসৰি ৰামে শিশুকালত খেলি থাকোতে ভুলতে মন্থৰাৰ কুঁজা পিঠিত আঘাত কৰিছিল। এই খঙতেই মন্থৰাই প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা কৰিছিল। নিজৰ প্ৰতিজ্ঞা পূৰণৰ বাবে কৈকেয়ীক ব্যৱহাৰ কৰিছিল মন্থৰাই।

প্ৰচলিত বিশ্বাস অনুসৰি বনৰজাৰ পিঠিত থকা কলা-বগা দীঘল দীঘল আঁচ আচলতে ৰামৰ আঙুলিৰ দাগ। সেতু গঢ়ি থকাৰ সময়ত বনৰজাইয়ো ৰামক বিশেষ সহায় কৰিছিল। তেওঁলোকৰ চেষ্টা দেখি ৰাম মুগ্ধ হয় আৰু পিঠিত মৰমেৰে হাত বুলাই দিয়ে। তেতিয়াৰে পৰাই বনৰজাৰ পিঠিত সেই আঁচ আছে।

১১ হাজাৰ বছৰ ধৰি অযোধ্যাত ৰাজত্ব কৰিছিল ৰামে। এই স্বৰ্ণ যুগেই ৰাম ৰাজ্য নামেৰে পৰিচিত।

সীতাৰ পাতাল প্ৰৱেশৰ পাছতেই ৰামে ধৰিত্ৰী ত্যাগ কৰি সৰযূ নদীত জলসমাধি লৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
জীৱনশৈলী

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
Next Post
আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত ‘ফুচকা’ বেচা ছোৱালীজনী…

আনে যোৱা বাটেৰে নোযোৱা ফুটপাথত 'ফুচকা' বেচা ছোৱালীজনী...

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.