• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰাই গল্ডেন টাইম আৰম্ভ, নতুন চাকৰিৰ সুযোগ ৩ৰাশিৰ ভাগ্যত

আজিৰ পৰাই গল্ডেন টাইম আৰম্ভ, নতুন চাকৰিৰ সুযোগ ৩ৰাশিৰ ভাগ্যত

10 months ago
শনিৰ কৃপাত ভাগ্য উজলিব ৫ ৰাশিৰ? ধন-সম্পত্তি, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে যাব জানক

শনিৰ কৃপাত ভাগ্য উজলিব ৫ ৰাশিৰ? ধন-সম্পত্তি, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে যাব জানক

14 minutes ago
পুনৰ বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য, ইংগিত দিলে Airtel ৰ মুৰব্বী

পুনৰ বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য, ইংগিত দিলে Airtel ৰ মুৰব্বী

50 minutes ago
ৰাখে হৰি মাৰে কোনে! নিথৰ মাতৃৰ কোলাই ৰক্ষা কৰিলে দেৱশিশুক

ৰাখে হৰি মাৰে কোনে! নিথৰ মাতৃৰ কোলাই ৰক্ষা কৰিলে দেৱশিশুক

2 hours ago
Venus in Kundli: ৰাশিফলত শুক্ৰ দুৰ্বল? তেন্তে আহিব ইটোৰ পিছত সিটো বিপদ!

Venus in Kundli: ৰাশিফলত শুক্ৰ দুৰ্বল? তেন্তে আহিব ইটোৰ পিছত সিটো বিপদ!

3 hours ago
কান্দিছে কাজিৰঙাই! মৃতকৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২৬গৰাকীলৈ বৃদ্ধি

কান্দিছে কাজিৰঙাই! মৃতকৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২৬গৰাকীলৈ বৃদ্ধি

4 hours ago
দুৰ্ভাগ্য নে অন্ধবিশ্বাস? Friday the 13th মানেই কিয় অমংগল জানক

দুৰ্ভাগ্য নে অন্ধবিশ্বাস? Friday the 13th মানেই কিয় অমংগল জানক

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজপথত মৃত্যুৰ কিৰিলি! কাজিৰঙাৰ ৰাজপথত পৰি ৰৈছে শাৰী শাৰীকৈ মৃতদেহ, কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত ভয়ংকৰ পৰিৱেশ

5 hours ago
নতুনকৈ কিনা কুকাৰত নিসিজে ভাত-দাইল, মাহিলাই কাষ চাপিলে আদালতৰ

নতুনকৈ কিনা কুকাৰত নিসিজে ভাত-দাইল, মাহিলাই কাষ চাপিলে আদালতৰ

7 hours ago
পকেটত ৰাখক এই ৫টা বস্তু! দূৰ হ’ব নেতিবাচক আৰু কুচক্ষুৰ প্ৰভাৱ

পকেটত ৰাখক এই ৫টা বস্তু! দূৰ হ’ব নেতিবাচক আৰু কুচক্ষুৰ প্ৰভাৱ

8 hours ago
‘মোৰ ফোন টেপ কৰা হৈছে’ ৰাহুল গান্ধীৰ বিস্ফোৰক দাবী

‘মোৰ ফোন টেপ কৰা হৈছে’ ৰাহুল গান্ধীৰ বিস্ফোৰক দাবী

9 hours ago
নৃ*শংস, ভয়ংকৰ ঘটনা, ২ ভাতৃক হত্যা, পিতৃ-মাতৃকো হত্যাৰ অপচেষ্টা

নৃ*শংস, ভয়ংকৰ ঘটনা, ২ ভাতৃক হত্যা, পিতৃ-মাতৃকো হত্যাৰ অপচেষ্টা

9 hours ago
অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, একেটা পৰিয়ালৰ ৪জনৰ মৃত্যু

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, একেটা পৰিয়ালৰ ৪জনৰ মৃত্যু

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ পৰাই গল্ডেন টাইম আৰম্ভ, নতুন চাকৰিৰ সুযোগ ৩ৰাশিৰ ভাগ্যত

আজিৰ পৰাই গল্ডেন টাইম আৰম্ভ, নতুন চাকৰিৰ সুযোগ ৩ৰাশিৰ ভাগ্যত

editor by editor
January 7, 2026
in জীৱনশৈলী
0
আজিৰ পৰাই গল্ডেন টাইম আৰম্ভ, নতুন চাকৰিৰ সুযোগ ৩ৰাশিৰ ভাগ্যত
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহৰ ৰাজপুত্ৰ হিচাপে পৰিচিত বুধ গ্ৰহই ৭ জানুৱাৰীত পূৰ্বাষাঢ়া নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ জ্যোতিষীৰ মতে এই নক্ষত্ৰৰ অধিপতি হৈছে শুক্ৰ, যি সম্পদ, সৌন্দৰ্য, প্ৰেম আৰু শিল্পৰ কাৰক৷ ইয়াৰোপৰি বুদ্ধি, বাক আৰু ব্যৱসায়ৰ কাৰক বুধে যেতিয়া শুক্ৰৰ নক্ষত্ৰত প্ৰৱেশ কৰে, যিয়ে কিছু ৰাশিৰ জাতক জাতিকাক ব্যৱসায়, চাকৰি, শিক্ষা আৰু আৰ্থিকত সুখ প্ৰদান কৰিব৷ জানি থওক এই ভাগ্যৱান ৰাশিসমূহ কি কি?

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ তেওঁলোকৰ সম্পদ বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব৷ আপোনাৰ আৰ্থিক অৱস্থা মজবুত হব৷ নতুন উদ্যোগ আৰম্ভ কৰাৰ প্ৰচেষ্টা ফলপ্ৰসূ হব৷ নতুন প্ৰকল্পত সাফল্যৰ লক্ষণ দেখা গৈছে৷ এই সময়ত বিদেশ ভ্ৰমণ বা বিদেশত কাম কৰাৰ ইচ্ছা পূৰণ হব পাৰে৷ মনোবৰ আৰু সমৰ্থন বৃদ্ধি পাব৷ আপোনাৰ হৃদয়ত আনন্দ বৈ পৰিব৷ বুধ গ্ৰহৰ প্ৰভাৱত আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰিব আৰু আপোনাৰ ব্যৱসায় সমৃদ্ধ হব৷ ভাগ্য আপোনাৰ পক্ষত থাকিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত নতুনত্ব আৰু সম্পৰ্কৰ ক্ষেত্ৰত অগ্ৰগতিৰে পৰিপূৰ্ণ হব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা থাকিব৷ কৰ্মক্ষেত্ৰত কোনো নিৰ্দিষ্ট কামৰ বাবে আপুনি স্বীকৃতিও পাব পাৰে৷ গুৰুত্বপূৰ্ণ বিষয় হৈছে আপুনি যদি পূৰ্বে অৰ্থ বিনিয়োগ কৰিছে তেন্তে তাৰপৰা ভাল ৰিটাৰ্ণ লাভ কৰিব৷ ভাগ্য শক্তিশালী হব৷ আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে এই সময় আপোনাৰ বাবে উপকাৰী হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য পূৰ্বৰ তুলনাত ভালে থাকিব৷ আপুনি হয়তো গুৰুতৰ স্বাস্থ্য সমস্যাৰ সমাধান বিচাৰি পাব৷ ব্যৱসায়িক অগ্ৰগতিৰ সৈতে আপুনি অন্যান্য প্ৰকল্পও আৰম্ভ কৰিবলৈ সক্ষম হ’ব৷ মানসিক শান্তিৰ সময়৷ এই সময়ত অৰ্থ বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল লাভ হব পাৰে৷ আপোনাৰ জীৱনলৈ সুখ আহিব পাৰে৷ গুৰুত্বপূৰ্ণভাৱে আপোনাৰ পেছাগত জীৱনত উল্লেখযোগ্য পৰিবৰ্তন আহিব৷ আপোনাৰ দৰমহা বৃদ্ধি পাব পাৰে৷ নতুন দায়িত্ব আৰু মৰ্যাদা বৃদ্ধিৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ কৃপাত ভাগ্য উজলিব ৫ ৰাশিৰ? ধন-সম্পত্তি, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে যাব জানক
জীৱনশৈলী

শনিৰ কৃপাত ভাগ্য উজলিব ৫ ৰাশিৰ? ধন-সম্পত্তি, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত কেনে যাব জানক

November 13, 2026
Venus in Kundli: ৰাশিফলত শুক্ৰ দুৰ্বল? তেন্তে আহিব ইটোৰ পিছত সিটো বিপদ!
জীৱনশৈলী

Venus in Kundli: ৰাশিফলত শুক্ৰ দুৰ্বল? তেন্তে আহিব ইটোৰ পিছত সিটো বিপদ!

November 13, 2026
দুৰ্ভাগ্য নে অন্ধবিশ্বাস? Friday the 13th মানেই কিয় অমংগল জানক
জীৱনশৈলী

দুৰ্ভাগ্য নে অন্ধবিশ্বাস? Friday the 13th মানেই কিয় অমংগল জানক

November 13, 2026
নতুনকৈ কিনা কুকাৰত নিসিজে ভাত-দাইল, মাহিলাই কাষ চাপিলে আদালতৰ
জীৱনশৈলী

নতুনকৈ কিনা কুকাৰত নিসিজে ভাত-দাইল, মাহিলাই কাষ চাপিলে আদালতৰ

November 13, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে লক্ষ্মীলাভ, গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে লক্ষ্মীলাভ, গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ

ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.