জানুৱাৰী মাহত জ্ঞান আৰু ভাগ্যৰ গ্ৰহ বৃহস্পতি আৰু প্ৰেম আৰু সুখৰ গ্ৰহ শুক্ৰই এক শক্তিশালী সংযোগ তৈয়াৰ কৰিব৷ ৯ জানুৱাৰীৰ নিশা ১১ বাজি ২ মিনিটত বৃহস্পতি আৰু শুক্ৰই এক প্ৰতিযুঁটি দৃষ্টি যোগ তৈয়াৰ কৰিব৷ প্ৰকৃতপক্ষে ১৮০ ডিগ্ৰী দূৰৈত থকাৰ বাবে শুক্ৰ আৰু বৃহস্পতিয়ে এই প্ৰতিযুঁটি দৃষ্টি যোগ তৈয়াৰ কৰিব৷ যিয়ে চাৰি ৰাশিৰ মানুহৰ বাবে ভাগ্যৱান প্ৰমাণিত হব পাৰে৷ জানক এই চাৰি ৰাশি কি কি?
বৃষ ৰাশি
কোনো ডাঙৰ ব্যৱসায়িক চুক্তি হ’ব পাৰে৷ স্বাস্থ্যৰ উন্নতি হব৷ সৌন্দৰ্য বৃদ্ধি পাব৷ শাৰীৰিক শক্তি বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰিব৷ ব্যক্তিয়ে আধ্যাত্মিকতাৰ দিশত আগুৱাব৷ পাৰিবাৰিক সুখ আৰু শান্তি বৃদ্ধি মানসিক চাপ কমিব৷ সৌভাগ্য লাভৰ পথ সৰ্বত্ৰতে উন্মুক্ত হ’ব৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হ’ব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে বৃহস্পকি আৰু শুক্ৰৰ সংযোগ আৰু দৃষ্টি যোগ অত্যন্ত উপকাৰী প্ৰমাণিত হব পাৰে৷ পাৰিবাৰিক জীৱন আনন্দময় হ’ব৷ ব্যৱসায়িক লাভৰ সম্ভাৱনা আছে৷ জীৱন আৰু ইতিবাচক হৈ উঠিব৷ কেৰিয়াৰত সাফল্যৰ দ্বাৰ উন্মোচিত হব৷ অমীমাংসিক কামসমূহ সম্পন্ন হব৷ আৰ্থিক পৰিস্থিতি শক্তিশালী হৈ উঠিব পাৰে৷ ঋণৰ বোজাৰ পৰা মুক্তি লাভ কৰিব৷
ধনু ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে বৃহস্পতি শুক্ৰৰ সংযোগ আৰু দৃষ্টি যোগ অত্যন্ত উপকাৰী প্ৰমাণিত হব পাৰে৷ পাৰিবাৰিক জীৱন আনন্দময় হৈ উঠিব৷ ব্যৱসায়িক লাভৰ সম্ভাৱনা আছে৷ জীৱন আৰু ইতিবাচক হৈ উঠিব৷ কেৰিয়াৰত সাফল্যৰ দ্বাৰ উন্মোচিত হব৷ অমীমাংসিত কামসমূহ সম্পন্ন হব৷ আৰ্থিক পৰিস্থিতি শক্তিশালী হব পাৰে৷ ঋণৰ বোজাৰ পৰা মুক্তি পাব৷
মকৰ ৰাশি
বৃহস্পতি আৰু শুক্ৰৰ সংযোগে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ দিনৰ বাৰ্তা দিব৷ অমীমাংসিক কামসমূহ সম্পন্ন হব৷ সম্পদ বৃদ্ধি হব পাৰে৷ কেৰিয়াৰত অগ্ৰগতি সম্ভৱ হব৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা লাভ কৰিব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ প্ৰেমত সমস্যাৰ সমাধান হব৷ বিবাহিত দম্পতিয়ে তেওঁলোকৰ সময় ভালকৈ উপভোগ কৰিব৷ জীৱন সুখৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















