• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

2 weeks ago
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

1 hour ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

2 hours ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

3 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

3 hours ago
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

4 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

2 weeks ago
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

2 weeks ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

2 weeks ago
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

2 weeks ago
শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
November 21, 2025
in জীৱনশৈলী
0
২০২৬ত একাধিক শুভ যোগ, নতুন বছৰৰ আৰম্ভণিতেই অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু কিছুদিনৰ পাছতেই ২০২৬ চন আৰম্ভ হ’ব৷ জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি নতুন বছৰ ২০২৬ চনত বহু শুভ যোগ আৰু কাকতালীয় ঘটনা ঘটিব৷ পঞ্জিকা অনুসৰি ৰবি যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ, ত্ৰিপুষ্কৰ যোগ আৰু ৰবি পুষ্য যোগ সকলো তৈয়াৰ হ’ব৷ গ্ৰহৰ দৃষ্টিকোণৰ পৰাও নতুন বছৰত খুবেই উল্লেখযোগ্য হ’ব৷ কাৰণ বৃহস্পতি, ৰাহু আৰু কেতু আৰু সমস্ত প্ৰধান গ্ৰহ ২০২৬ চনত গোচৰ কৰিব৷ শনিয়ে মীন ৰাশিত বিপৰীতমুখী আৰু চিধা অৱস্থান কৰিব৷ জ্যোতিষীৰ মতে, এই সমস্ত বিৰল কাকতালীয় ঘটনাৰ কারণে নতুন বছৰৰ আগমন অত্যন্ত শুভ বুলি বিবেচিত হৈছে৷

কোন কোন ৰাশিৰ বাবে শুভ হ’ব নতুন বছৰ?

বৃষ ৰাশি

২০২৬ চনে বৃষ ৰাশিৰ জাতকৰ বাবে নতুন সুযোগ আৰু শুভ ফল বহন কৰি আনিব৷ পৰিপূৰ্ণ হ’ব জীৱন৷ বছৰৰ আৰম্ভণিৰে পৰাই আৰ্থিকভাৱে শক্তিশালী হ’ব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা টকা পুনৰুদ্ধাৰ হ’ব পাৰে৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে৷ ব্যৱসায় বা বিনিয়োগত ভাল লাভ হ’ব৷ চাকৰিয়ালে পদোন্নতিৰ সুযোগ আছে৷ দৰমহা বৃদ্ধিৰ সম্ভাৱনাও প্ৰৱল৷ পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে ২০২৬ চন অগ্ৰগতি আৰু সাফল্যৰে পৰিপূৰ্ণ হ’ব৷ সামাজিক অৱস্থান বৃদ্ধি পাব৷ মানুহে তেওঁলোকৰ পৰামৰ্শ আৰু সিদ্ধান্তৰ প্ৰশংসা কৰিব৷ ২০২৬ চনত স্থগিত থকা সমস্ত কাম সম্পন্ন হ’ব৷ যিয়ে সন্তুষ্টি আৰু আত্মবিশ্বাস উভয়েই বাঢ়িব৷ ব্যৱসায়ীসকলৰ বাবে এই সময়ত সম্প্ৰসাৰণ আৰু নতুন সুযোগ আহিব৷  আগন্তুক বছৰত এক নতুন ব্যৱসায় বা প্ৰকল্প আৰম্ভ কৰাৰ বাবেও অনুকূল৷ পৰিয়ালৰ মাজত সম্প্ৰীতি থাকিব আৰু ভাগ্যই তেওঁলোকক সহায় কৰিব৷

কৰ্কট ৰাশি

২০২৬ চন কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক হ’ব৷ বৃহৎ পদোন্নতি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিব৷ বছৰতো সাফল্য আৰু প্ৰতিপত্তি বৃদ্ধিৰ বছৰ হিচাপে প্ৰমাণিত হ’ব৷

মকৰ ৰাশি

২০২৬ চন মকৰ ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিব৷ ২০২৬চনত আত্মবিশ্বাস ঘূৰি আহিব৷ নতুন উদ্যমৰ সৈতে লক্ষ্য অৰ্জন কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতনৰ সহায়তা কৰ্মদক্ষতা উন্নত কৰিব৷ ব্যৱসায়ীসকলে লাভ আৰু সম্প্ৰসাৰণৰ সুযোগ পাব পাৰে৷ আৰ্থিক পৰিস্থিতি ধীৰে ধীৰে শক্তিশালী হ’ব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷

কুম্ভ ৰাশি

২০২৬ চনে কুম্ভ ৰাশিৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা অৰ্থ ২০২৬ চনত ওভতাই পোৱাৰ সম্ভাৱনা আছে৷ যিয়ে এই ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতিক শক্তিশালী কৰিব৷ ব্যৱসায়ীসকলে ভ্ৰমণৰ সম্ভাৱনা আছে৷ নতুন যোগাযোগ আৰু অংশীদাৰিত্ব ভৱিষ্যতে সাফল্যৰ পথ প্ৰশস্ত কৰিব পাৰে৷ পৰিয়ালৰ মাজত সুখ আৰু সম্প্ৰীতি বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?
জীৱনশৈলী

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

December 5, 2025
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?
জীৱনশৈলী

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

December 5, 2025
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন
জীৱনশৈলী

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

December 5, 2025
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?
জীৱনশৈলী

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

December 5, 2025
Next Post
ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.