• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

6 months ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

18 minutes ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

1 hour ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

2 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

4 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

5 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

6 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

7 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

7 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

7 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

8 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

8 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

editor by editor
March 11, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি ১৩ এপ্ৰিল ২০২৬ত শুক্ৰ আৰু বৃহস্পতিয়ে এটাই আনটোৰ সৈতে ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ ইয়াৰ ফলত শুক্ৰ বৃহস্পতিৰ যুঁটিত তৈয়াৰ হব লাভ দৃষ্টি যোগ৷ সুখ, সমৃদ্ধি, বিলাস, প্ৰেম আৰু সম্পদৰ প্ৰতীক গ্ৰহ শুক্ৰ৷ জ্ঞান আৰু বুদ্ধিৰ প্ৰতীক গ্ৰহ বৃহস্পতি৷ জ্যোতিষশাস্ত্ৰত এই দুই গ্ৰহৰ লাভ দৃষ্টি যোগক অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ কিছু ৰাশিৰ জাতকৰ জীৱনত এই যোগৰ ফলত সুখ সমৃদ্ধি আহিব৷ এপ্ৰিলৰ এই লাভ দৃষ্টি যোগত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

এই যোগৰ প্রভাৱে মেষ ৰাশিৰ জাতকৰ জীৱনত মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি কৰিব৷ দীৰ্ঘদিন ধৰি পদোন্নতি বা নতুন চাকৰি বিচাৰি থাকিলে এই সময়ত সাফল্য পাব পাৰে৷ ১৩ এপ্ৰিলৰ পাছত আপোনাৰ সৌভাগ্যৰ দ্বাৰ খুলিব৷ এই সময়ত কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতনসকলৰ পৰা সাহায্য লাভ কৰিব পাৰে৷ আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ উন্নতি হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবেও শুক্ৰ বৃহস্পতিৰ এই যুঁটিয়ে সম্পদৰ নতুন উৎস খুলি দিব৷ পুৰণি বিনিয়োগৰ পৰা হঠাৎ উল্লেখযোগ্য লাভ হব পাৰে৷ যিসকলে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এই সময় বিনিয়োগৰ বাবে ভাল৷ ৰৈ থকা ধন হাতলৈ আহিব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবেও এই যোগে ব্যক্তিগত জীৱনলৈ সুখ কঢ়িয়াই আনিব৷ এই সময়ত সমাজত প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷ বৃহস্পতিৰ আশীৰ্বাদত পাৰিবাৰিক বিৰোধৰ সমাধান হব৷ সন্তানৰ পৰা কিছু সুসংবাদ লাভ কৰিব পাৰে৷ যিয়ে ঘৰৰ পৰিবেশক আনন্দেৰে ভৰাই দিব৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, সেয়ে এই সংযোগ তুলা ৰাশিৰ ওপৰত সকলোতকৈ বেছি ইতিবাচক প্ৰভাৱ পেলাব৷ চিংগলসকলে প্ৰেম বা বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ শিল্প, মিডিয়া আৰু সৃজনশীল কামৰ সৈতে জড়িতসকলে এই সময়ত পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰিব৷ জীৱনযাত্ৰাত বিলাসিতা আৰু আৰাম বাঢ়িব৷

ধনু ৰাশি

দেৱগুৰু বৃহস্পতি ধনু ৰাশিৰ অধিপতি৷ লাভ দৃষ্টি যোগে এই ৰাশিৰ জাতকৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ উচ্চশিক্ষাৰ বাবে বিদেশ যাবলৈ ইচ্ছুক শিক্ষাৰ্থীৰ এই সময়ত ইচ্ছা পূৰণৰ সুযোগ আহিব৷ আধ্যাত্মিক বিষয়ত আগ্ৰহ বাঢ়িব পাৰে৷ বিশিষ্ট কোনো আধ্যাত্মিক নেতাৰ সাহচৰ্য পাব পাৰে৷ ৰৈ থকা কামে ধীৰে ধীৰে গতি লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

September 18, 2026
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!
বিনোদন

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

September 18, 2026
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
Next Post
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.